Virat Kohli Retires From Test Cricket:
দেশৰ ক্ৰিকেট প্ৰেমী সকলৰ বাবে এটা দুঃখবৰ ৷টেষ্ট ক্ৰিকেটত অৱসান ঘটিল এক বৰ্ণাঢ্য যুগৰ ৷ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বিৰাট কোহলীৰ ৷সৰ্বমুঠ ১২৩খন টেষ্ট মেচ খেলি কিং কোহলীয়ে সামৰিলে বৰ্ণাঢ্য কেৰিয়াৰ ৷
ADVERTISEMENT
১২৩ খন টেষ্ট মেচত কোহলীয়ে সংগ্ৰহ কৰিছিল ৯,২৩০ ৰান৷ বৰ্ণাঢ্য টেষ্ট কেৰিয়াৰত ৩০টা শতক আৰু ৩১টা অৰ্ধশতকৰ গৰাকী কিং কোহলী ৷ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে সামাজিক মাধ্যমত অৱসৰ ঘোষণা বিৰাট কোহলীৰ ৷ এই খবৰে তৰুণ প্ৰজন্মক নিৰাস কৰে।