Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Delhi Cricket Match:দিল্লীত অনুষ্ঠিত হোৱা ৰঞ্জী খেল চাবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ অনুৰাগীৰ !

দৰ্শকৰ লৰাঢপৰাত আহত বহুজন ,১২ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ উভতিল বিৰাট কোহলি,মহাকুম্ভৰ মৌনী অমাৱস্যা সদৃশ ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল অৰুণ জেটলী ষ্টেডিয়াম

publisher by publisher
January 30, 2025
in India, News, Sports
Reading Time: 3 mins read
0
Delhi Cricket Match:দিল্লীত অনুষ্ঠিত হোৱা ৰঞ্জী খেল চাবলৈ ষ্টেডিয়ামৰ বাহিৰত  ভিৰ অনুৰাগীৰ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Delhi Cricket Match:

সুদীৰ্ঘ ১২ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ উভতিল ক্ৰিকেটষ্টাৰ বিৰাট কোহলি। ঘৰুৱা দল দিল্লীৰ হৈ ৰঞ্জি ট্ৰফীৰ মেচ খেলিছে তাৰকা বেটছমেন গৰাকীয়ে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ষ্টেডিয়ামত তেওঁক স্বচক্ষে চাবলৈ বাহিৰত প্ৰচণ্ড ভিৰ। খেল পথাৰত সোমাবলৈ লাইনত লাগিল হুলস্থুল – হুৱাদুৱা৷ পদপিষ্ট হৈ আহত হয় বহু দৰ্শক ৷

ADVERTISEMENT

উল্লেখ্য যে কুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু হয় ৩০ জন লোকৰ । দিল্লীৰ ৰঞ্জী মেচখনৰ এই পৰিস্থিতিয়ে এক বৃহৎ দুৰ্ঘটনা পৰা যেন ৰক্ষা পৰিল ৷

দিল্লী ক্ৰিকেট সন্থাই এই মেচখন উপভোগ কৰিব পৰাকৈ যাতে অধিক লোকে কোহলীৰ খেলখন চাব পাৰে তাৰ বাবে টিকটৰ ব্যৱস্থা কৰা নাছিল। ফলত পুৱা ৮ বজাৰ পৰা ষ্টেডিয়ামৰ বাহিৰত ৰাইজ গোট খাবলৈ আৰম্ভ কৰে। দৰ্শকৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিবলৈ তিনিখন গেট ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰে এখন গেটৰ বাহিৰত দৰ্শকৰ প্ৰচণ্ড ভিৰ হয় ৷ পুৱা ৯ বজাত গেট খোলে। টিকট নথকাৰ বাবে সকলোৱে আগতেই খেলপথাৰত প্ৰৱেশ কৰি ভাল আসনত বহিবলৈ লৰাঢপৰা কৰিছিল ৷ যাৰবাবে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বহু লোকে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত সোমাবলৈ দীঘলীয়া শাৰীপাতি থকা অৱস্থাতে কোনো লোকে লাইন ভাঙি প্ৰৱেশৰ চেষ্টা কৰে ৷ ফলস্বৰূপে লাইনত শাৰীপাতি থকা বহুলোক মাটিত বাগৰি পৰে ৷ ইয়াৰে একাংশৰ তেওঁলোকৰ গাৰ ওপৰেৰে অতিক্ৰম কৰি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে ৷ উল্লেখ্য যে মাটিত বাগৰি পৰাৰ ভিতৰত আছিল কণমানি শিশু ৷

এক হুলস্থূলৰ পৰিবেশৰ মাজতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত বহুজন আহত হয় ৷ আনকি আহত হয় এজন নিৰাপত্তাৰক্ষী ৷ ইয়াৰ মাজতে আৰক্ষীয়ে পৰিবেশ শান্ত কৰাৰ উদ্যোগ লোৱাত একাংশ উদণ্ড দৰ্শক ক্ষুব্ধ হৈ দুই এখন আৰক্ষীৰ বাইক ভাঙি লণ্ডভণ্ড কৰে। এনে লৰাঢপৰাত বহু দৰ্শকৰ জোতা- চেণ্ডেল বাহিৰত পৰিত্যক্ত অৱস্থাত পৰি ৰয় ৷

আনহাতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাত প্ৰৱেশদ্বাৰৰ দায়িত্বত থকা লোকে দ্বাৰ খুলি দিয়ে ৷ তাৰ পিছতে হুহুৱাই সোমাই যায় দৰ্শক ৷ ইপিনে আহত দৰ্শকক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক ৷

ষ্টেডিয়ামৰ বাহিৰত থকা দৰ্শকে খেল উপভোগ কৰিবৰ স্থাপন কৰা হৈছিল বৃহাদাকাৰ এলচিডি ৷ খেল আৰম্ভ হোৱাৰ পিছত দৰ্শকৰ উন্মাদনা বাঢ়ি গ’ল। প্ৰতিবাৰেই বিশাল পৰ্দাত কোহলীক দেখুওৱা হৈছিল ৷

উল্লেখ্যযোগ্য ষ্টেডিয়ামৰ ভিতৰতো সংঘটিত হয় আন এক অনাকাংক্ষিত ঘটনা ৷ দিল্লীয়ে প্ৰথমে বেটিং কৰিছে।  খেলপথাৰৰ স্লিপত থিয় হৈ থকা কোহলীক স্পৰ্শ কৰিবলৈ খেলপথাৰত ভিতৰত সোমাই পৰে এজন যুৱক। প্ৰথমে যুৱকজনে কোহলীক প্ৰণাম কৰিলে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাহিৰলৈ লৈ গ’ল। এই ঘটনাৰ পিছত ক্ৰীছৰ বাহিৰত নিৰাপত্তাৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়৷ এই ঘটনা যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰ বাবে আয়োজক সমিতিয়ে সাৱধানতা অৱলম্বন কৰে।

মনকৰিবলগীয়া যে ছসপ্তাহ জোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা পবিত্ৰ মহাকুম্ভ মেলাৰ বুধবাৰৰ মৌনি আমাৱস্যা উপলক্ষে ‘শ্বাহী স্নান’ৰ সময়ত ঠেলাহেঁচা তথা পদপিষ্ট হৈ কমেও ৪০ জন পূন্যাৰ্থীৰ প্ৰাণহানি ঘটনাৰ লগতে আন বহু সংখ্যক আহত হয়।

উল্লেখ্য যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিবৰ বাবে মঙলবাৰে পুৱাৰে পৰা তীৰ্থযাত্ৰীৰ ভিৰ বৃদ্ধি পাবলৈ ধৰে। ৰাতিটো আগবাঢ়ি যোৱাৰ লগে লগে ভিৰ বাঢ়িবলৈ ধৰিলে। নিশা ১২ বজাৰ পিছত ভিৰৰ ছবিখন সলনি হ’বলৈ ধৰিলে। বুধবাৰে ৰাতিপুৱা ২ বজাৰ পিছত ক্ৰমাৎ পৰিস্থিতি অনিয়ন্ত্ৰীত হৈ পৰে । প্ৰশাসনে ভাবিছিল যে তীৰ্থযাত্ৰী আহিব, গা ধুব আৰু তাৰ পিছত উভতি যাব। কিন্তু গা ধোৱাৰ পাছতো বহু তীৰ্থযাত্ৰী সংগমস্থলীৰ আশে-পাশে থাকি গ’ল। বহুতে জিৰনী ল’বলৈ প্লাষ্টিকৰ কঠ মাটিত পাৰি শুই আছিল ।

আনহাতে ইয়াৰ মাজতে আকৌ পুৱা ২ বজাৰ পিছত বহু তীৰ্থযাত্ৰীয়ে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে। বহু লোকে বেৰিকেডৰ ওপৰেৰে যাবলৈ শুই থকা তীৰ্থযাত্ৰীসকলৰ ওপৰেৰে লৰাঢপৰা কৰি দৌৰি যায়৷ ফলত সংঘটিত হয় শোকাৱহ ঘটনা ৷ পদপিষ্ট ঘটনাত এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৪০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। যদিও আন সূত্ৰই মৃত্যুৰ সংখ্যা অধিক বুলি কয়।

এই ধৰণৰ অনুৰূপ পৰিস্থিতি দিল্লীতো হ’ব পাৰিলেহেঁতেন ৷ অৱশ্যে দিল্লী আৰক্ষী প্ৰশাসনে অতি তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arun Jaitley StadiumDELHIRanjit Trophy CricketVirat Kohli
publisher

publisher

Related Posts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d