Horoscope: মেষ: আনক বিশ্বাসত নল’ব। পেটৰ সমস্যা দেখা যায়। ঘৰুৱা অশান্তি খৰচৰ মাত্রা বৃদ্ধি। শুভ ৰং ৰঙা। অশুভ নীলা। শুভ সংখ্যা ৪।
বৃষ: দাম্পত্যত আনৰ দ্বাৰা সমস্যাৰ সৃষ্টি হ’ব। যান-বাহনৰ পৰা সতৰ্ক হওক। বিদ্যার্থীসকলৰ যত্নৰ প্ৰয়োজন। শুভ ৰং বগা। অশুভ ক’লা। শুভ সংখ্যা ৫।
মিথুন: মান, সম্মান প্রাপ্তিৰ যোগ। কর্মস্থানত উন্নতিৰ যোগ। শিক্ষাৰ ক্ষেত্রত শুভ। আয় বৃদ্ধি। শুভ ৰং হালধীয়া। অশুভ সেউজীয়া। শুভসংখ্যা ৮।
কর্কট: গোপন শত্ৰুৱে অনিষ্ট কৰিবলৈ চেষ্টা কৰিব। ভাবি-চিন্তি সিদ্ধান্ত ল’ব। পৰিয়ালৰ মাজত কাজিয়া হ’ব পাৰে। শুভ ৰং ৰূপালী। অশুভক’লা। শুভ সংখ্যা ৬।
সিংহ: খৰচৰ মাত্রা বৃদ্ধি পাব। মাতৃৰ শৰীৰক লৈ চিন্তা। সহকৰ্মীৰ স’তে বিবাদ হ’ব পাৰে। শিক্ষাত শুভ। শুভ ৰং আকাশী। অশুভ ৰঙা। শুভ সংখ্যা ৫।
কন্যা: দূৰভ্ৰমণ হোৱাৰ যোগ। মানসিক অশান্তি। প্ৰেমত বিবাহৰ সংযোগ, আয় বৃদ্ধি। শুভ ৰং বগা। অশুভ হালধীয়া। শুভ সংখ্যা ৬।
তুলা: ৰক্তচাপ বৃদ্ধি পাব পাৰি। আলহীৰ আগমন হ’ব। আবেলিলৈ সু-সংবাদ পাব পাৰে। শিক্ষাত শুভ ফল পাব। শুভ ৰং ৰঙা। অশুভ নীলা। শুভ সংখ্যা ৪।
বৃশ্চিক: প্রেমত আনে হস্তক্ষেপ কৰিব পাৰে। অধিক চিন্তা নকৰিব। অযথা খৰচ বৃদ্ধি। বিদ্যাৎ যত্ন লোৱাৰ প্ৰয়োজন। শুভ ৰং হালধীয়া। অশুভসেউজীয়া। শুভ সংখ্যা ৫।
ধনু: প্রতিভা বিকাশৰ যোগ। পুৱা শুভ কাম কৰিব পাৰিব।আপোনাৰ ওপৰত শত্ৰুৰ নজৰ ৰাখিব। শুভ ৰং আকাশী। অশুভ ৰঙা। শুভ সংখ্যা ৭।
মকৰ: বিবাহৰ সংযোগ। বিদ্যাত আনন্দ। কোনো লোকে বদনাম কৰিব পাৰে। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। অশুভ ৰঙা। শুভ সংখ্যা ৮।
কুম্ভ: দাঁতৰ বিষ হ’ব পাৰে। কর্ম ব্যস্ততা থাকিব। মানসিক চিন্তা বৃদ্ধি। দূৰ ভ্ৰমণ নকৰিব। শুভ ৰং ক’লা। অশুভ মুগা। শুভ সংখ্যা ৫।
মীন: মামলাত জয়। যাকে-তাকে সংগ নিদিব। নিজক গুৰুত্ব দিয়ক। খং কমাওক। শুভ ৰং বগা। অশুভ নীলা। শুভ সংখ্যা ৩