Minister Atul Bora:
সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিৰ বিজয়ী অগপ- বিজেপি প্ৰাৰ্থী সকলক বুধবাৰে সম্বৰ্ধনা জনাই বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা সহ দলীয় নেতাসকল ৷
ADVERTISEMENT
উল্লেখ্য যে,সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত এডিএ প্ৰক্ষেপিত প্ৰাৰ্থী সকলে জিলা পৰিষদ,আঞ্চলিক পঞ্চায়ত,পঞ্চায়ত সদস্য পদত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ৷