Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    ‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

    Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

    Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

    Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

publisher by publisher
May 15, 2025
in News, Assam
Reading Time: 2 mins read
0
Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা
1
SHARES
7
VIEWS
ShareShareShareShare

Aaranyak announces media fellowship:

ভাৰতৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ, জীৱন আৰু বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া গাঁৱত বাস কৰা গাঁৱলীয়া খিলঞ্জীয়া লোকসকলৰ জীৱিকাৰ বিষয়ে ৰিপ’ৰ্টিং কৰা পেছাদাৰী যুৱ সাংবাদিকৰ বাবে মিডিয়া ফেল’শ্বিপ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মানৱ-প্ৰকৃতিৰ সম্পৰ্ক, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, বহনক্ষম জীৱিকা, আৰু সম্প্ৰদায়ভিত্তিক পৰিৱেশ-সাংস্কৃতিক পৰ্যটনৰ বিষয়ে বুজি লৈ জীৱন ধাৰণৰ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানক উদগনি যোগোৱা বহনক্ষম উন্নয়ন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক সামৰি সৃজনীশীল প্ৰতিবেদন প্ৰস্তুত কৰাত যুৱ সাংবাদিকসকলক সহায় কৰাই এই ফেল’শ্বিপৰ উদ্দেশ্যে ।

ADVERTISEMENT

মুঠ ৮ (আঠ)গৰাকী ফেল’ক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হ’ব আৰু প্ৰত্যেককে ৪০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। ফেল’শ্বিপৰ বাবে বাছনি কৰা সকলোকে জ্যেষ্ঠ সাংবাদিকে যাৱতীয় দিহা-পৰামৰ্শৰে সহায় কৰিব । আনহাতে ফেল’ সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব ।

RelatedPosts

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

#কোনে আবেদন কৰিব পাৰে?

বড়ো, কাৰ্বি, অসমীয়া, ইংৰাজী, বাংলা আদি ভাষাৰ ছপা মাধ্যম, ডিজিটেল মাধ্যম, সম্প্ৰচাৰ মাধ্যম আৰু আলোচনীত কৰ্মৰত যুৱ সংবাদকৰ্মীৰ লগতে ফ্ৰীলান্স সাংবাদিকেও এই ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰিব।

আবেদনকাৰীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব আৰু তেওঁ অসমৰ বাসিন্দা হ’ব লাগিব। তেওঁলোকৰ পৰিৱেশ বিষয়ক সাংবাদিকতাৰ প্ৰতি গভীৰ ৰাপ, স্থানীয় লোকৰ সৈতে থাকি তৃণমূলৰ ইতিবাচক খবৰ সন্ধান কৰাৰ আগ্ৰহ থাকিব লাগিব আৰু বিভিন্ন মাধ্যমত প্ৰকাশিত প্ৰতিবেদনেত সৃজনীশীল লেখনিৰ দক্ষতা ফুটি উঠিব লাগিব ।

সংস্থাটোৱে ৰাজ্যখনৰ ষষ্ঠ অনুসূচীৰ এলেকাত কৰ্মৰত সাংবাদিকক এই ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰিছে । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ আবেদনকাৰীৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধ সীমা ৫ বছৰ ৰেহাই দিয়া হ’ব ।

কৰ্মৰত সাংবাদিক সকলে উপযুক্ত পদ্ধতিৰে আবেদন কৰিব লাগিব। সকলো আবেদনকাৰীয়ে তেওঁলোকৰ কামৰ বিষয়ে জ্ঞাত জ্যেষ্ঠ সাংবাদিকৰ পৰা দুখন প্ৰমাণপত্ৰ জমা দিব লাগিব । মহিলা আবেদনকাৰীক ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰা হৈছে ।

# ফেল’শ্বিপৰ সময়সীমা :

এই ফেল’শ্বিপ তিনিমহীয়া হ’ব । ফেল’সকলে ১০ দিন বা ততোধিক দিন ক্ষেত্ৰ অধ্যয়নত কটোৱাটো বাধ্যতামূলক । বাকী ৫০ দিনত প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশৰ কাম সম্পূৰ্ণ কৰিব লাগিব।

# প্ৰস্তাৱিত স্থান :

কাৰ্বি আংলং জিলাৰ ৰংমংভে ব্লকৰ কহঁৰা আৰু ডিৰিং অঞ্চল, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, অসম আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু বি টি আৰৰ বাকসা জিলাৰ দাওধৰা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও সমূহক এই ফেল’শ্বিপৰ বাবে গুৰুত্ব আৰোপ কৰিবলগা স্থান হিচাপে বাছনি কৰা হৈছে ।

#কেনেকৈ আবেদন কৰিব :

এই বিষয়ে অধিক জানিবলৈ আৰু আবেদন কৰিবলৈ আগ্ৰহী সকলে https://aaranyak.org/announcement/ ত চাব পাৰে ।

#আবেদনৰ অন্তিম দিন ২৫ মে’, ২০২৫

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aaranyak announcesGuwahatimedia fellowshipYouth journalist
publisher

publisher

Related Posts

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
News

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

May 15, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
News

Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
News

Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
News

Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

May 15, 2025
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d