Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ”দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থ উন্মোচন

publisher by publisher
May 18, 2025
in Assam, News
Reading Time: 1 min read
0
বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ”দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থ উন্মোচন
3
SHARES
29
VIEWS
ShareShareShareShare

Book Release:আজি আবেলি চাৰি বজাত গুৱাহাটীৰ গণেশগুৰিস্থিত নেড্‌ফি হাউচ প্ৰেক্ষাগৃত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা “দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷

ADVERTISEMENT

গ্ৰন্থখন প্ৰকাশ কৰিছে সৃষ্টি প্ৰকাশৰ হৈ অজিত কুমাৰ ৰায়ে৷ উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজনৈতিক বিশ্লেষক লেখক ড° ৰাজেন শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যশস্বী পৰিচালক জাহ্নু বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া, আৰোহণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া, বিশিষ্ট চকু চিকিৎসক ড° হৰ্ষ ভট্টাচাৰ্য,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে গ্ৰন্থখন উন্মোচন কৰি পাঠক-ৰাইজৰ বাবে আগবঢ়াই দিয়াৰ লগতে সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে৷ অভিনেতা কপিল বৰাই আঁত ধৰা সভাখনত ভালেসংখ্যক গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

RelatedPosts

অসমীয়া চলচ্চিত্ৰৰ শব্দগ্ৰহণকাৰী শনিৰাম ডেকা স্মাৰক গ্ৰন্থ ‘শনিৰাম ডেকা সোঁৱৰণীৰ সুমধুৰ সুবাস’উন্মোচন

Book Release:নেড্‌ফি কনভেনশ্বন চেন্টাৰত উন্মোচন অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজী গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ

পদাৰ্থ বিজ্ঞানী চুইটি শৰ্মাৰ শিশু উপন্যাস “সোণ-দ্যা গ’ল্ডেন চাইল্ড উন্মোচন 

অনুষ্ঠানৰ আৰম্ভণিতে অভিনেত্ৰী নিশিতা গোস্বামী আৰু নিমিশা গোস্বামীয়ে ফিৰিঙতি চলচ্চিত্ৰৰ ‘আজি মনৰ আকাশত উৰি ফুৰা’ শীৰ্ষক গীতটি দ্বৈতকণ্ঠত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷তেওঁলোকক গীতটি পৰিৱেশনত সহায় কৰে মলয়া গোস্বামীৰ সৰু জোঁৱাই আদিত্য সিঙে৷ জাগীৰোড মহাবিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত

অধ্যাপিকা হিচাপেও কৰ্মজীৱনত জনপ্ৰিয়তা অৰ্জন কৰা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে খুবেই সুন্দৰকৈ নিজৰ বক্তব্য প্ৰদান কৰি তেওঁৰ কৰ্মজীৱনত আৰু গ্ৰন্থখন লিখা তথা প্ৰকাশত সহায় কৰা কেবাগৰাকীও ব্যক্তিক কৃতজ্ঞতা প্ৰকাশৰে শলাগ জ্ঞাপন কৰে৷

অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিকে কৃতজ্ঞতা জনায় গ্ৰন্থখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে ”দাপোণত মোৰ পৃথিৱী ” শীৰ্ষক গ্ৰন্থখনত কলং -কপিলী লুইতৰ উপকণ্ঠত জীৱনৰ গান,শিল্পীসত্তাৰ বিচাৰ,এলবামৰ পৰা সোণালী চয়ন যশোভাগ্য অভিনয় চলচ্চিত্ৰৰ বুলনি চ’ৰাত,কেইখনমান আপুৰুগীয়া আলোকচিত্ৰ স্মৰণীয় বৰণীয়,ঘৰুৱা আৱহ,ৰাগ-অনুৰাগৰ দস্তাবেজ,শিক্ষাচিন্তা,নাটকৰ পৃথিৱীত,কুণ্ঠিতচিত্তে ভাষণ আৰু ভূষণ,প্ৰেৰণাময় স্মৃতিৰ সঁফুৰা আদি কেবাটাও অধ্যায়ত

মলয়া গোস্বামীয়ে লিখা লেখাসমূহৰ লগতে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মলয়া গোস্বামীৰ জীৱন আৰু অভিনয় জীৱন,কৰ্মজীৱনক কেন্দ্ৰ কৰি লিখা বহুকেইটা সুন্দৰ লেখা সন্নিৱিষ্ট হৈছে৷যশস্বী অভিনেত্ৰী গৰাকীয়ে উক্ত গ্ৰন্থখন তেখেতৰ পৰম পূজনীয় পিতৃ কৈলাশ ৰাজখোৱা আৰু মাতৃ পুতলী ৰাজখোৱাৰ সজল স্মৃতিত উছৰ্গা কৰিছে৷

৫৫৯পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনত অসমীয়া আৰু ইংৰাজী ভাষাত গুৰুত্বপূৰ্ণ কেবাটাও লেখা আৰু বহু আপুৰুগীয়া ফ’টোগ্ৰাফ. সন্নিৱিষ্ট কৰা হৈছে যিসমূহ পঢ়ি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত স্বনামধন্য অভিনেত্ৰী গৰাকীৰ বিষয়ে বহু তথ্য লাভ কৰিব পৰা যাব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Book Release
publisher

publisher

Related Posts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d