Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Book Release:নেড্‌ফি কনভেনশ্বন চেন্টাৰত উন্মোচন অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজী গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ

publisher by publisher
December 2, 2025
in Assam
Reading Time: 1 min read
0
Book Release:নেড্‌ফি কনভেনশ্বন চেন্টাৰত উন্মোচন অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজী গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Book Release:

মহানগৰীৰ নেড্‌ফি কনভেনশ্বন চেন্টাৰত শনিবাৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজীত ৰচিত গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ”ৰ শুভ উন্মোচন হৈ যায় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে ” আৰু সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী” গীতটি পৰিৱেশন কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আছাম ৰাইফলচৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা ৷ আমন্ত্ৰিত অতিথি অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ ,বিশিষ্ট লেখক ঔপন্যাসিক ধ্ৰুৱ হাজৰিকা সম্বনিতে উপস্থিত থকা অৰ্ধশতাধিক সাহিত্যানুৰাগীৰ উপস্থিতি উন্মোচিত হোৱা “কালাৰচ অৱ লাইফ” হ’ল লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ সামৰিক জীৱনৰ দীৰ্ঘকালৰ অভিজ্ঞতাৰ ফচল৷গ্ৰন্থ খনত সন্নিৱিষ্ট মুঠ ৪৬ টা লেখাৰ অৰ্ধেক সংখ্যক লেখাত আছে এজন সেনা বিষয়াৰ সামৰিক জীৱনৰ সৰু বৰ অভিজ্ঞতাৰ এক দলিল৷আনহাতে গ্ৰন্থখনৰ আন অংশত বৰ্ণিত হৈছে অৱসৰকালীন সময়ছোৱাত লেখকে লগ পোৱা চহৰ আৰু গ্ৰাম্যাঞ্চলৰ সাধাৰণ মানুহৰ জীৱনৰ ক্ষুদ্ৰ অথচ সংবেদনশীল মূহুৰ্তৰ সাৱলীল বৰ্ণনা৷

ADVERTISEMENT

বিশিষ্ট অতিথি লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰাই নিজৰ ব্যক্তব্যত কয় যে সামৰিক বাহিনীত লগ পোৱা ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ এজন পৰিশীলিত ন্যায়পৰায়ণ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত লেখক হিচাপেও তেওঁ সফল ৷ কাৰণ লেখক ৰঞ্জিত বৰঠাকুৰে নিজৰ কলমত সেনা জোৱান আৰু নিজৰ মাতৃভূমিৰ প্ৰতি থকা আত্মীয়তাক অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ সাহিত্যক ধ্ৰুৱ হাজৰিকাই “কালাৰচ্‌ অৱ লাইফ” সম্পৰ্কে এক সম্যক ধাৰণা আগবঢ়োৱাৰ সমান্তৰালকৈ এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) অঞ্জন গগৈয়ে গ্ৰন্থখনৰ সন্দৰ্ভত এক সুন্দৰ আলোচনা আগবঢ়ায় ৷ উপস্থিত দৰ্শকৰ তৰফৰ পৰা বুদ্ধিজীৱী ময়ূৰ বৰাই এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা সম্পৰ্কত এক চমু অথচ মননশীল মন্তব্য দিয়ে ৷

লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাৰ পাতনিৰে আকৰ্ষণীয় বেটুপাতৰ “কালাৰচ্‌ অৱ লাইফ” লেখক ৰঞ্জিত বৰঠাকুৰে বাস্তৱৰ কেনভাচত মানুহৰ সুখ-দুখ ,হৰ্ষ-বিষাদৰ ৰঙেৰে অংকন কৰা জীৱনৰ এক অনুপম কলাজ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Book ReleaseBrig Ranjit Borthakur(Retd)Colours Of LifeGuwahatiNedfi Convention centre
publisher

publisher

Related Posts

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d