Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পদাৰ্থ বিজ্ঞানী চুইটি শৰ্মাৰ শিশু উপন্যাস “সোণ-দ্যা গ’ল্ডেন চাইল্ড উন্মোচন 

publisher by publisher
June 27, 2025
in News, Assam
Reading Time: 1 min read
0
পদাৰ্থ বিজ্ঞানী চুইটি শৰ্মাৰ শিশু উপন্যাস “সোণ-দ্যা গ’ল্ডেন চাইল্ড উন্মোচন 
2
SHARES
18
VIEWS
ShareShareShareShare

Book Release: আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নেন’ পদাৰ্থ বিজ্ঞানী তথা শিশু সাহিত্যিক ড° চুইটি শৰ্মাৰ জীৱন প্ৰেৰণাদায়িনী গ্ৰন্থ ” সোণ- দ্যা গ’ল্ডেন চাইল্ড (ইক’চ অৱ দ্যা পাষ্ট) আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

ADVERTISEMENT

অগ্ৰণী প্ৰকাশন”প্ৰজ্ঞা মিডিয়া হাইপে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সু-সাহিত্যিক পদ্মশ্ৰী এলি আহমেদৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া তথা লেখক ড° নন্দ‌ সিং বৰকলা আৰু বিশিষ্ট শিশু সাহিত্যক তথা সাহিত্য অকাডেমি বঁটা বিজয়ী বন্দিতা ফুকনে ।

RelatedPosts

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

অসমীয়া চলচ্চিত্ৰৰ শব্দগ্ৰহণকাৰী শনিৰাম ডেকা স্মাৰক গ্ৰন্থ ‘শনিৰাম ডেকা সোঁৱৰণীৰ সুমধুৰ সুবাস’উন্মোচন

Book Release:নেড্‌ফি কনভেনশ্বন চেন্টাৰত উন্মোচন অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজী গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ

লেখিকা ডঃ ছুইটি শৰ্মাৰ প্ৰয়াত পিতৃ ডা° দীন নাথ শৰ্মাৰ জীৱনৰ পৰিক্ৰমাৰে অৱধাৰিত গ্ৰন্থখন মূলত শিশু উপযোগী যদিও সকলো শ্ৰেণীৰ লোককে অনুপ্ৰাণিত কৰিব পৰা এখন গ্ৰন্থ

। উল্লেখযোগ্য যে উন্মোচক এলি আহমেদৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা আজিৰ উন্মোচনীত গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি শিশু সাহিত্যক বন্দিতা ফুকনে কয় যে সাহিত্য জগতত আজি এখন নতুন গ্ৰন্থ সংযোজিত হ’ল বিশেষকৈ শিশু সাহিত্যৰ বাবে আজি এক উল্লেখনীয় দিন।চুইটি শৰ্মাৰ শিশু ভিত্তিক এই উপন্যাসখনে পঢ়ি থাকিলে ঘটনা সমূহে কাহিনী সমূহে দৃশ্য শ্ৰাব্য হৈ মনত ধৰা দিয়ে।

নিজৰ উন্মোচনী ভাষণত বিশিষ্ট শিশু সাহিত্যক গৰাকীয়ে গ্ৰন্থৰ চিত্ৰাৱলীল উপৰতো মননশীল মন্তব্য আগবঢ়ায়। আজিৰ সভাত অন্য এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি ড° নন্দ সিং বৰকলাই নিজৰ শ্ৰুতিমধুৰ ভাষণত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সাম্প্ৰতিক সময়ৰ শিশুৰ মানসিক বিকাশ আৰু উত্তৰণত গ্ৰন্থ গুৰুত্ব আৰু পৰিয়ালৰ ভূমিকাৰ বিষয়ে বক্তব্য কৰাৰ লগতে গ্ৰন্থখন লেখিকাৰ জীৱনৰ উদযাপন বুলি উল্লেখ কৰে।

অনুষ্ঠানৰ অন্যগৰাকী উন্মোচক পদ্মশ্ৰী এলি আহমেদে শিশু উপযোগী এনে এখন গ্ৰন্থ প্ৰণয়ণ কৰা লেখক আৰু প্ৰকাশৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। প্ৰখ্যাত চিকিৎসক ডা° দীননাথ‌ শৰ্মাৰ স্মৃতিত জিয়ৰী চুইটি শৰ্মাই প্ৰণয়ণ কৰা গ্ৰন্থখনৰ উন্মোচনী সভাৰ প্ৰাক‌ মূহুৰ্তত দীন নাথ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শৰ্মাৰ পত্নী মঞ্জুলা শৰ্মাই। আজিৰ আড়ম্বপূৰ্ণ সভাখনৰ আঁত ধৰে আৰাধনা কাশ্যপ আৰু ময়ূৰী দত্তই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Book ReleaseGuwahati Press Club
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d