Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

স্থল বন্দৰৰে সাজপাৰৰ পৰা আৰম্ভ কৰি ফলমূললৈ বিভিন্ন বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ, দ্বিপাক্ষিক বাণিজ্যত বৃহৎ ক্ষতিৰ আশংকা, অসম-ত্রিপুৰা-মিজোৰাম-মেঘালয়ৰ বন্দৰত সম্পূর্ণ নিষিদ্ধ

publisher by publisher
May 19, 2025
in Uncategorized
Reading Time: 3 mins read
0
Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি
3
SHARES
25
VIEWS
ShareShareShareShare

Decline in India- Bangladesh relations:

সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ পাছত সম্প্রতি বাংলাদেশৰ স’তেও ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বাংলাদেশত তৈয়াৰী সাজপাৰৰ পৰা আৰম্ভ কৰি ফলমূললৈকে বহু সামগ্ৰীৰ স্থল বন্দৰৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। উল্লেখ্য যে স্থল বন্দৰ হৈছে চৰকাৰীভাৱে নিৰ্ধাৰিত আন্তর্জাতিক সীমান্তৰ এক নির্দিষ্ট স্থান, যি স্থানবে সংশ্লিষ্ট দেশ দুখনৰ মানুহে আহ-যাহ কৰিব পাৰে আৰু বয়বস্তু আমদানি-ৰপ্তানি কৰিব পাৰে।

ADVERTISEMENT

সম্প্রতি ভাৰত চৰকাৰে দেশৰ অধিকাংশ স্থল বন্দৰেৰে বাংলাদেশী সামগ্রীৰ আমদানি নিষিদ্ধ কৰিছে। উল্লেখ্য যে ড° মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অনিৰ্বাচিত অন্তৱর্তী চৰকাৰে মুকলিকৈ চীন প্রীতি প্ৰদৰ্শন কৰি ভাৰতবিৰোধী স্থিতি লৈ আহিছে। কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে কালি জাৰি কৰা এক নির্দেশৰ জৰিয়তে বাংলাদেশত তৈয়াৰী পোছাক, ফলমূল, সূতা, কাঠৰ আচবাব, স্থল বন্দৰৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে কলকাতা আৰু মুম্বাই বন্দৰ বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশৰ বাবে মুকলি ৰাখিছে ভাৰত চৰকাৰে।

RelatedPosts

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

Inaugration For Swadeshi 4G Network :গুৱাহাটীত স্বদেশী বি এছ এন এল ৪জি ষ্টেক আৰু ৯৭,৫০০ ৪জি ডি বি এন টাৱাৰ উদ্বোধন

স্বাভাৱিকতে ভাৰত চৰকাৰে জাৰি কৰা এই নির্দেশে বাংলাদেশৰ স’তে বাণিজ্যিক সম্পর্কত প্রভাৱ পেলোৱাটো নিশ্চিত। ইয়াৰ দ্বাৰা বাংলাদেশো প্ৰচুৰ ক্ষতিগ্রস্ত হ’ব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। এই সম্পর্কত গ্ল’বেল ট্রেড ৰিচাৰ্ছ ইনিচিয়েটিভ (জিটিআৰআই) শীৰ্ষক সংস্থাই প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ভাৰতে আৰোপ কৰা এই নিষেধাজ্ঞাৰ ফলত বাংলাদেশৰ ৰপ্তানি ৪২ শতাংশ ক্ষতিগ্রস্ত হ’ব। উল্লেখ্য যে বাংলাদেশে ভাৰতৰ মাজেৰে নেপাল, ভূটান আদি দেশলৈ প্ৰেৰণ কৰে। ভাৰত চৰকাৰে আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞাৰ ফলত দেশখনে ভাৰতৰ মাজেৰে কোনো সামগ্রী আন দেশলৈও ৰপ্তানি কৰিব নোৱাৰিব। ইয়াৰ পূৰ্বে ভাৰতৰ বিমানকোঠ ব্যৱহাৰ কৰি বাংলাদেশে বিভিন্ন দেশলৈ সামগ্রী ৰপ্তানি কৰাত ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে।

শেহতীয়াভাৱে বাণিজ্য মন্ত্রণালয়ে জাৰি কৰা নির্দেশটোত কোৱা হয়, ‘মুম্বাই আৰু কলকাতা বন্দৰক বাদ দি ভাৰতৰ কোনো বন্দৰৰে বাংলাদেশে সাজপাৰ (ৰেডিমেড পোছাক), ফলমূল, ফলৰ স্বাদযুক্ত কার্বনেটেড পানীয়, কেক, চিছ, মিঠাই, তুলা, সূতা, প্লাষ্টিকৰ সামগ্ৰী আৰু কাঠৰ আচবাব ৰপ্তানি কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা অসম, মেঘালয়, ত্ৰিপুৰা বা মিজোৰামৰ স্থল বন্দৰ (শুল্ক কেন্দ্ৰ) ৰ ক্ষেত্রতো প্রযোজ্য হৈছে। উত্তৰ-পূবৰ পশ্চিমবংগৰ চাংৰাবান্ধা আৰু ফুলবাৰী বন্দৰৰেও বাংলাদেশী সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব নোৱাৰিব।’ অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মায়ো আজি কয় যে উত্তৰ-পূবৰ স্থল বন্দৰসমূহেৰেও বাংলাদেশী সামগ্ৰী ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি সদৰী কৰে।

আনহাতে, জিটিআৰআই তথ্য অনুসৰি, এই স্থল বন্দৰসমূহৰে বাংলাদেশৰ পৰা ভাৰতলৈ বার্ষিক চাৰে ছহেজাৰ কোটিৰো অধিক টকাৰ সামগ্রী আমদানি হয়। লক্ষ্যণীয়ভাৱে কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে আৰোপ কৰা এই নিষেধাজ্ঞা বাংলাদেশৰ পৰা অহা মাছ, ঘৰুৱা ৰন্ধন গেছ (এলপিজি), খোৱাতেল আৰু চূণশিলৰ ক্ষেত্ৰত প্রযোজ্য নহয়। তৎসত্ত্বেও এই নিষেধাজ্ঞাই বাংলাদেশৰ অৰ্থনীতিত মাধমাৰ শোধোৱাটো নিশ্চিত হৈছে। কাৰণ বাংলাদেশত উৎপাদিত সাজপাৰকে ধৰি ফলমূল, তেল, সূতা আদি বিশ্বৰ বিভিন্ন দেশলৈ ভাৰতৰ মাজেৰে যায়। শ্বেইখ হাছিনা শাসনত থকাৰ কালছোৱাত ভাৰত-বাংলাদেশৰ মাজত গঢ় লোৱা মধুৰ সম্পৰ্কৰ অৱনতি আৰম্ভ হয় ড: ইউনুছৰ নেতৃত্বত অনির্বাচিত অন্তৱৰ্তী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা।

দেশখনত হিন্দুকে ধৰি সংখ্যালঘু লোকসকল নির্যাতনৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰাত ক্ষোভ প্রকাশ কৰি আহিছে ড: ইউনুছ চৰকাৰে। শেহতীয়াভাৱে বাংলাদেশ চৰকাৰে প্ৰাক্তন প্রধানমন্ত্রী হাছিনা নেতৃত্বাধীন আৱামী লীগ নির্বাচনত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰাক লৈও ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰে। ইয়াক লৈও বাংলাদেশ চৰকাৰ ক্ষুব্ধ হয়। অৱশ্যে ইয়াৰ পূৰ্বৰে পৰা ড: ইউনুছে চীনৰ সুচিন্তক বুলি জাহিৰ কৰি আহিছে। আনকি যোৱা মাৰ্চত চীন ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যকেইখন সম্পর্কেও বিতর্কিত মন্তব্য কৰে। তদুপৰি তেওঁৰ এজন ঘনিষ্ঠই অলপতে মন্তব্য কৰে যে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হ’লে বাংলাদেশে উত্তৰ-পূব দখল কৰা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeclineDr. Mahammad YunusIndia- Bangladesh relationsPM Modi
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d