Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দ্ৰুত গতিত চলিব বুলেট ট্ৰেইন,৩০০ কিলোমিটাৰ আন্তঃগাঁথনি সাজু, বৃহৎ ঘোষণা ৰেলমন্ত্ৰীৰ

publisher by publisher
May 20, 2025
in India, News
Reading Time: 1 min read
0
দ্ৰুত গতিত চলিব বুলেট ট্ৰেইন,৩০০ কিলোমিটাৰ আন্তঃগাঁথনি সাজু, বৃহৎ ঘোষণা ৰেলমন্ত্ৰীৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Bullet Train: দ্ৰুত গতিত আগবাঢ়িছে কাম। যদি সকলো ঠিকে থাকে তেন্তে ২০২৮ চনৰ ভিতৰত ভাৰতৰ মাটিত চলিব বুলেট ট্ৰেইন ।ইতিমধ্যে অধিকাংশ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈছে। এই কথা প্রমাণ দিলে স্বয়ং ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে৷

ADVERTISEMENT

ছ’চিয়েল মিডিয়াত তেওঁ জনালে, মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন পথৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভায়াডাক্টৰ কাম সম্পূৰ্ণ হৈছে। এই ভায়াডাক্টত ওপৰত লাইন লেইং কাম সম্পূৰ্ণ হ’ব। তাৰ পাছতে চলিব বুলেট ট্ৰেইন।

RelatedPosts

Vande Bharat Train : এইবাৰ আৰম্ভ হ’ব বন্দে ভাৰত মেট্ৰ’ সেৱা ৰে’লক প্ৰস্তাৱ প্ৰধামন্ত্ৰীৰ

Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি বন্ধ হ’ব ফ্ৰি ভইছ কল আৰু ভিডিঅ’ কল

মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইনখনে ৫০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। লগতে ট্ৰেইনখন ১২টা ষ্টেচনত ৰ’ব। ইয়াৰে ন’টা ষ্টেচন গুজৰাটত। মহাৰাষ্ট্ৰত তিনিটা। মাটিৰ তলত নিৰ্মাণ হ’ব মুম্বাই ষ্টেচন। বাকীবোৰ ওপৰত। যাত্ৰীৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব উন্নত প্ৰযুক্তি।

এই ৰে’লখন জাপানী শ্বিনকানচেন প্ৰযুক্তি ব্যৱহাৰ কৰি চলোৱা হ’ব। এই ট্রেন লাইনটো নেচনেল হাই স্পিড ৰেল কর্পোৰেশনে (NHSRCL) তৈয়াৰ কৰিছে ।

সেই এন এইচ এছ আৰ চি এলে জনাই ,ইতিমধ্যে ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভায়াডাক্টৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰে ১৪খন দলং নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে, ইয়াৰে সাতখন ষ্টিলৰ দলং।

২.৭ কিলোমিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে ষ্টেচন বিল্ডিং।প্ৰথম অৱস্থাত এই বুলেট ট্ৰেইন প্ৰকল্পটো ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল।

কিন্তু বিভিন্ন কাৰণত এটাৰ পাছত এটাকৈ প্ৰকল্পৰ সময়সীমা পাৰ হৈ গ’ল। বৰ্তমান কেন্দ্ৰটোৱে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ হিচাপে ২০২৮ চনলৈ লক্ষ্য ৰাখিছে।

দেশৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰকল্পৰ ৰূপায়ণত পলম হোৱাৰ বাবে ব্যয় ১.৬ লাখ কোটি টকা অতিক্ৰম কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashwini VaishnawBullet Train Project
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d