Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kashmir Incident :পাক গোলাবর্ষণত সীমান্ত অঞ্চলত তচনচ হ’ল ১০ সহস্রাধিক বাসগৃহ

এলঅ'চিৰ পৰিস্থিতি পৰিদৰ্শন কৰি জনালে নেচনেল কনফাৰেন্সৰ সাংসদে,ক্ষতিগ্রস্ত শশ ভাৰতীয় গাঁও উপযুক্ত ক্ষতিপূৰণৰ দাবী

publisher by publisher
May 21, 2025
in India, News
Reading Time: 2 mins read
0
Kashmir Incident :পাক গোলাবর্ষণত সীমান্ত অঞ্চলত তচনচ হ’ল ১০ সহস্রাধিক বাসগৃহ
1
SHARES
9
VIEWS
ShareShareShareShare

Kashmir Incident:

অপাৰেছন সিন্দূৰ’ আৰু ইয়াৰ প্রত্যুত্তৰত পাকিস্তানী আক্রমণত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংলগ্ন শ শ গাঁও বিধ্বস্ত হয়। বিগত কিছুদিন ধৰি স্থানীয় ৰাজনৈতিক নেতাসকলে এই সমস্ত অঞ্চল ভ্ৰমণ কৰি বাস্তৱৰ ছবি প্ৰত্যক্ষ কৰিহে। এই অঞ্চলত পৰিস্থিতি মর্মান্তিক বুলি তেওঁলোকে সদৰী কৰিছে।

ADVERTISEMENT

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, পাকিস্তানৰ আক্ৰমণত সীমান্ত অঞ্চলৰ ১০ হেজাৰৰো অধিক ঘৰ ভাঙি তচনচ হৈছে আৰু অগণন পৰিয়াল গৃহহীন হৈছে। মাটিৰ লগত মিহলি হৈছে বহু ঘৰ। সীমান্তৱতী পুঞ্চ, কুপৱাৰা, বাৰামুলা আৰু ৰাজৌৰিৰ গাঁওসমূহ সর্বাধিক ক্ষতিগ্রস্ত হৈছে। ইয়াৰে ভিতৰৰ্ত সবাতোকৈ শোচনীয় অৱস্থা জন্মৰ পুঞ্চ জিলাৰ। পাকিস্তানী আক্ৰমণত নিহত ২২জনৰ ভিতৰত ১৪জনেই পুঞ্চৰ নিৱাসী।

RelatedPosts

কাশ্মীৰত সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড!

কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত দুই উপ-পৰিদৰ্শক

জম্মু-কাশ্মীৰৰ দ খাৱৈত পৰিল এখন সেনাবাহিনীৰ বাছ !

নেচনেল কনফাৰেন্সৰ সাংসদ আজাদ জানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে জিলাখনৰ ৯০খন পঞ্চায়তৰ ভিতৰত ৬০খনত হেজাৰ হেজাৰ বাসগৃহ আৰু ভৱন ধূলিসাৎ হৈছে। তেওঁ কয়, ‘এনে বৃহৎ পৰিসৰৰ আক্ৰমণ পূর্বে এই অঞ্চলত হোৱা নাই। সমগ্র অঞ্চলটোত এটা ঘৰো অক্ষত অৱস্থাত নাই। পাহাৰীয়া অঞ্চলত টিনৰ চালিৰ ঘৰে এই আক্ৰমণৰ স’তে যুঁজিব পাৰে জানো? চেল ফাটি যে এটা ঘৰৰ ক্ষতি হৈছে সেয়াই নহয়, শ্রেপনেলৰ চেলবোৰে চৌপাশৰ ঘৰবোৰৰ বৃহৎ ক্ষতিসাধন কৰিছে।’

সাংসদজনে কয় যে তেওঁ ক্ষতিগ্রস্ত অঞ্চলত ৪০ শতাংশ নিজে পৰিভ্ৰমণ কৰিছে। অঞ্চলটো ভূকম্পনপ্ৰৱণ বুলি উল্লেখ কৰি তেওঁ কয়, ‘ঘৰৰ কাঠামোবোৰ ইমানেই ক্ষতিগ্রস্ত হ’ল যে যিকোনো মুহূর্তত এটা মৃদু কম্পনতেই ভাঙি পৰিব পাৰে।’ কেন্দ্ৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনিক কর্তৃপক্ষক তেওঁ ঘৰ-বাৰীৰ পুনৰ নিৰ্মাণৰ বাবে ক্ষতিপূৰণ আদায়ৰ দাবী জনায়। তেওঁ কয় যে বহুতেই ঘৰলৈ উভতিব পৰা নাই অথবা অদূৰ ভৱিষ্যতে এটা ভূমিকম্প হ’লেই ভয়ংকৰ বিপদত পৰিব অঞ্চলবাসী। সাংসদজনে কয়, ‘পাকিস্তানৰ আক্ৰমণত নিহত সাধাৰণ মানুহক সন্ত্রাসবাদীৰ আক্রমণত নিহত বুলি চিনাক্ত কৰি সেই অনুসৰি চৰকাৰী ক্ষতিপূৰণ দিব লাগে।’ তেওঁ পুনৰ কয়, ‘মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই পুঞ্চলৈ আহি সাহায্য আশ্বাস দিছে। ৰাজ্যৰ সমান্তৰালভাৱে কেন্দ্ৰৰ পৰাও ক্ষতিপূৰণ আশা কৰিছো।’

তীব্র গোলাবর্ষণত সীমান্ত অঞ্চলৰ উৰি আৰু কাৰ্ণাও বিধ্বস্ত হৈছে। কার্ণাত শতাধিক আৰু উৰিত ৪৫৮-টা ঘৰ ধূলিসাৎ হৈছে। নেচনেল কনফাৰেন্সৰ সাংসদ জাভেদ আহমেদে কয়, ‘সম্পূর্ণ ধূলিসাৎ হোৱা ঘৰৰ বাবে ১০ লাখ আৰু আংশিক ক্ষতিগ্রস্ত ঘৰৰ বাবে পাঁচ লাখ টকা ক্ষতিপূৰণৰ অনুৰোধ জনাইছো।’ স্থানীয় তাংডাৰ গাঁৱৰ বাসিন্দা জাহিদ ৰছিদে সংবাদ মাধ্যমক কয়, ‘গোলাবর্ষণ আৰম্ভ হোৱাত আমি বাংকাৰত আশ্রয় লৈছিলো আৰু ইয়াৰ অন্ত পৰাত বাহিৰলৈ দেখিলো যে সকলো ঘৰ-বাৰী ধূলিত মিহলি হৈছে।

আমাৰ অসংখ্য মানুহে এতিয়াও আত্মীয় আৰু ওচৰ-চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈ আছে।’ মুখ্যমন্ত্রী আব্দুল্লাৰ পৰামৰ্শদাতা মাছিৰ আছলাম বানিয়ে এই বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতিৰ কথা স্বীকাৰ কৰি কয় যে দুৰ্গতসকলৰ বিত্তীয় সাহায্যৰ বাবে ৰাজ্য চৰকাৰে চেষ্ট কৰি আছে। পুনৰ সংস্থাপন আঁচনিৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indo pak conflictkASHMIRMany Home DamagedMp VisitNational Conference
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d