Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘অপাৰেছন সিন্দূৰ’ৰ পাছতে পাক সেনাৰ ধাৰাসাৰ গোলাবর্ষণ, কমেও ১৫ ভাৰতীয়ৰ প্ৰাণহানি সীমান্তত

publisher by publisher
May 8, 2025
in India, News
Reading Time: 1 min read
0
পহলগাম কাণ্ডৰ যোগ ? জম্মু কাৰাগাৰত ভৰ্তি ৰাজৌৰী আক্ৰমণৰ লগত জড়িত দুজন উগ্ৰপন্থীক জেৰা NIA ৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ‘অপাৰেছন সিন্দূৰ’ৰ সফল ৰূপায়ণ কৰাৰ পাছতে উন্মাদপ্ৰায় আচৰণ কৰি পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় লোকৰ গাঁৱলৈ ধাৰাসাৰে গোলাবর্ষণ কৰে।

ADVERTISEMENT

ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাবাহিনীয়ে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কালি জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ ভাৰতীয় গাঁওসমূহলৈ কৰা গোলাবর্ষণত কমেও ১৫ জন সাধাৰণ লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন ৪৩ জন আহত হয়।

পাক সেনাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ উচিতভাৱে দি ভাৰতীয় সেনায়ো গুলিবর্ষণ কৰাত শত্রুপক্ষৰ কে’বাজনো হতাহত হয়। সূত্রই প্রকাশ কৰা মতে, পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত কৰা গোলাবর্ষণৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হয় জম্মু-কাশ্মীৰৰ পুঞ্চ জিলা।

পাক সেনাৰ গোলাবর্ষণত হতাহতসকলৰ অধিকাংশই হৈছে পুঞ্চ জিলাৰ। আহতসকলৰ কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি সূত্রই প্রকাশ কৰিছে।

পাক সেনাৰ এই নির্বিচাৰ গোলাবর্ষণে স্বাভাবিকতে নিয়ন্ত্রণ ৰেখাৰ ওচৰৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে সীমান্তবর্তী অঞ্চলৰ লোকসকলৰ বহুতে ভূ-গর্ভস্থ বাংকাৰত আশ্ৰয় লৈছে।

তদুপৰি একাংশই ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে।সূত্রই জনোৱা মতে, পাক সেনাৰ এই গোলাবর্ষণ কালি দুপৰীয়ালৈকে অব্যাহত থাকে।

তাৰ পাছতো ছেগা-চোৰোকাকৈ এই গোলাবর্ষণ চলি থাকে। ঘাইকৈ পুঞ্চ অঞ্চলত পাক সেনাৰ এই গোলাবর্ষণ অব্যাহত থাকে। চৰকাৰী তথ্য অনুসৰি, পুঞ্চৰ উপৰি বালাকোট, মেন্ধাৰ, মানকোট, কৃষ্ণঘাটি, গুলপুৰ, কার্ণি আদিত পাক সেনাই গোলাবর্ষণ কৰে।

আনকি পুঞ্চ জিলাৰ সদৰলৈও পাক সেনাই গোলাবর্ষণ কৰে। এই গোলাবর্ষণত বহু লোকৰ ঘৰ-দুৱাৰ আৰু যানবাহনো ক্ষতিগ্রস্ত হয়। তদুপৰি পুঞ্চৰ বাছ আস্থানো গোলাবর্ষণত ক্ষতিগ্রস্ত হয়।

আনহাতে পাক সেনাৰ গোলাবর্ষণত হতাহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ চেষ্টা কৰা স্থানীয় লোকসকল থমকি ৰ’ব লগা হয়। কাৰণ দীর্ঘ সময় ধৰি পাক সেনাৰ এই গোলাবর্ষণ অব্যাহত থাকে।

ভাৰতীয় সেনাই পাকিস্তানী সেনাক উচিত প্রত্যুত্তৰ দিয়ে বুলি সদৰী কৰি সেনাৰ সূত্রই জনায় যে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত শত্রুপক্ষৰ বাহিনীৰ অনেক হতাহত হয়।

আনহাতে, পাক সেনাৰ এই গোলাবর্ষণৰ বাবে কালি জম্মু অঞ্চলৰ পাঁচখন সীমান্তবর্তী জিলাৰ সকলো শৈক্ষিক অনুষ্ঠান কর্তৃপক্ষই বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে।

এই সম্পৰ্কত মাণ্ডলিক আয়ুক্ত ৰমেশ কুমাৰে সামাজিক মাধ্যম এক্সত কয়, ‘সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জম্মু, চাম্বা, কাঠুৱা, ৰাজৌৰি আৰু পুঞ্চৰ আজি সকলো স্কুল, কলেজ তথা শিক্ষানুষ্ঠান বন্ধ ৰখা হয়।’

উল্লেখ্য যে পহলগামৰ সন্ত্রাসবাদীৰ নৰসংহাৰৰ পাছত পাকিস্তানে নিয়ন্ত্রণ ৰেখাত আজিলৈকে একেৰাহে ১৩ বাৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতৰ ভূমিলৈ অপ্ৰৰোচিতভাৱে গুলিবর্ষণ কৰে।

এই সম্পৰ্কত ভাৰতীয় সেনাই এক্সত কয়, ‘পাকিস্তানে আকৌ পুঞ্চ-ৰাজৌৰি অঞ্চলত যুদ্ধবিৰতি চুক্তি উলংঘা কৰিলে। ভাৰতীয় সেনাই বিন্যাসিতভারে উপযুক্ত প্রত্যুত্তৰ দিয়ে।’

লক্ষ্যণীয় যে ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি নবীকৰণৰ পাছত নিয়ন্ত্রণ বেখা আৰু আন্তর্জাতিক সীমান্তত যুদ্ধবিবতি চুক্তি উলংঘা ঘটনা বিৰল আছিল। যোৱা ২২ এপ্ৰিলৰ পহলগাম কাণ্ডৰ পাছত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaJammu and KashmirPahelgamPakistan
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d