Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Artificial flooding on Patharkueri – Satgaon road:মহানগৰীৰ পাথৰকুৱেৰী – সাতগাওঁ পথৰ কৃত্ৰিম বানক লৈ চিন্তিত অঞ্চলবাসী

মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু জিএমচি মেয়ৰ মৃগেন শৰণীয়াক স্মাৰক পত্ৰ অঞ্চলবাসীৰ

publisher by publisher
May 22, 2025
in News, Assam
Reading Time: 2 mins read
0
Artificial flooding on Patharkueri – Satgaon road:মহানগৰীৰ পাথৰকুৱেৰী – সাতগাওঁ পথৰ কৃত্ৰিম বানক লৈ চিন্তিত অঞ্চলবাসী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial flooding on Patharkueri – Satgaon road:

যিহেতু বৰষুণৰ বতৰ সমাগত, সেয়ে মহানগৰীৰ এটা সদাব্যস্ত পথ হৈছে পাথৰকুৱেৰী – সাতগাওঁ পথ ৷ সাতগাঁৱস্থ সেনা চাউনিৰ সেনা বাহিনীৰ উপৰিও বহু কেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী দৈনিক অহা যোৱাৰ বাবে এই পথটো ব্যৱহাৰ কৰে।

ADVERTISEMENT

এজাক মুষলধাৰ বৰষুণ দিলেই পথছোৱা জলমগ্ন হৈ পৰে৷বিগত সময় চোৱাত এই পথটোত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। পাথৰকুৱেৰী – সাতগাওঁ পথত হোৱা কৃত্ৰিম বানে সৰ্বাধিক বিভীষিকাৰ সৃষ্টি কৰে এছএফএছ স্কুলৰ সন্মুখৰ ঠাইখিনিত। অৱশ্যে পথটোৰ অন্য অংশতো বৰষুণৰ পানী জমা হয়।

pathar 2একেদৰে বহুকেইটা উপ-পথ বৰষুণৰ পানীত ডুব গৈ থাকে। অথচ এই পথটোৰ গাতে লাগি অছে শিলসাঁকো বিল। বৰষুণৰ জমা পানী অতি সহজে শিলসাঁকোলৈ বৈ যাব লাগিছিল যদিও সেয়া হোৱা নাই। পাথৰকুৱেৰীৰ পৰা সাতগাঁৱলৈ যোৱা সোঁফালে আছে এটা কেঁচা নলা ৷ একেদৰে বাওঁ ফালেও কিছু কিছু ঠাইত সৰু ঠেক নলাৰ এটাৰ অস্তিত্ব দেখিবলৈ পোৱা যায়।

কিন্তু এই নলাটোৰে পানী ওলাই যায় নে নাই তাৰ কোনো নিশ্চয়তা নাই। এছএফএছ স্কুলৰ সন্মুখত নলাটোৰ অস্তিত্ব হয়তো মাটিৰ তলত আছে। আনহাতে বিদ্যালয় খনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টৰ প্ৰবেশ পথত নলা সংলগ্ন এটা পকী কালভাৰ্ট বহুওৱা আছে যাৰ অধিকাংশ ইতিমধ্যে মাটিৰ তলত পোত গৈছে আৰু যিখিনি ওলাই আছে তাৰে পাথৰকুৱেৰী – সাতগাঁওৰ দৰে বৃহৎ অঞ্চলৰ বৰষুণৰ জমা পানী ওলাই যোৱাটো সম্ভৱ নহয়।

পথটোৰ দুয়ো কাষৰ নলা সমূহত থকা আৰ্ৱজনা চাফা নোহোৱা পৰ্যন্ত এই বৃহৎ অঞ্চলটোত জমা হোৱা বৰষুণৰ পানী শিলসাঁকোলৈ ওলাই যোৱাটো সম্ভৱ নহয়। বৰষুণৰ পানী শিলসাঁকোলৈ বৈ নোযোৱাৰ অন্য কাৰণো থাকিব পাৰে ৷ এইক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগ আৰু জিএমচিৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান প্ৰয়োজনীয়তা আছে বুলি মতপ্ৰকাশ কৰে স্থানীয় লোকে ৷

pathar 3আনহাতে এই সন্দৰ্ভত স্থানীয় লোকে গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক ১ মে’ত সাক্ষাৎ কৰে এখন স্মাৰক পত্ৰ খন দিছিল যদিও আজি পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত এবাৰ বৰষুণ দিলেই পথটোত ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ ধাৰা আজিও অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodPatharkueri - Satgaon roadPublic Complaint
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d