Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Body of missing police Constable found after 11 months:১১ মাহৰ পাছত সন্ধানহীন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

    New born baby: টীয়কত নিশা উদ্ধাৰ এটি ২৫ দিনীয়া দেৱশিশু

    Sixmile Incident:মহানগৰীৰ ছয়মাইলত দিন দুপৰতে ছুৰিকাঘাতৰ ঘটনা

    Five banks have cut interest rates on home and car loans:ৰেপ’ৰেট কৰ্তনৰ প্ৰভাৱ পাঁচটা বেংকে হ্রাস কৰিলে গৃহ-গাড়ী ঋণৰ সুতৰ হাৰ

    Air India Ahmedabad plane crashed into BJ Medical College hostel:দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে বি জে মেডিকেল কলেজত খুন্দিয়ালে অভিশপ্ত বিমানে

    আহমেদাবাদৰ দুর্ঘটনাৰ ভিডিঅ’ কৰা কিশোৰ গ্রেপ্তাৰ! কি ক’লে আৰক্ষীয়ে ? 

    Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

SC observes ‘Control of Sexual Excitement’ case: যৌন নির্যাতিত নাবালিকাক ন্যায় প্ৰদানত ব্যৰ্থ হ’ল দেশৰ বিচাৰ ব্যৱস্থা

পক্স'ৰ অপৰাধীক শাস্তি প্রদান নহ'ল ,কলকাতা উচ্চ ন্যায়ালয়ৰ 'যৌন উত্তেজনা নিয়ন্ত্রণ' গোচৰত পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
May 24, 2025
in News, Crime, India, National
Reading Time: 3 mins read
0
SC observes ‘Control of Sexual Excitement’ case: যৌন নির্যাতিত নাবালিকাক ন্যায় প্ৰদানত ব্যৰ্থ হ’ল দেশৰ বিচাৰ ব্যৱস্থা
1
SHARES
13
VIEWS
ShareShareShareShare

SC observes ‘Control of Sexual Excitement’ case:

উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ পৰ্যবেক্ষণত মন্তব্য কৰে যে যৌন আতিশয্যৰ পৰা শিশুৰ সুৰক্ষা আইন (পক্স’) ৰ অধীনত এজন অপৰাধীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত দেশৰ বিচাৰ ব্যৱস্থা ব্যর্থ হৈছে।

ADVERTISEMENT

ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে সংবিধানৰ অনুচ্ছেদ ১৪২ৰ অধীনত ন্যায়ালয়ৰ ক্ষমতা প্রয়োগ কৰি এই অপৰাধীজনক শাস্তি বিহাৰ পৰা বিৰত থাকে। এতিয়া প্রশ্ন হ’ল, অপৰাধীয়ে এনে কি অসাধাৰণ কাম কৰিছিল যাৰ বাবে তেওঁৰ ওপৰত শাস্তি আৰোপ নকৰিবলৈ সিদ্ধান্ত ল’লে ন্যায়ালয়ে।

RelatedPosts

GMCH Supt.Dr Abhijit Sarma: জিএমচিএইছৰ অধীক্ষকৰ বিৰুদ্ধে গোচৰ ৰজু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Former Karnataka CM Yeddyurappa could be Arrested:গ্ৰেপ্তাৰ হ’ব পাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী য়েডুৰাপ্পা

Wearing a Black Coat:প্ৰচণ্ড গৰমত অধিবক্তাক ক’লা কোট পৰিধানৰ পৰা কলকাতা উচ্চ ন্যায়ালয়ে দিলে সকাহ

তথ্য অনুসৰি অভিযুক্তজনে ২৪ বছৰ বয়সত এগৰাকী নাবালিকাৰ স’তে যৌন সম্পর্ক স্থাপনৰ বাবে দোষী সাব্যস্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত নাবালিকাগৰাকী প্রাপ্তবয়স্ক হোৱাত অভিযুক্তই তেওঁৰ স’তে বিবাহপাশত আবদ্ধ হয়। এই দম্পতীৰ এতিয়া আছে সন্তান আৰু পালন কৰি আছে সংসাৰ ধৰ্ম। এই গোচৰৰ ক্ষেত্ৰত ভুক্তভোগীৰ বৰ্তমানৰ পৰিস্থিতি আৰু মানসিক সুস্থতা পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এজন মনোৰোগ বিশেষজ্ঞ আৰু সমাজ বিজ্ঞানীসহ বিশেষজ্ঞ কমিটী এখন গঠন কৰি দিয়া হৈছিল।

এই কমিটীৰ তথ্যসমূহে ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ অগ্রণী ভূমিকা গ্রহণ কৰিছে। উচ্চতম ন্যায়ালয়ে ৰায়দানত কিশোৰী ভুক্তভোগীৰ সন্দৰ্ভত এইদৰে কয়, ‘সমাজ তেওঁৰ বিচাৰকৰূপে অৱতীৰ্ণ হ’ল, বিচাৰ ব্যৱস্থাও ব্যর্থ হ’ল আৰু আপোন পৰিয়ালে তেওঁক পৰিত্যাগ কৰিলে।’ উচ্চতম ন্যায়ালয়ে এই পর্যবেক্ষণত কয় যে সমাজে কিশোৰীগৰাকীক বক্ৰ দৃষ্টিৰে চাইছিল, আমাৰ বিচাৰ ব্যৱস্থাৰ ওচৰত হাৰ মানিছিল আৰু পৰিয়ালেও তেওঁক পৰিত্যাগ কৰিছিল যদিও হাৰ মনা নাছিল কিশোৰী।

ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে সম্প্রতি প্রাপ্তবয়স্ক ভুক্তভোগীগৰাকীয়ে সেই ঘটনাটোক অপৰাধ হিচাপে গণ্য নকৰে। ন্যায়ালয়ে আৰু কয়, ‘যদিও আইনৰ দৃষ্টিত ঘটনাটোক অপৰাধৰূপে গণ্য কৰা হয়, কিন্তু ভুক্তভোগীয়ে ইয়াক অপৰাধ বুলি মানি লোৱা নাছিল। আইনৰ দৃষ্টিত অপৰাধ হ’লেও সেই ঘটনাই তেওঁৰ মনক আঘাত হনা নাছিল। কিন্তু ইয়াৰ পাছৰ পৰিণতিয়ে তেওঁক মনোকষ্ট দিছিল।

এই ঘটনাৰ পৰিণতিত তেওঁ অভিযুক্তক আৰক্ষী, ন্যায়িক ব্যৱস্থা আৰু শাস্তিৰ পৰা বচাবলৈ অহৰহ এখন যুঁজৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই ঘটনাই সকলোৰে চকু মেল খুৱালে।’ ন্যায়ালয়ে কয় যে অসাধাৰণ পৰিস্থিতিত তথা অভিযুক্তৰ স’তে ভুক্তভোগীৰ আৱেগিক ঘনিষ্ঠতা আৰু তেওঁলোকৰ বৰ্তমানৰ পাৰিবাৰিক জীৱনলৈ চাই সম্পূর্ণ ন্যায় প্ৰদানৰ বাবে সংবিধানৰ অনুচ্ছেদৰ ১৪২ৰ অধীনৰ ক্ষমতাৰ প্ৰয়োগ বাঞ্ছনীয়।

# কলকাতা উচ্চ ন্যায়ালয়ৰ ভাষ্য

২০২৩ত এই যৌন আতিশয্যৰ গোচৰত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চিত্তৰঞ্জন দাস আৰু ন্যায়াধীশ পাৰ্থসাৰথি সেনৰ যুটীয়া বিচাৰপীঠৰ এটা মন্তব্যক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হৈছিল। অভিযুক্ত লোকজনক গোচৰৰ পৰা ৰেহাই দি প্ৰদান কৰা বিতর্কিত পৰ্যবেক্ষণৰ পাছতে গোচৰটো উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ আহে। উচ্চ ন্যায়ালয়ে অভিযুক্তৰ ২০ বছৰৰ শাস্তি সম্পূর্ণ সলনি কৰাৰ লগতে কিশোৰী গৰাকীৰ সম্পৰ্কে কিছুমান অসাৱধান মন্তব্য কৰিছিল।

উচ্চ ন্যায়ালয়ে কৈছিল যে কিশোৰীসকলে ‘যৌন উত্তেজনা’ নিয়ন্ত্ৰণ কৰা উচিত। দুই মিনিটৰ তৃপ্তিৰ বাবে এই নিয়ন্ত্রণ হেৰুওৱা উচিত নহয় আৰু কৈছিল যে এনে ধৰণৰ পৰিস্থিতিত সমাজে কিশোৰী গৰাকীক দুর্ভগীয়া বুলি বিবেচনা কৰিব। সমাজৰ দৃষ্টিত নিজকে হেয় কৰা কোনো কাম তেওঁলোকে যাতে নকৰে। সেই বয়সৰ ল’ৰাবিলাকে ছোৱালীবোৰক যোগ্য মর্যাদা আৰু পাপ্য সম্মান দিয়া উচিত। উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণত সর্বোচ্চ ন্যায়ালয়ে আপত্তি দর্শাইছিল। তদানীন্তন মুখ্য ন্যায়াধীশ ডি বাই চন্দ্ৰচূড়ৰ নিৰ্দেশত ইয়াকে লৈ নিজাববীয়া গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে কলকাতা উচ্চ ন্যায়ালয়ৰ এনে ধৰণৰ অবাঞ্ছিত মন্তব্যই ব্যাপক সমালোচনাৰ উদ্রেক ঘটায়। উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ বিবেচনা কৰে আৰু অভিযুক্তৰ ৰেহাইৰ বিষয়টো পুনৰীক্ষণ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ মন্তব্যৰো মোকাবিলা কৰে। ২০২৪ৰ ২০ আগষ্টত সর্বোচ্চ ন্যায়ালয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰে আৰু অভিযুক্তক পুনৰ দোষী সাব্যস্ত কৰে।

অৱশ্যে পুনৰ দোষী সাব্যস্ত কৰিলেও সর্বোচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাবে শাস্তি আৰোপ কৰা নাছিল। তাৰ পৰিৱৰ্তে ভুক্তভোগীৰ বৰ্তমানৰ পৰিস্থিতি আৰু গোচৰ সন্দৰ্ভত তেওঁৰ মতামত জানিবলৈ সত্য নিৰূপণৰ প্ৰক্ৰিয়াৰ নির্দেশ দিছিল। পশ্চিমবংগৰ চৰকাৰক এখন বিশেষজ্ঞ কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিছিল সর্বোচ্চ ন্যায়ালয়ে আৰু ইয়াত এনআএমএইছএএনএছ (নিমহানছ) আৰু টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়ন্স (টিছ) আৰু এজন শিশু কল্যাণ বিষয়াকো অন্তর্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

# কমিটীয়ে কি তথ্য উদ্ধাৰ কৰিলে

কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ন্যায়ালয়ে লক্ষ্য কৰিছিল যে অপৰাধৰ বাবে মানসিকভাবে বিধ্বস্ত হোৱা নাছিল কিশোৰী গৰাকী। ঘটনাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতিত তেওঁ সন্ত্রস্ত হৈ পৰিছিল। এজন মনো বিশেষজ্ঞ, এজন সমাজ বিজ্ঞানীসহ তিনিজনীয়া বিশেষজ্ঞ কমিটীয়ে প্রতিবেদনত কয় যে যাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উঠিছিল প্রাপ্তবয়স্ক হোৱাৰ পাছত কন্যাগৰাকীয়ে তেওঁৰ স’তে বিবাহপাশত আবদ্ধ হয় আৰু সম্প্ৰতি সংসাৰ ধৰ্ম পালন কৰি আছে।

তেওঁলোকৰ সন্তানো আছে। এইগৰাকী তৰুণীৰ স’তে কমিটীয়ে কথা পাতে আৰু তেওঁৰ মানসিক-পাৰিবাৰিক অৱস্থাৰ খা-খবৰ লৈ প্ৰতিবেদন দাখিল কৰে। এই প্রতিবেদনৰ ভিত্তিত সর্বোচ্চ ন্যায়ালয়ে কয় যে যি ঘটনা ঘটিছিল তাক কন্যা গৰাকীয়ে অপৰাধ বুলি ভবা নাই। পৰিৱৰ্তে অভিযুক্তক ‘অপবাদ’ৰ পৰা বচাবলৈ গৈ যি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছিল তাতেই তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল।

অভিযুক্তৰ স’তে গভীৰ আৱেগিক-মানসিক সম্পর্ক গঢ়ি উঠিছিল ভুক্তভোগীৰ আৰু তেওঁৰ সৰু পৰিয়ালটো আছিল তেওঁৰ বাবে এক সম্পদ। এটা বন্ধ খামত চলিত বৰ্ষৰ তিনি এপ্রিলত কমিটীয়ে দাখিল কৰে প্ৰতিবেদন। ভুক্তভোগীৰ স’তে হোৱা কথা-বতৰা আৰু পৰিস্থিতি পুনৰীক্ষণৰ পাছত ন্যায়ালয়ৰ পৰ্যবেক্ষণ আছিল যে সম্প্রতি এগৰাকী প্রাপ্তবয়স্ক অভিযুক্তৰ প্ৰয়োজন আছে বিত্তীয় সাহায্যৰ।

সমাজ, আৰক্ষী আৰু বিচাৰ ব্যৱস্থাৰ ৰঙা চকুৱেহে বিধ্বস্ত কৰিছিল কিশোৰীগৰাকীক। এই বিচাৰ ব্যৱস্থাতে হাৰ মানিছিল তেওঁ। কিয়নো কলকাতা উচ্চ ন্যায়ালয়ৰ বিতর্কিত ‘যৌন সংযম’ৰ ভাষ্যই মানসিকভাৱে বিধ্বস্ত কৰিছিল ভুক্তভোগীক। বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনৰ পাছত এনে পর্যবেক্ষণ সর্বোচ্চ ন্যায়ালয়ৰ।

উচ্চতম ন্যায়ালয়ে দশম শ্রেণী পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত ভুক্তভোগীক বৃত্তিমুখী প্রশিক্ষণ প্রদান অথবা আংশিক পৰ্যায়ৰ কৰ্মচাৰী নিযুক্তিৰ বাবেও পৰামৰ্শ দিয়ে। ন্যায়ালয়ে কয়, ‘পূৰ্বতে তেওঁৰ হাতত বাছনি কৰাৰ কোনো সুযোগ নাছিল। সমস্ত ব্যৱস্থাৱলীয়ে তেওঁক একাধিক পর্যায়ত ব্যর্থ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Calcutta High CourtControl of Sexual Excitement' casePocso CASESC observes
publisher

publisher

Related Posts

Body of missing police Constable found after 11 months:১১ মাহৰ পাছত সন্ধানহীন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ
News

June 15, 2025
New born baby: টীয়কত নিশা উদ্ধাৰ এটি ২৫ দিনীয়া দেৱশিশু
News

New born baby: টীয়কত নিশা উদ্ধাৰ এটি ২৫ দিনীয়া দেৱশিশু

June 15, 2025
Sixmile Incident:মহানগৰীৰ ছয়মাইলত দিন দুপৰতে ছুৰিকাঘাতৰ ঘটনা
News

Sixmile Incident:মহানগৰীৰ ছয়মাইলত দিন দুপৰতে ছুৰিকাঘাতৰ ঘটনা

June 15, 2025
Five banks have cut interest rates on home and car loans:ৰেপ’ৰেট কৰ্তনৰ প্ৰভাৱ পাঁচটা বেংকে হ্রাস কৰিলে গৃহ-গাড়ী ঋণৰ সুতৰ হাৰ
News

Five banks have cut interest rates on home and car loans:ৰেপ’ৰেট কৰ্তনৰ প্ৰভাৱ পাঁচটা বেংকে হ্রাস কৰিলে গৃহ-গাড়ী ঋণৰ সুতৰ হাৰ

June 15, 2025
Air India Ahmedabad plane crashed into BJ Medical College hostel:দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে বি জে মেডিকেল কলেজত খুন্দিয়ালে অভিশপ্ত বিমানে
India

আহমেদাবাদৰ দুর্ঘটনাৰ ভিডিঅ’ কৰা কিশোৰ গ্রেপ্তাৰ! কি ক’লে আৰক্ষীয়ে ? 

June 15, 2025
Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ
News

Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d