Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

SC observes ‘Control of Sexual Excitement’ case: যৌন নির্যাতিত নাবালিকাক ন্যায় প্ৰদানত ব্যৰ্থ হ’ল দেশৰ বিচাৰ ব্যৱস্থা

পক্স'ৰ অপৰাধীক শাস্তি প্রদান নহ'ল ,কলকাতা উচ্চ ন্যায়ালয়ৰ 'যৌন উত্তেজনা নিয়ন্ত্রণ' গোচৰত পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
May 24, 2025
in Crime, India, National, News
Reading Time: 3 mins read
0
SC observes ‘Control of Sexual Excitement’ case: যৌন নির্যাতিত নাবালিকাক ন্যায় প্ৰদানত ব্যৰ্থ হ’ল দেশৰ বিচাৰ ব্যৱস্থা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati :দুবছৰৰ অন্তত জামিন লাভ চিকিৎসক ৱালিউল ইছলামৰ

DCP Amitabh Basumatary Pressmeet:মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ,শিশুক যৌন নির্যাতনৰ অপৰাধত এজনক সশ্রম কাৰাদণ্ড পক্সো আদালতৰ

GMCH Supt.Dr Abhijit Sarma: জিএমচিএইছৰ অধীক্ষকৰ বিৰুদ্ধে গোচৰ ৰজু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

SC observes ‘Control of Sexual Excitement’ case:

উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ পৰ্যবেক্ষণত মন্তব্য কৰে যে যৌন আতিশয্যৰ পৰা শিশুৰ সুৰক্ষা আইন (পক্স’) ৰ অধীনত এজন অপৰাধীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত দেশৰ বিচাৰ ব্যৱস্থা ব্যর্থ হৈছে।

ADVERTISEMENT

ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে সংবিধানৰ অনুচ্ছেদ ১৪২ৰ অধীনত ন্যায়ালয়ৰ ক্ষমতা প্রয়োগ কৰি এই অপৰাধীজনক শাস্তি বিহাৰ পৰা বিৰত থাকে। এতিয়া প্রশ্ন হ’ল, অপৰাধীয়ে এনে কি অসাধাৰণ কাম কৰিছিল যাৰ বাবে তেওঁৰ ওপৰত শাস্তি আৰোপ নকৰিবলৈ সিদ্ধান্ত ল’লে ন্যায়ালয়ে।

তথ্য অনুসৰি অভিযুক্তজনে ২৪ বছৰ বয়সত এগৰাকী নাবালিকাৰ স’তে যৌন সম্পর্ক স্থাপনৰ বাবে দোষী সাব্যস্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত নাবালিকাগৰাকী প্রাপ্তবয়স্ক হোৱাত অভিযুক্তই তেওঁৰ স’তে বিবাহপাশত আবদ্ধ হয়। এই দম্পতীৰ এতিয়া আছে সন্তান আৰু পালন কৰি আছে সংসাৰ ধৰ্ম। এই গোচৰৰ ক্ষেত্ৰত ভুক্তভোগীৰ বৰ্তমানৰ পৰিস্থিতি আৰু মানসিক সুস্থতা পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এজন মনোৰোগ বিশেষজ্ঞ আৰু সমাজ বিজ্ঞানীসহ বিশেষজ্ঞ কমিটী এখন গঠন কৰি দিয়া হৈছিল।

এই কমিটীৰ তথ্যসমূহে ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ অগ্রণী ভূমিকা গ্রহণ কৰিছে। উচ্চতম ন্যায়ালয়ে ৰায়দানত কিশোৰী ভুক্তভোগীৰ সন্দৰ্ভত এইদৰে কয়, ‘সমাজ তেওঁৰ বিচাৰকৰূপে অৱতীৰ্ণ হ’ল, বিচাৰ ব্যৱস্থাও ব্যর্থ হ’ল আৰু আপোন পৰিয়ালে তেওঁক পৰিত্যাগ কৰিলে।’ উচ্চতম ন্যায়ালয়ে এই পর্যবেক্ষণত কয় যে সমাজে কিশোৰীগৰাকীক বক্ৰ দৃষ্টিৰে চাইছিল, আমাৰ বিচাৰ ব্যৱস্থাৰ ওচৰত হাৰ মানিছিল আৰু পৰিয়ালেও তেওঁক পৰিত্যাগ কৰিছিল যদিও হাৰ মনা নাছিল কিশোৰী।

ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে সম্প্রতি প্রাপ্তবয়স্ক ভুক্তভোগীগৰাকীয়ে সেই ঘটনাটোক অপৰাধ হিচাপে গণ্য নকৰে। ন্যায়ালয়ে আৰু কয়, ‘যদিও আইনৰ দৃষ্টিত ঘটনাটোক অপৰাধৰূপে গণ্য কৰা হয়, কিন্তু ভুক্তভোগীয়ে ইয়াক অপৰাধ বুলি মানি লোৱা নাছিল। আইনৰ দৃষ্টিত অপৰাধ হ’লেও সেই ঘটনাই তেওঁৰ মনক আঘাত হনা নাছিল। কিন্তু ইয়াৰ পাছৰ পৰিণতিয়ে তেওঁক মনোকষ্ট দিছিল।

এই ঘটনাৰ পৰিণতিত তেওঁ অভিযুক্তক আৰক্ষী, ন্যায়িক ব্যৱস্থা আৰু শাস্তিৰ পৰা বচাবলৈ অহৰহ এখন যুঁজৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই ঘটনাই সকলোৰে চকু মেল খুৱালে।’ ন্যায়ালয়ে কয় যে অসাধাৰণ পৰিস্থিতিত তথা অভিযুক্তৰ স’তে ভুক্তভোগীৰ আৱেগিক ঘনিষ্ঠতা আৰু তেওঁলোকৰ বৰ্তমানৰ পাৰিবাৰিক জীৱনলৈ চাই সম্পূর্ণ ন্যায় প্ৰদানৰ বাবে সংবিধানৰ অনুচ্ছেদৰ ১৪২ৰ অধীনৰ ক্ষমতাৰ প্ৰয়োগ বাঞ্ছনীয়।

# কলকাতা উচ্চ ন্যায়ালয়ৰ ভাষ্য

২০২৩ত এই যৌন আতিশয্যৰ গোচৰত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চিত্তৰঞ্জন দাস আৰু ন্যায়াধীশ পাৰ্থসাৰথি সেনৰ যুটীয়া বিচাৰপীঠৰ এটা মন্তব্যক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হৈছিল। অভিযুক্ত লোকজনক গোচৰৰ পৰা ৰেহাই দি প্ৰদান কৰা বিতর্কিত পৰ্যবেক্ষণৰ পাছতে গোচৰটো উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ আহে। উচ্চ ন্যায়ালয়ে অভিযুক্তৰ ২০ বছৰৰ শাস্তি সম্পূর্ণ সলনি কৰাৰ লগতে কিশোৰী গৰাকীৰ সম্পৰ্কে কিছুমান অসাৱধান মন্তব্য কৰিছিল।

উচ্চ ন্যায়ালয়ে কৈছিল যে কিশোৰীসকলে ‘যৌন উত্তেজনা’ নিয়ন্ত্ৰণ কৰা উচিত। দুই মিনিটৰ তৃপ্তিৰ বাবে এই নিয়ন্ত্রণ হেৰুওৱা উচিত নহয় আৰু কৈছিল যে এনে ধৰণৰ পৰিস্থিতিত সমাজে কিশোৰী গৰাকীক দুর্ভগীয়া বুলি বিবেচনা কৰিব। সমাজৰ দৃষ্টিত নিজকে হেয় কৰা কোনো কাম তেওঁলোকে যাতে নকৰে। সেই বয়সৰ ল’ৰাবিলাকে ছোৱালীবোৰক যোগ্য মর্যাদা আৰু পাপ্য সম্মান দিয়া উচিত। উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণত সর্বোচ্চ ন্যায়ালয়ে আপত্তি দর্শাইছিল। তদানীন্তন মুখ্য ন্যায়াধীশ ডি বাই চন্দ্ৰচূড়ৰ নিৰ্দেশত ইয়াকে লৈ নিজাববীয়া গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে কলকাতা উচ্চ ন্যায়ালয়ৰ এনে ধৰণৰ অবাঞ্ছিত মন্তব্যই ব্যাপক সমালোচনাৰ উদ্রেক ঘটায়। উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ বিবেচনা কৰে আৰু অভিযুক্তৰ ৰেহাইৰ বিষয়টো পুনৰীক্ষণ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ মন্তব্যৰো মোকাবিলা কৰে। ২০২৪ৰ ২০ আগষ্টত সর্বোচ্চ ন্যায়ালয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰে আৰু অভিযুক্তক পুনৰ দোষী সাব্যস্ত কৰে।

অৱশ্যে পুনৰ দোষী সাব্যস্ত কৰিলেও সর্বোচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাবে শাস্তি আৰোপ কৰা নাছিল। তাৰ পৰিৱৰ্তে ভুক্তভোগীৰ বৰ্তমানৰ পৰিস্থিতি আৰু গোচৰ সন্দৰ্ভত তেওঁৰ মতামত জানিবলৈ সত্য নিৰূপণৰ প্ৰক্ৰিয়াৰ নির্দেশ দিছিল। পশ্চিমবংগৰ চৰকাৰক এখন বিশেষজ্ঞ কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিছিল সর্বোচ্চ ন্যায়ালয়ে আৰু ইয়াত এনআএমএইছএএনএছ (নিমহানছ) আৰু টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়ন্স (টিছ) আৰু এজন শিশু কল্যাণ বিষয়াকো অন্তর্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

# কমিটীয়ে কি তথ্য উদ্ধাৰ কৰিলে

কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ন্যায়ালয়ে লক্ষ্য কৰিছিল যে অপৰাধৰ বাবে মানসিকভাবে বিধ্বস্ত হোৱা নাছিল কিশোৰী গৰাকী। ঘটনাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতিত তেওঁ সন্ত্রস্ত হৈ পৰিছিল। এজন মনো বিশেষজ্ঞ, এজন সমাজ বিজ্ঞানীসহ তিনিজনীয়া বিশেষজ্ঞ কমিটীয়ে প্রতিবেদনত কয় যে যাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উঠিছিল প্রাপ্তবয়স্ক হোৱাৰ পাছত কন্যাগৰাকীয়ে তেওঁৰ স’তে বিবাহপাশত আবদ্ধ হয় আৰু সম্প্ৰতি সংসাৰ ধৰ্ম পালন কৰি আছে।

তেওঁলোকৰ সন্তানো আছে। এইগৰাকী তৰুণীৰ স’তে কমিটীয়ে কথা পাতে আৰু তেওঁৰ মানসিক-পাৰিবাৰিক অৱস্থাৰ খা-খবৰ লৈ প্ৰতিবেদন দাখিল কৰে। এই প্রতিবেদনৰ ভিত্তিত সর্বোচ্চ ন্যায়ালয়ে কয় যে যি ঘটনা ঘটিছিল তাক কন্যা গৰাকীয়ে অপৰাধ বুলি ভবা নাই। পৰিৱৰ্তে অভিযুক্তক ‘অপবাদ’ৰ পৰা বচাবলৈ গৈ যি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছিল তাতেই তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল।

অভিযুক্তৰ স’তে গভীৰ আৱেগিক-মানসিক সম্পর্ক গঢ়ি উঠিছিল ভুক্তভোগীৰ আৰু তেওঁৰ সৰু পৰিয়ালটো আছিল তেওঁৰ বাবে এক সম্পদ। এটা বন্ধ খামত চলিত বৰ্ষৰ তিনি এপ্রিলত কমিটীয়ে দাখিল কৰে প্ৰতিবেদন। ভুক্তভোগীৰ স’তে হোৱা কথা-বতৰা আৰু পৰিস্থিতি পুনৰীক্ষণৰ পাছত ন্যায়ালয়ৰ পৰ্যবেক্ষণ আছিল যে সম্প্রতি এগৰাকী প্রাপ্তবয়স্ক অভিযুক্তৰ প্ৰয়োজন আছে বিত্তীয় সাহায্যৰ।

সমাজ, আৰক্ষী আৰু বিচাৰ ব্যৱস্থাৰ ৰঙা চকুৱেহে বিধ্বস্ত কৰিছিল কিশোৰীগৰাকীক। এই বিচাৰ ব্যৱস্থাতে হাৰ মানিছিল তেওঁ। কিয়নো কলকাতা উচ্চ ন্যায়ালয়ৰ বিতর্কিত ‘যৌন সংযম’ৰ ভাষ্যই মানসিকভাৱে বিধ্বস্ত কৰিছিল ভুক্তভোগীক। বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনৰ পাছত এনে পর্যবেক্ষণ সর্বোচ্চ ন্যায়ালয়ৰ।

উচ্চতম ন্যায়ালয়ে দশম শ্রেণী পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত ভুক্তভোগীক বৃত্তিমুখী প্রশিক্ষণ প্রদান অথবা আংশিক পৰ্যায়ৰ কৰ্মচাৰী নিযুক্তিৰ বাবেও পৰামৰ্শ দিয়ে। ন্যায়ালয়ে কয়, ‘পূৰ্বতে তেওঁৰ হাতত বাছনি কৰাৰ কোনো সুযোগ নাছিল। সমস্ত ব্যৱস্থাৱলীয়ে তেওঁক একাধিক পর্যায়ত ব্যর্থ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Calcutta High CourtControl of Sexual Excitement' casePocso CASESC observes
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d