Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DGP talks to child victims of sexual abuse: যৌন নিৰ্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানৰ মত-বিনিময়

publisher by publisher
November 14, 2024
in Assam, India, News
Reading Time: 2 mins read
0
DGP talks to child victims of sexual abuse: যৌন নিৰ্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানৰ মত-বিনিময়
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Special DGP has ordered the formation of an SIT to probe the brutal murder of Garajan:গড়াজানৰ নৃশংস হত্যাৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ বিশেষ ডিজিপিৰ

Dgp Gp Sing Comments:যদি আলফা বিদেশ এৰি অসমলৈ আহে,মই অসম এৰি দিম :ডি জি পি জি পি সিং

আলফা স্বাধীনৰ টাৰ্গেটত অইল ইণ্ডিয়া, পাইপলাইন আৰু চাহ বাগিচা : জি পি সিং

DGP talks to child victims of sexual abuse:

শিশু দিৱসৰ দিনটোত মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ অনুষ্ঠানত অংশ লয় ডিজিপি জিপি সিঙে ৷

ADVERTISEMENT

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ লগত আৰক্ষী সঞ্চালক প্রধান গৰাকীয়ে বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে ৷ আৰক্ষী সঞ্চালকে সিঙে এই শিশু সকল আৰক্ষী ব্যৱস্থাৰ সংস্পর্শত অহা সময়ত তেওঁলোকে অনুভৱ কৰা অভিজ্ঞতা ন্যায় ব্যৱস্থাৰ বিভিন্ন প্ৰক্ৰিয়াৰ সময়ত সম্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ বিষযে আৰু লগতে শিশু সকলৰ শিক্ষা আৰু মানসিক স্বাস্থ্যৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷ যৌন নির্যাতনৰ ভুক্তভোগী শিশুসকল অসুৰক্ষিত আৰু দুৰ্বল আৰু তেওঁলোকে ন্যায় প্রদান ব্যৱস্থা প্ৰণালীৰ জটিল প্রক্রিয়া সমূহৰ সন্মুখীন হব লগা হয়।  নিয়মীয়াকৈ শিশুসকলৰ সৈতে এনেধৰনৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা আৰু আলোচনা কৰা খুবেই প্রয়োজনীয় যাৰ দ্বাৰা শিশু সকলৰ বিভিন্ন বিষয়ত তেওঁলোকৰ মনোভাৱ আৰু বিভিন্ন বিষয় সম্পর্কে তেওলোকৰ দক্ষতা প্রকাশ পায় আৰু সেইমৰ্মে আৰক্ষী ব্যৱস্থা প্ৰণালীৰ বিভিন্ন দিশ শিশু বন্ধুত্বপূর্ণ কৰিব পৰা যায়।

উল্লেখ্য যে ,অসম আৰক্ষীয়ে উদযাপন কৰা সপ্তাহজোৰা (১৪ নৱেম্বৰ ২০২৪ ৰ পৰা ২০ নৱেম্বৰ ২০২৪) শিশু অধিকাৰ সপ্তাহৰ এই মত বিনিময় অনুষ্ঠানটি এটি অন্যতম কাৰ্য্যসূচী।

প্রত্যেক বছৰে আয়োজিত শিশু অধিকাৰ সপ্তাহত অসম আৰক্ষীৰ সঞ্চালক প্রধানে শিশু সকলৰ সৈতে শিশু সকলে সম্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান সমূহৰ বিষয়ে মত বিনিময় কৰে৷

ইউনিচেফ আৰু উৎসাহ সংস্থাৰ সহযোগিতাত চলোৱা অসম আৰক্ষীৰ শিশু মিত্ৰ প্ৰকল্পৰ এই নিয়মীয়া মত বিনিময় অনুষ্ঠান এটি অন্যতম আৰু গুৰুত্বপূৰ্ণ প্রচেষ্টা যিয়ে শিশু সকলক অংশগ্রহণ কৰাৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সুবিধা দিয়ে আৰু এখন মঞ্চ প্ৰদান কৰে।

গুৱাহাটী মহানগৰী স্থিত শিশু গৃহসমূহ আৰু মহানগৰীৰ আন আন ঠাইৰ পৰা যৌন অপৰাধৰ ভুক্তভোগী শিশু সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই মতবিনিময় অনুষ্ঠানত অংশ লয় অসম আৰক্ষী শিশু মিত্ৰ প্ৰকল্পৰ আহ্বায়ক তথা অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমীত সিঙে ৷ তেওঁ শিশু সকলৰে মতবিনিময় অনুষ্ঠানত উল্লেখ কৰে যে শিশুসকলৰ পৰা সময়ে সময়ে পাই অহা নিয়মিয়া পৰামৰ্শ সমূহে শিশু সকলক সাহসী আৰু সৱল কৰে আৰু তেওঁলোকৰ মতামত সমূহ আমাৰ লগত বিনিময় কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে আৰু সেই মর্মে ব্যৱস্থা প্রণালী সমূহত প্রয়োজনীয় সিদ্ধান্ত আৰু পাৰ্থক্য অনাৰ বাবে যথেষ্ট অৰিহণা যোগায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: child victims of sexual abuseDGP talksG P SinghSPL DGP Harmit Singh
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d