Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাওবাদক মষিমূৰ সম্ভৱ হ’বনে?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
May 26, 2025
in News, Assam
Reading Time: 3 mins read
0
মাওবাদক মষিমূৰ সম্ভৱ হ’বনে?
2
SHARES
17
VIEWS
ShareShareShareShare

মাওবাদক মষিমূৰ সম্ভৱ হ’বনে?

#প্রাঞ্জলসেন ডেকা

যোৱা বুধবাৰে চণ্ডিছগড়ৰ নাৰায়ণপুৰত নিৰাপত্তা বাহিনীয়ে ২৭ জনকৈ মাওবাদী নেতা-কর্মীক গুলীয়াই ধৰাশায়ী কৰে। নিহতসকলৰ মাজত মাওবাদী সংগঠনৰ শীর্ষস্থানীয় নেতা নম্বলা কেশৱ ৰাও ওৰফে বাসৱা ৰাজুও আছিল। মাওবাদী নক্সালপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ এনে কঠোৰ অভিযান তথা কেশৱ ৰাওৰ নিধনৰ ঘটনাই দেশত এই সশস্ত্র বিপ্লৱৰ সমাপ্তিৰ আৰম্ভণি বুলি বিভিন্নজনে মন্তব্য কৰিছে।

ADVERTISEMENT

কেশৱ ৰাওৰ নিধনৰ ঘটনা এই সশস্ত্ৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া এটি ঘটনাই স্পষ্ট কৰি তোলে। নিৰাপত্তা বাহিনীৰ অভিযানত শীর্ষস্থানীয় মাওবাদী নেতাজন ধৰাশায়ী হোৱাৰ বিষয়ে বস্তাৰৰ কোনো জ্যেষ্ঠ
আৰক্ষী বিষয়া অথবা ৰাজ্যৰ গৃহমন্ত্রী-মুখ্যমন্ত্ৰীয়ে সদৰী কৰা নাই। সৰ্বপ্ৰথমে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই বিষয়ে আনুষ্ঠানিকভারে প্রকাশ কৰে। গৃহমন্ত্রীয়ে কয় যে চিপিআই-মাওবাদীৰ সাধাৰণ সম্পাদক, শীর্ষ নেতা আৰু নক্সাল আন্দোলনৰ ৰাজহাড় কেশৱ ৰাওৰ নিধন নক্সালবাদ মযিমূৰ কৰাৰ এই যুদ্ধৰ এক ঐতিহাসিক উপলব্ধি।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

শ্বাহে লগতে উল্লেখ কৰে যে নক্সালবাদ বিৰোধী বিগত তিনি দশকজোৰা যুদ্ধত এই প্ৰথমবাৰলৈ সুৰক্ষা বাহিনীয়ে মাওবাদী সংগঠনৰ সাধাৰণ সচিব পৰ্যায়ৰ এজন নেতাক বধ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে তেওঁ সুৰক্ষা বাহিনীসমূহক ভূয়সী প্রশংসা কৰি অভিনন্দন জ্ঞাপন কৰে। চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণুদেৱ সাইয়েও পাছত এক সংবাদমেলত ইয়াক এক ঐতিহাসিক ঘটনা আখ্যা দিয়ে। কেশৱ ৰাওৰ মূৰৰ ওপৰত তিনি কোটি ২৫ লাখ টকাৰ পুৰস্কাৰ আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীজনে দাবী কৰে যে এই শীর্ষনেতাজনৰ মৃত্যুৰ পাছত মাওবাদী সংগঠনৰ কঁকাল ভাঙি পৰিল।

ইয়াৰ লগে লগে দেশৰ পৰা সঁচাকৈয়ে মাওবাদী-নক্সালবাদী আন্দোলন মষিমূৰ হ’ব নেকি বুলি প্রশ্ন উত্থাপিত হৈছে। অৱশ্যে মাওবাদী নক্সালবাদী কাৰ্যকলাপৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰাখি অহা একাংশ পর্যবেক্ষকৰ মতে এই সশস্ত্র আন্দোলন সমাপ্ত হ’ল বুলি এতিয়াই দাবী কৰাটো অত্যুৎসাহী কার্য হ’ব। বিগত কিছু বছৰত নক্সাল বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে সাফল্য লাভ কৰিলেও নিজৰো ক্ষয়-ক্ষতি কম হোৱা নাই। তদুপৰি নিৰাপত্তা বাহিনীৰ বিভিন্ন কার্যকলাপৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্যে তেনে অভিযোগলৈ গুৰুত্ব নিদি চৰকাৰে আগ্রাসী অভিযান অব্যাহত ৰাখিছে।

অন্ধ্রপ্রদেশৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৭২০ কিলোমিটাৰ আঁতৰত অৱস্থিত জিয়ান্নাপেট গাওঁ। জিলা সদৰ শ্রীকাকুলামৰ পৰাও ৫০ কিলোমিটাৰ দূৰৰ এই সৰু গাঁওখনৰ শিক্ষক বাসুদেৱ ৰাওৰ অঞ্চলটোত বিশেষ প্রতিপত্তি আছিল। তিনি কন্যা আৰু তিনি পুত্ৰৰ আটাইকে সুশিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ কেশৱ ৰাওৱে চেষ্টৰ ত্রুটি কৰা নাছিল। এইজন বাসুদেৱ ৰাওৰেই দ্বিতীয় পুত্র আছিল কেশৱ ৰাও।

সৰুৰে পৰা মেধাৱী ছাত্ৰ কেশৱ ৰাওৱে সুখ্যাতিৰে স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত ৱাৰেংগলৰ ৰিজিঅ’নেল ইঞ্জিনীয়াৰিং কলেজ (আৰ ই চি, যি সম্প্রতি এনআইটি নামেৰে পৰিচিত)ত নামভর্তি কৰে। ছফুট উচ্চতাৰ কেশৱ ৰাওৱে অধ্যয়নৰ সমানেই এজন সুদক্ষ এথলীট ৰূপেও নিজৰ পৰিচয় গঢ়ি তোলে। আৰ ই চিত বিটেক অধ্যয়নৰ সময়তে তেওঁ ৰেডিকেল স্টুডেন্টছ ইউনিয়নৰ সংস্পৰ্শলৈ আহে আৰু বিভিন্ন সামাজিক আন্দোলনত সক্রিয় হৈ পৰে। বিটেক ডিগ্রী গ্ৰহণৰ পাছত তেওঁ এমটেকত নামভৰ্তি কৰে যদিও অধিকাংশ সময় ৰাজনীতিৰ গতিবিধিত ব্যয় কৰে।

সেই সময়ছোৱাতে কেশৱ বাওৱে চিপিআই লিবাৰেছনৰ হৈ কাম কৰিবলৈ লয় আৰু কিছুদিন আত্মগোপন কৰে। জ্যেষ্ঠ ভ্রাতৃ দিলেশ্বৰ ৰাওৱে বন্দৰত উচ্চপদত নিযুক্তি লাভ কৰে যদিও পৰিয়ালৰ স’তে কেশৱ ৰাওৰ কোনো যোগাযোগ নোহোৱা হৈ পৰে। এমটেক অধ্যয়নৰ সময়তে নক্সালবাদী সংগঠন চিপিআই পিপ’লছ ৱাৰ গ্ৰুপৰ হৈ কাম কৰিবলৈ লয়। এজন সাধাৰণ সদস্যৰূপে সংগঠনটোত চামিল হোৱাৰ পাছত কেশৱ ৰাওৱে এটাৰ পাছত আনটো দায়িত্ব সফলতাৰে চণ্ডালে আৰু নেতৃত্বৰ আস্থাভাজন হৈ পৰে।

লক্ষ্যণীয় যে প্রতিটো দায়িত্ব আৰু সক্রিয় হৈ থকা অঞ্চলৰ স’তে কেশৱ ৰাওৱে নিজৰ নামো সলনি কৰি লৈছিল। সেয়েহে তেওঁ গগন্না, প্রকাশ, কৃষ্ণা, বিজয়, কেশৱ, বি আৰ, দৰপা নৰসিংহ ৰেড্ডী, আকাশ, নৰসিংহ, বাসৱাৰাজ, বাসৱাৰাজু আদি নামেৰে পৰিচিত হৈছিল। নিৰাপত্তা বাহিনীৰ চকুত ধূলি দিয়াৰ যে ই এক অন্যতম কৌশল আছিল তাৰ ব্যাখ্যা নিষ্প্রয়োজন। ১৯৯২৩ পিপ’লছ ৱাৰ গ্রুপ বিভাজনৰ দুৱাৰডলিত উপস্থিত হোৱাৰ সময়তে সংগঠনৰ তদানীন্তন কেন্দ্রীয় সচিব কোণ্ডাপল্লী সীতাৰামায়াৰ নেতৃত্বত বিভাজিত গোটত যোগদানৰ পৰিৱৰ্তে কেশৱ ৰাও নিজৰ সংগঠনতে ৰৈ যায়।

সেই বছৰৰে জুনত মুপল্লা লক্ষ্মণ ৰাও ওৰফে গণপতি সংগঠনৰ সাধাৰণ সচিব নির্বাচিত হোৱাত কেশৱ ৰাও তেওঁৰ বিশ্বস্ত সহযোগী হৈ পৰে। কেশৱ ৰাওক কেন্দ্রীয় কমিটীত স্থান দিয়া হয়। ইয়াৰ লগে লগে সংগঠনত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰে। তেতিয়াৰে পৰা তেওঁ এক দীর্ঘসময় ধৰি এক বিশেষ গেৰিলা স্কোৱাডৰ নেতৃত্ব প্রদান কৰে। অস্ত্ৰ সংগ্ৰহৰ পৰা প্ৰশিক্ষণ প্রদানলৈকে পৰিচালনা কৰা কেশৱ ৰাওক সেই সময়ছোৱাতে অবিভাজিত অন্ধ্র প্রদেশ, মহাৰাষ্ট্ৰ আৰু অবিভাজিত মধ্যপ্রদেশত সংগঠন বিস্তাৰৰ দায়িত্ব অর্পণ কৰা হয়। তেওঁৰ পৰিকল্পনা অনুসৰি মাওবাদী সংগঠনে সামৰিক আৰু সাংগঠনিক কার্যৰ বাবে পৃথক পৃথক দল গঠন কৰে। কেশর ৰাওৱে সামৰিক শাখাৰ মুৰব্বীৰূপে দায়িত্ব গ্রহণ কৰে।

তেতিয়াৰে পৰা দেশৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা নক্সালবাদী-মাওবাদী হিংসাত্মক কার্যকলাপৰ স’তে কেশৱ ৰাওৰ নাম জড়িত হৈ পৰে। তাৰ লগে লগে বিভিন্ন ৰাজ্য চৰকাৰ তথা কেন্দ্রীয় বাহিনীয়ে তেওঁৰ মূৰৰ ওপৰত ঘোষণা কৰা পুৰস্কাৰৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰে। ইতিমধ্যে ২০০০ত তেওঁ সংগঠনৰ সৰ্বোচ্চ কমিটী পলিটব্যুৰ’ত স্থান লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিভাগত প্রাপ্ত তথ্য অনুসৰি অন্ধ্র প্রদেশৰ গোদাবৰী জিলাত ১৯৮৭ত প্ৰথমবাৰলৈ কেশৱ ৰাওৰ নেতৃত্বত হোৱা এক আক্রমণত এজন বিষয়াসহ ছজন আৰক্ষীয়ে প্রাণ হেৰুৱায়।

তাৰ পাছৰে পৰা তেওঁৰ হিংসাত্মক কার্যকলাপৰ তালিকা দীঘলীয়া হ’বলৈ ধৰে। ২০১০ৰ এপ্ৰিলত ডাল্টেরাড়াত ৭৬জন জোৱানক হত্যা, ২০১৩ত দৰভা উপত্যকাত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রীসহ ২৭জন লোকক হত্যাৰ ঘটনাতো কেশৱ ৰাওৰ প্ৰধান ভূমিকা থকা বুলি তথ্য আছে। ২০১৯ত মহাৰাষ্ট্ৰৰ গড়চিৰোলীত ১৫ জন কমান্ডোসহ ১৬জনক হত্যা, অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ উপৰি ওড়িছা আৰু ছত্ৰিছগড় কাৰাগাৰত হোৱা বিধ্বংসী আক্রমণ আদি কেশৱ ৰাওৰ নেতৃত্ব তথা পৰিচালনাত সংঘটিত হোৱা আনকেইটামান উল্লেখনীয় কূটাঘাত। নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, নক্সালবাদী অভিযানত নমা নিৰাপত্তা বাহিনীৰ দলক শ’লঠেকত পেলাবলৈ বিভিন্ন ধৰণৰ জাল আৰু অতর্কিত আক্রমণৰ বাবে নতুন নতুন কৌশল উদ্ভাৱন কৰি চৰকাৰৰ নিদ্ৰাহৰণ কৰিছিল কেশৱ ৰাওৱে। তেনেবোৰ কৌশল তাৰ পূৰ্বে মধ্য ভাৰতত কেতিয়াও প্রয়োগ হোৱা নাছিল ৷

তাৰ সমান্তৰালভাৱে সংগঠনত কেশৱ ৰাওৰ নিয়ন্ত্রণো বৃদ্ধি পাবলৈ ধৰে। ২০০৯ৰ পৰা ২০১১ৰ ভিতৰত কে’বাজনো শীর্ষ নেতাৰ গ্ৰেপ্তাৰ তথা নিৰাপত্তা বাহিনীৰ অভিযানত মৃত্যুৰ পাছত সংগঠনত তেওঁৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। কেশৱ ৰাওৱে বিবাহপাশত আৱদ্ধ হোৱা মহাৰাষ্ট্ৰৰ গড়চিৰোলীৰ অনিতা নামৰ আদিবাসী মহিলাগৰাকীয়ে ২০১০ত আত্মহত্যা কৰাত মাওবাদী নেতাজন কিছুদিন অবসাদগ্রস্ত হৈছিল যদিও সংগঠনৰ দায়িত্বই তেওঁক পুনৰ সক্রিয় কৰি তোলে।

বিভিন্ন ৰোগ আৰু বৃদ্ধাৱস্থাৰ বাবে চিপিআই-মাওবাদীৰ সাধাৰণ সচিব মুপাল্লা লক্ষ্মণ ৰাও ওৰফে গণপতিয়ে সাংগঠনিক পদ তথা দায়িত্বৰ পৰা অব্যাহতি বিচাৰি আবেদন কৰাত স্বাভাৱিকভাৱেই সংগঠনৰ নেতৃত্বৰ সৰ্বপ্ৰথম দাবীদাৰৰূপে কেশৱ ৰাওৰ নামেই আহে। ২০১৮ত তেওঁক চিপিআই-মাওবাদীৰ সাধাৰণ সচিবৰ দায়িত্ব অর্পণ কৰা হয়। অধিকাংশ মাওবাদী অথবা মার্ক্সবাদী সংগঠনত অধ্যক্ষ আৰু উপাধ্যক্ষ পদ নথকা হেতুকে সাধাৰণ সচিবেই সংগঠনৰ শীর্ষতম পদ। এইদৰেই বিটেক ডিগ্রীধাৰী নম্বলা কেশৱ ৰাও মাওবাদী সংগঠনৰ এজন সাধাৰণ সদস্যৰ পৰা গৈ শীৰ্ষতম পদত অধিষ্ঠিত হয়।

কেশৱ ৰাওৱে নেতৃত্ব গ্ৰহণ কৰাৰ সময়ত চৰকাৰী দাবী অনুসৰি ‘ৰেড কৰিড’ৰ’ হ্রাস পাই কেৱল বস্তাৰ অঞ্চলত সীমাৱদ্ধ হৈ পৰিছিল। গতিকে তেওঁ পুনৰ সাংগঠনিক ভেটি বিস্তৃতিৰ পদক্ষেপ গ্ৰহণ কৰে; কিন্তু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা শক্তিশালী প্রত্যাহ্বান গঢ়ি তোলা হয়। চত্তিছগড়ৰ ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে মাওবাদী প্রভাৱিত অঞ্চলসমূহত এটাৰ পাছত আনটো নিৰাপত্তা বাহিনীৰ শিবিৰ স্থাপন কৰি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।

ইয়াৰ পাছতে ২০২৩ৰ ডিচেম্বৰত বিজেপিৰ বিষ্ণুদেও সাই চৰকাৰে মাওবাদীৰ বিৰুদ্ধে সর্বাত্মক আগ্রাসী অভিযান আৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আনকি অহা ২০২৬ৰ মাৰ্চৰ ভিতৰত দেশৰ পৰা ‘লাল সন্ত্রাস’ সম্পূৰ্ণৰূপে উৎখাতৰ লক্ষ্য ঘোষণা কৰি দিয়ে। এই সময়ছোৱাতে নিৰাপত্তা বাহিনীৰ সৰ্বাত্মক অভিযানত শশ মাওবাদী ধৰাশায়ী হয়। বৃহৎ সংখ্যক গ্রেপ্তাৰ হয় আৰু কিছুসংখ্যকে আত্মসমর্পণ কৰে। এনে এক সংকট পূর্ণ সময়তে কেশৱ ৰাওৰ মৃত্যু যে মাওবাদী আন্দোলনৰ বাবে এক মোক্ষম আঘাত তাত সন্দেহ নাই। তেওঁৰ মৃত্যুত নেতৃত্বহীন হৈ মাওবাদী সংগঠন দিশহাৰা হৈ পৰিব আৰু নিৰ্ধাৰিত সময়তে গৃহমন্ত্রী শ্বাহৰ লক্ষ্য পূৰণ হ’ব বুলি নিৰাপত্তা বাহিনীসমূহ আশাবাদী হৈ উঠিছে।

ইয়াৰ বিপৰীতে মাওবাদী আন্দোলন পর্যবেক্ষকসকলৰ মতে কেশৱ ৰাওৰ মৃত্যুৰ নিঃসন্দেহে যথেষ্ট প্রভাৱ পৰিব। হয়তো কিছুসময় এই সমস্যা শান্ত হৈ পৰিব পাৰে; কিন্তু ইতিহাসে কয় যে ১৯৭৩ত নক্সালবাদী আন্দোলনক নির্মমভাৱে প্ৰতিৰোধ কৰা সত্ত্বেও কিছু দশকৰ পাছত পুনৰ সক্রিয় তথা শক্তিশালী হৈ উঠে। বিগত কালছোৱাত সংঘাত পীড়িত অঞ্চলত চলোৱা চৰকাৰী-বেচৰকাৰী বিভিন্ন অধ্যয়নত এই কথা স্পষ্ট হৈছে যে দুর্বল প্রশাসন, গুৰুতৰ আৰ্থিক বৈষম্য আৰু সংশ্লিষ্ট অঞ্চলৰ আদিবাসী-জনজাতিসকলৰ প্ৰতি আৰ্থ-ৰাজনৈতিক বৈষম্য আদিয়েই নক্সালবাদৰ প্ৰসাৰৰ মূল চালিকাশক্তি।

তাৰ বাবে আদিবাসীসকলক আশ্বস্ত কৰিব পৰা ভূমি অধিগ্রহণ নীতি আৰু উপযুক্ত তথা সন্তোষজনক পুনৰ সংস্থাপনৰ ব্যৱস্থাৱলী প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। নক্সালবাদীসকলে দৃঢ়ভারে বিশ্বাস কৰে যে ভূমিৰ গৰাকী অৰ্থাৎ জমিদাৰ আৰু কৃষি শ্রমিকৰ মাজত এক গুৰুতৰ শ্ৰেণী সংঘাত আছে আৰু ভাৰতীয় সংবিধানত এই আদিবাসী শ্ৰমিকসকলৰ বাবে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই। তদুপৰি বনজ আৰু প্ৰাকৃতিক সম্পদ আহৰণৰ বাবে আদিবাসীসকলক নিজৰ ভূমিৰ পৰাই উৎখাতৰ ধাৰাবাহিকতাই তেওঁলোকক ৰাষ্ট্ৰৰ ভূমিকাৰ প্ৰতি বীতশ্রদ্ধ কৰি তুলিছে।

ভয়াৱহ দৰিদ্ৰতা, সকলো ধৰণৰ বৈষম্য আৰু চৰকাৰী নীতি তথা ভূমিকাক কেন্দ্ৰ কৰি ভূমিহীন কৃষি শ্রমিককে ধৰি প্ৰান্তীয় জনগোষ্ঠীৰ মাজত সামন্তবাদী জমিদাৰ আৰু ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে উদ্ভৱ হোৱা গভীৰ ক্ষোভ-অসন্তুষ্টি মৰিষণ কৰাটোৱে নক্সালবাদী সংগ্ৰামৰ উদ্দেশ্য। তাৰ বাবে সশস্ত্র সংগ্ৰামৰ জৰিয়তে জনতাৰ চৰকাৰ গঠনেই তেওঁলোকৰ লক্ষ্য। তেওঁলোকে সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক ন্যায় লাভৰ উদ্দেশ্যে মাও জে দঙৰ মতাদৰ্শৰে সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে চীনৰ আৰ্হিত কমিউনিউষ্ট বিপ্লৱৰ পোষকতা কৰে।

দীর্ঘকাল ধৰি শোষিত-বঞ্চিত, জীৱন ধাৰণৰ ন্যূনতম সুযোগ-সুবিধাৰ পৰা বঞ্চিত এই আদিবাসী লোকসকল একপ্ৰকাৰ বাধ্যত পৰিয়ে নক্সালবাদী আন্দোলনত চামিল হ’বলগীয়া হৈছে। তেওঁলোকৰ ক্ষোভ-অসন্তুষ্টিক চৰকাৰ বাহাদুৰে যিভাৱেই বিশ্লেষণ নকৰক কিয়, ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে ঘৃণাক অস্বীকাৰ কৰিব নোৱাৰি। যি অৰণ্য তেওঁলোকৰ বাসভূমি, তাৰ পৰাই তেওঁলোকক খেদি পঠিওৱা হৈছে বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ উদ্যোগ স্থাপনৰ উদ্দেশ্যে। ফলস্বৰূপে এই আদিবাসীসকলে জীৱন ধাৰণৰ পদ্ধতি, নিজস্ব ভাষা-সংস্কৃতি হেৰুৱাই পেলাইছে। নক্সালবাদী অথবা মাওবাদী যি বুলিয়েই পৰিচয় দিয়া নহওক কিয়, সংগঠনৰ সাধাৰণ সদস্যসকলৰ বাবে তেওঁলোকৰ এই যুদ্ধ সেইখন ৰাষ্ট্ৰৰ বিৰুদ্ধে যি তেওঁলোকৰ প্ৰতি অন্যায্য, পক্ষপাতদুষ্ট আৰু অসহানুভূতিশীল।

সামৰিক অভিযানৰে নক্সালবাদীসকলক নিঃশেষ কৰি হয়তো চৰকাৰে সাফল্যৰ হাঁহি মাৰিব পাৰে; কিন্তু ই যে এক তিক্ততাৰ পৰিৱেশ ভৱিষ্যতলৈ এৰি যাব তাত সন্দেহ নাই। সুযোগ পালেই পুনৰ হিংসাত্মক ৰূপত তাৰ বিস্ফোৰণ নঘটিব বুলিয়েই বা কোনে নিশ্চয়তা দিব? হয়তো অনাগত সময়ত মাওবাদী আন্দোলন অহিংস ৰূপত অথবা নতুনকৈ হিংসাত্মক ৰূপত আবির্ভার ঘটিব পাৰে। ইয়াৰ সম্ভাৱনা আজিয়েই নুই কৰিব নোৱাৰি। ইতিবাচক দৃষ্টিভংগীৰে নিপীড়িত মানুহৰ মৌলিক সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিলেহে এই ধৰণৰ তিক্ততাৰ অৱসান ঘটিব বুলি আশা কৰিব পাৰি।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eradicate MaoismMaoist TerroristsPranjalsen DekaSecurity forces raidspl Articls
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d