Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
December 1, 2025
in Assam
Reading Time: 1 min read
0
বিধানসভাত হত্যাকাৰী কেনেকৈ ?
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

# প্রাঞ্জলসেন ডেকা

দিনে দিনে অৱনমিত হোৱা বিধানসভাৰ মৰ্যাদা সদ্যসমাপ্ত শীতকালীন অধিৱেশনে ধূলিসাৎ কৰি পেলালে। যি বিধানসভাক ‘পৱিত্ৰ সদন’ৰূপে শ্রদ্ধা কৰা হয়, সেই সদনক একাংশ মন্ত্রী-বিধায়কৰ আচৰণে প্ৰকৃতাৰ্থতে ‘গাহৰিৰ গড়াল’ লৈ পৰ্যবসিত কৰিলে। বিগত কিছু কাল ধৰি চৰ্চিত হৈ আহিছে যে বিধানসভা ধাৰ্য নীতি-নিয়ম অনুসৰি পৰিচালিত হৈ থকা নাই আৰু সেইবাবে ইয়াৰ মান দিন যোৱাৰ লগে লগে অধোগামী হৈছে।

ADVERTISEMENT

ইয়াৰ পৰিচালক তথা অংশীদাৰসকলে এই কথা পাহৰি গৈছে যে বিধানসভা হৈছে গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্তম্ভ। সেইবাবেই নির্দিষ্ট নীতি-নিয়ম তথা মর্যাদা সহকাৰে ইয়াৰ কাৰ্যসূচী আগবঢ়াই নিয়াটো জনপ্রতিনিধিসকলৰ দায়িত্ব; অথচ তাৰ পৰিৱৰ্তে সেই সকলেই বিধানসভাৰ মৰ্যাদাক ভূলুণ্ঠিত কৰিবলৈ উঠি-পৰি লাগিছে। ইয়াৰ পৰিণতিত বিধানসভাৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্রাস পোৱাটোৱেই স্বাভাৱিক।

বিগত কিছু বছৰ ধৰি বিধানসভা অধিৱেশনৰ কাৰ্যকাল পূৰ্বৰ তুলনাত যথেষ্ট হ্রাস কৰা হৈছে। চৰকাৰী পক্ষই তেওঁলোকৰ বাবে প্রয়োজনীয় বিধেয়ক তথা পৰিপূৰক দাবী মঞ্জুৰি আদি গৃহীত কৰাতেই বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী সীমিত কৰি ৰাখিছে। ফলস্বৰূপে ৰাজহুৱা স্বার্থজড়িত বিষয়বোৰৰ বিস্তৃতভাবে আলোচনাৰ মাজেদি সমাধান সূত্র উলিওৱাৰ সুযোগ হ্রাস পাইছে। তদুপৰি উত্থাপিত বিধেয়কসমূহৰ চৰ্চাও বহু সময়ত পর্যাপ্ত হৈ উঠা নাই। বিধানসভাত বিভিন্ন বিষয়ক লৈ উত্থাপিত প্রশ্নবোৰৰ উত্তৰ সঠিকভাৱেতো দিয়া নহয়েই, বৰঞ্চ তথ্য লুকুওৱাৰ প্ৰৱণতাহে শক্তিশালী হৈ উঠিছে বুলি সততে চর্চিত হৈছে। বিৰোধী পক্ষইও এই ক্ষেত্রত যথোচিত চাপ সৃষ্টি কৰি পৰিস্থিতি সুচল কৰিবলৈ সক্ষম হোৱা নাই। ফলস্বৰূপে ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ জনসাধাৰণ।

সবাতোকৈ দুর্ভাগ্যজনক বিষয়টো হৈছে মন্ত্রী-বিধায়কৰ নিকৃষ্ট আচৰণ। এইবাৰৰ মাত্র পাঁচদিনীয়া শীতকালীন অধিবেশন যথেষ্ট গুরুত্বপূর্ণরূপে বিবেচিত হৈছিল। কিয়নো বহুবিবাহ নিষিদ্ধকৰণ, চাহ শ্রমিকলৈ বাগিচাৰ ভূমিৰ পট্টা প্রদান, অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ প্ৰমুখ্যে কে’বাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এই অধিবেশনতে গৃহীত কৰা হ’ল। তদুপৰি সম্প্রতি ৰাজ্যৰ এক গুৰুতৰ বিষয়ৰূপে ভূমুকি মৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত গঠিত মন্ত্রী গোটৰ প্ৰতিবেদন দাখিল আৰু ইয়াক লৈ সদনত আলোচনা অনুষ্ঠিত কৰাৰ কথা আছিল। অধিবেশনৰ কাৰ্যসূচীৰ অন্তিম মুহূর্তত বহুচর্চিত এই প্রতিবেদন বিধায়িনী দলৰ নেতাকেইজনক দাখিল কৰা হ’ল যদিও কোনো আলোচনাৰ সুযোগ নোলাল। তদুপৰি এই প্রতিবেদনৰ সবিশেষ চৰকাৰীভাৱে ৰাজহুৱা কৰা নহ’ল। এনেবোৰ জৰুৰী বিষয়ৰ কাৰণেই ৰাজ্যবাসীয়ে এই অধিৱেশনলৈ যথেষ্ট গুৰুত্ব সহকাৰে দৃষ্টি ৰাখিছিল।

কিন্তু এনে এখন গুৰুত্বপূর্ণ অধিবেশনতো একাংশ মন্ত্রী-বিধায়কৰ আচৰণে নির্লজ্জতাৰ নতুন দৃষ্টান্ত সৃষ্টি কৰিলে। বিশেষকৈ অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যকলাপে বহুতৰে মনত চৰম বিতৃষ্ণাৰ জন্ম দিলে। ৰাজ্যৰ এজন মন্ত্রীয়ে আনকি নিলম্বিত বিধায়কক অবৈধ বিদেশীক বন্দী শিবিৰত ৰখাৰ দৰে বন্দী কোঠাত আৱদ্ধ কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াই বহুতকে হতবাক কৰি তোলে। মন্ত্রী বিমল বড়াই ৰাইজৰ দলৰ একমাত্র বিধায়ক অখিল গগৈক উদ্দেশ্য কৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পৰামৰ্শ আগবঢ়ায় যে নিলম্বিত হৈ থকাৰ সময়খিনিত বিধায়কজনক এটা নির্দিষ্ট কোঠাত আৱদ্ধ কৰি থ’ব লাগে, যাতে সদনৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰে। ক্ষমতাই মূৰৰ বিকৃতি নঘটালে কোনো মন্ত্রীয়ে এনে চৰম অগণতান্ত্রিক পৰামৰ্শ দাঙি ধৰিব বুলি আশা কৰিব পাৰিনে?

দৰাচলতে এনে ধৰণৰ স্পন্ধা প্ৰদৰ্শনৰ কাৰণে মন্ত্রীজনকহে অধ্যক্ষই ততালিকে নিলম্বিত কৰাটো উচিত আছিল। সদনত যিকোনো মন্ত্রী-বিধায়কৰ অবাঞ্ছিত আচৰণৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণৰ নীতি-নির্দেশনা আছে। অধ্যক্ষই সেই অনুসৰি ব্যৱস্থা গ্রহণ কৰাটোৱে কাম্য। তেনে নির্দেশনাত বন্দী কোঠাৰ দৰে কোনো ব্যৱস্থাৰ উল্লেখ নাই। তেনে ক্ষেত্রত গণতান্ত্রিকভাবে নির্বাচিত এগৰাকী বিধায়কক বিধানসভাত কৰা আচৰণৰ বাবে বন্দী কোঠাত আৱদ্ধ কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াই মন্ত্রী বড়াই নিজৰেই চৰিত্ৰ উদঙাই দিলে। বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত মন্ত্রীজনৰ কেইবাৰ দপ্তৰ সলনি হ’ল সেই কথা অসমৰ ৰাইজে নজনা নহয়। ইয়েই বিভাগ পৰিচালনাত তেওঁৰ কৰ্মদক্ষতাৰ স্বৰূপ উদঙাই দিছে। গতিকে সতীর্থ বিধায়কক বন্দী কৰাৰ দৰে কেংগাৰু ক’ৰ্টৰ পৰামৰ্শ দিয়া মন্ত্রীজনে নিজৰ ভৰিৰ তলৰ মাটিলৈও দৃষ্টি ৰখা বাঞ্ছনীয়।

সেই একেদিনাই চাহ শ্রমিকলৈ ভূমি পট্টা প্রদান সম্পৰ্কীয় বিধেয়কৰ আলোচনাত ভাগ লৈ মুখ্যমন্ত্রীয়ে বক্তব্য দাঙি ধৰাৰ সময়ত সৃষ্টি হোৱা পৰিৱেশ একপ্ৰকাৰ অভাৱনীয় বুলিয়ে ক’ব লাগিব। সাধাৰণতে কোনো এখন বিধেয়ক উত্থাপন হ’লে তাৰ ওপৰত সংশোধনীসহ (যদি থাকে) দফাই দফাই আলোচনা অনুষ্ঠিত হয়; কিন্তু সম্প্রতি তেনে নীতি ভংগ কৰি চৰকাৰী পক্ষই প্ৰতিখন বিধেয়কৰ আলোচনাৰ নামত ৰাজনৈতিক ভাষণ দিয়াহে দৃষ্টিগোচৰ হ’ল। মুখ্যমন্ত্রীয়ে তেনে বক্তব্য দাঙি ধৰাৰ সময়তে বিধায়ক অখিল গগৈক উদ্দেশ্য কৰি কটাক্ষ বাণ এৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীয়ে বিধায়ক গগৈক মাটি পট্টাৰ দাবীত জনতা ভৱনৰ সমুখত আত্মজাহ দিয়া প্রণব বড়োৰ হত্যাকাৰী বুলি মন্তব্য কৰে।

স্বয়ং মুখ্যমন্ত্রীয়েই তাকো সদনত এনে এক গুৰুতৰ অভিযোগ কৰাৰ পাছতে তেওঁৰ সতীর্থ বিধায়কসকলো গগৈৰ ওপৰত বাক্যবাণেৰে জঁপিয়াই পৰে। অৱশ্যে বিধায়ক গগৈয়েও মুখ্যমন্ত্রীক উদ্দেশ্যি কংগ্রেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ড, কটন কলেজৰ ছাত্ৰাৱাসত উদ্ধাৰ হোৱা পিষ্টল, সাৰদা আৰু লুইছ বাৰ্জাৰ আদি কেলেংকাৰিৰ প্ৰসংগ উল্লেখ কৰে। সেই সময়তে শাসকীয় বিধায়কসকলে অখিল গগৈক মূৰৰ বিকৃতি ঘটা, ফটুৱা আদি অশালীন আৰু অসাংবিধানিক শব্দৰে ভাবুকি প্রদান কৰিবলৈ লয়। বিধানসভাৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ হোৱা হেতুকে সেই হুলস্থুলীয়া বিতর্ক অসমবাসীয়ে প্রত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে। তাকে দেখি যিকোনো সাধাৰণ নাগৰিকৰ মনত প্রশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে স্বয়ং গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীয়ে হত্যাকাৰী আখ্যা দিয়া এজন লোক কিদৰে মুকলিমূৰীয়াকৈ, তাকো পবিত্র বিধানসভাত দপদপাই থাকিবলৈ সক্ষম হৈছে? অসমত আইনৰ শাসন যে চলি থকা নাই, ইয়াতকৈ ডাঙৰ উদাহৰণ আন কি হ’ব পাৰে?

চৰকাৰৰ দ্বাৰা বিধানসভাত ঘোষিত ‘হত্যাকাৰী’ এজন শাস্তিৰ পৰা হাত সাৰি থাকিব পৰা কাৰণে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রীয়েই প্রধানকৈ জগৰীয়া নহয়নে ? মুখ্যমন্ত্ৰীৰ সুৰতেই তেওঁৰ দলীয় সতীর্থ মন্ত্রী-বিধায়কে অখিল গগৈক নিশ্চুপ কৰিবলৈ বাৰে বাৰে মূৰৰ বিকৃতি ঘটা বুলি কোৱাৰ পাছতো সেইসকলৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষৰ নির্লিপ্ত আচৰণ চৰম দুর্ভাগ্যজনক। মূৰৰ বিকৃতি ঘটা এজন ব্যক্তিক বিধায়কৰ পদ অধিকাৰ কৰি এনেদৰে কাৰ্যনিৰ্বাহ কৰি যাবলৈ সুযোগ দিয়াৰ বাবে অধ্যক্ষ তথা সংশ্লিষ্ট কর্তৃপক্ষ জবাবদিহি নহ’বনে?

অখিল গগৈয়েই হওক অথবা আন যিকোনো বিধায়কেই হওক, যদিহে কাৰোবাৰ আচৰণ বিধি বহির্ভূত হয়, তেন্তে তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট নীতি-নির্দেশনা অনুসৰি ব্যৱস্থা গ্রহণত কাৰো আপত্তি থাকিব নোৱাৰে; কিন্তু শাসকপক্ষক অসুবিধাত পেলোৱা প্রশ্ন উত্থাপন কৰা বাবেই বিৰোধী বিধায়কৰ ওপৰত চাপ সৃষ্টি কৰি অথবা ভাবুকি প্রদান কৰি নিশ্চুপ কৰিবলৈ অপচেষ্টা চলোৱাটো গ্রহণযোগ্য হ’ব নোৱাৰে। মুখ্যমন্ত্রীয়েও বিধায়ক অখিলক অবাঞ্ছিতভাবে কটাক্ষ কৰিবলৈ গৈ জোলোঙাৰ মেকুৰী এৰি দিয়াৰ লেখীয়াহে হ’ল; কিয়নো তাৰ লগে লগে বিধানসভাত সচৰাচৰ উল্লেখ নোহোৱা মানবেন্দ্র শর্মা, কটন কলেজৰ থার্ড মেছৰ পিষ্টল, সাৰদা-লুইছ বাৰ্জাৰ কেলেংকাৰি আদিৰ প্ৰসংগও উত্থাপিত হ’ল। জোৰকৈ হ’লেও পাহৰাই পেলাব খোজা কথাবোৰ আকৌ চৰ্চালৈ আহিল। এইবোৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিলে বহু নেতা যে অস্বস্তিত ভুগিব সেই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন।

বিধানসভাৰ নেতাৰূপে মুখ্যমন্ত্রীয়ে পদমর্যাদা ৰক্ষাৰ পৰিৱর্তে অবাঞ্ছিত-অপ্রয়োজনীয় বক্তব্য দাঙি ধৰি পৰিস্থিতি যে জটিলহে কৰি তুলিছে, এই কথা দলীয় সতীর্থসকলেও নুবুজাকৈ থকা নাই। গগৈক অশালীন বাক্যবাণেৰে ভাবুকি প্রদান কৰা শাসকীয় বিধায়কসকলৰ বিৰুদ্ধে কিয় কোনো অনুশাসনমূলক ব্যবস্থা গ্রহণ কৰা নহয়, তাৰেই উত্তৰ বা কোনে দিব ? আজি মূৰৰ বিকৃতি ঘটা বুলি কোৱাসকলে কাইলৈ বিৰোধীক শাৰীৰিকভাবে আক্রমণ কৰিবলৈও যে দুঃসাহস প্ৰদৰ্শন কৰিব তাত সন্দেহ নাই। গতিকে গলিৰ গুণ্ডাৰ দৰে আচৰণৰ জৰিয়তে পৱিত্ৰ বিধানসভাৰ মর্যাদা হানি কৰাৰ পৰিৱৰ্তে শাসক-বিৰোধী উভয় পক্ষই সংবিধান প্রদত্ত মর্যাদা অটুট ৰখাৰ সন্দৰ্ভত সচেতন হোৱাটো বাঞ্ছনীয়।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor's ArticlePranjalsen Deka
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d