Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Three hundred Maoists killed in 150 days:১৫০ দিনত ধৰাশায়ী তিনিশ মাওবাদী

নক্সাল বিৰোধী অভিযানত ঐতিহাসিক সফলতা দাবী ,তিনি শীৰ্ষ চিপিআই(মাও)নেতাও ৰাডাৰত,১৯৯৬ৰ পৰা দেশত মাও সংঘাতত প্রাণ হেৰুৱালে ১৭ সহস্রাধিকে

publisher by publisher
May 23, 2025
in India, News
Reading Time: 3 mins read
0
Three hundred Maoists killed in 150 days:১৫০ দিনত ধৰাশায়ী তিনিশ মাওবাদী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Three hundred Maoists killed in 150 days:

দিনে গড়ে দুজনকৈ ১৫০ দিনত তিনিশজন। চলিত বৰ্ষৰ প্ৰথম ১৫০ দিনত নিৰাপত্তা বাহিনীৰ অভিযানত কমেও তিনিশ মাওবাদীয়ে প্ৰাণ হেৰুৱায়। অর্থাৎ এই অভিযানৰ কালছোৱাত প্রতিদিনে গড়ে দুজনইক মাওবাদী নিহত হয়। এই তথ্য প্রকাশ কৰিছে চত্তিছগড় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই ৷

ADVERTISEMENT

বিষয়াজনে জনোৱা মতে, চলিত বৰ্ষত মাওবাদী বিৰোধী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে লাভকৰা সফলতাই সৰ্বকালৰ ইতিহাস ভংগ কৰে। দেশত তিনি দশকৰো অধিক কাল মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে যদিও ইয়াৰ পূৰ্বে এনে কম দিনত তিনিশজনকৈ মাওবাদী ধৰাশায়ী হোৱা নাছিল। মাওবাদী বিৰোধী অভিযানৰ এই সফলতা ২০০৯ৰ পাছত সর্ববৃহৎ বুলি আখ্যা দিছে নিৰাপত্তা বিষয়াই।

উল্লেখ্য যে ২০০৯ বছৰটোত নিৰাপত্তা বাহিনীৰ অভিযানত ৩১৪ জন মাওবাদীয়ে প্রাণ হেৰুৱায়। এই কথা উল্লেখ কৰি নিৰাপত্তা বিষয়াই কয়, ‘মাওবাদীৰ বিৰুদ্ধে অভিযানৰ সফলতাৰ এই ধাৰা অব্যাহত থাকিলে চলিত ২০২৫ বর্ষটোত মাওবাদী বিৰোধী পূৰ্বৰ সকলো সফলতাৰ অভিলেখ ভংগ কৰিব। ২০০৯তো নিৰাপত্তা বাহিনীৰ হাতত তিনি শতাধিক অর্থাৎ ৩১৪ জন মাওবাদীয়ে প্রাণ হেৰুৱায় যদিও সেয়া গোটেই বছৰটোত সংঘটিত হয়।

ইয়াৰ ভিতৰতে চলিত বৰ্ষৰ প্ৰথম ডেৰশ দিনতে কমেও তিনিশ মাওবাদী নিহত হয়।’ সম্প্রতি মাওবাদীৰ বিৰুদ্ধে অব্যাহত থকা নিৰাপত্তা বাহিনীৰ অভিযান চোৰাংচোৱাচালিত অভিযান আখ্যা দি চত্তিছগড় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘অভিযানৰ সময়ত ৰাজ্যিক আৰু কেন্দ্রীয় নিৰাপত্তা বাহিনীসমূহৰ মাজত মসৃণ সমন্বয় ৰক্ষা কৰা হৈছে। ইয়ে অতুলনীয় ক্ষিপ্রতা আৰু সুনির্দিষ্টতাৰে লক্ষ্যত আঘাত হনাত আমাক সহায় কৰিছে।’

বছৰটোৰ এই ডেৰশ দিনত নিৰাপত্তা বাহিনীয়ে চত্তিছগড়ৰ উপৰি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ কেতবোৰ অংশত নিশ্ছিদ্র অভিযান চলায়। এই অভিযানৰ সময়ছোৱাত কে’বাজনো শীর্ষ মাওবাদী নেতা নিহত হোৱাৰ উপৰি নিৰাপত্তা বাহিনীয়ে মাওবাদীয়ে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ পথসমূহ বন্ধ কৰিবলৈ সক্ষম হয়। কালিও নিৰাপত্তা বাহিনীৰ অভিযানত নিষিদ্ধ চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক বাসৱা ৰাজুসহ ২৭ জন নিহত হয়। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ চত্তিছগড়ৰ নাৰায়ণপুৰ জিলাৰ এক ঘাটিও উৎখাত কৰে।

বাসৱা ৰাজুসহ আন মাওবাদীসকল ধৰাশায়ী হোৱাটোক বাঁও সন্ত্রাসবাদ বিৰোধী অভিযানৰ এক বৃহৎ সফলতা ৰূপে আখ্যা দিছে নিৰাপত্তা বাহিনীসমূহে। এই সম্পর্কত এজন নিৰাপত্তা বিষয়াই কয়, ‘বাসৱা ৰাজু কেৱল এজন কমাণ্ডাৰেই নাছিল, তেওঁ আছিল মাওবাদী আন্দোলনৰ আদৰ্শগত আৰু অভিযানৰ ৰাজহাড়।’ ইয়াৰ পূর্বে যোৱা মাহতো নিৰাপত্তা বাহিনীৰ অভিযানত ৩১ জনকৈ মাওবাদীয়ে প্রাণ হেৰুৱায়। এই অভিযানক নেতৃত্ব দিয়ে স্বয়ং চিআৰপিৰ সঞ্চালক প্রধান জি পি সিঙে।

# নিৰাপত্তা বাহিনীৰ ৰাডাৰত কে’বাজনো শীর্ষ নেতা

মাওবাদী বিৰোধী অভিযানত নিয়োজিত নিৰাপত্তা বাহিনীসমূহৰ চকুত ধূলি দি বর্তমানেও কে’বাজনো দুর্ধর্ষ মাওবাদী নেতাই আত্মগোপন কৰি আছে। অৱশ্যে এইসকল নিৰাপত্তা বাহিনীৰ ৰাডাৰত থকা বুলি সূত্রই প্রকাশ কৰিছে। এই দুর্ধর্ষ মাওবাদী নেতাকেইজনৰ অন্যতম হ’ল ৭৪ বছৰীয়া মুপালা লক্ষ্মণ ৰাও ওৰফে গণপতি ওৰফে ৰমান্না ওৰফে শ্রীনিবাস ওৰফে শেখৰ।

এই বর্ষীয়ান নেতাজনেই চিপিআই (মাওবাদী)ৰ জ্যেষ্ঠ উপদেষ্টা আৰু ৰণকৌশল প্রস্তুতকাৰকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ তথ্য উদ্ধাৰ হৈছে। নিৰাপত্তা বাহিনীয়ে সন্দেহ কৰা অনুসৰি ৰাৱে ঘন জংঘলত সশস্ত্ৰ মাওবাদীৰ দ্বাৰা পৰিবেষ্টিত হৈ সংগঠনলৈ দিহা-পৰামৰ্শর্শ আগবঢ়াই আছে। বর্তমানেও জালত নপৰা আন এজন শীর্ষ মাওবাদী নেতা হ’ল মাল্লুজোলা বেণুগোপাল ওৰফে বিবেক ওৰফে ভূপাতি ওৰফে বীণু।

সম্প্রতি ৬৮ বছৰীয়া বেণুগোপালে মাওবাদীৰ কেন্দ্রীয় সমিতিৰ জ্যেষ্ঠ সদস্য তথা মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেলেংগানাৰ ৰাজন্না ছাৰ্কিলা জিলাৰ বেণুগোপালে নিৰাপত্তা বাহিনীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰি আছে। নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি থাকিবলৈ সক্ষম হোৱা আন এজন শীর্ষ মাওবাদী নেতা হ’ল মিহিৰ বেষ্ট্ৰা ওৰফে ভাস্কৰ ওৰফে ছুৰ্ণিমল। ঝাৰখণ্ডৰ গিৰিধ জিলাৰ বোৰ বয়স সম্প্রতি ৬৫ বছৰ। তেওঁ নিষিদ্ধ চিপিআই (মাওবাদী) লৈ ৰচদপাতি যোগান আৰু যোগাযোগৰ ক্ষেত্ৰত সমন্বয়কৰ ভূমিকা পালন কৰি আছে।

# হ্রাস পাই আহিছে মাওবাদৰ প্ৰভাৱ

বিগত সময়ছোৱাত মাওবাদৰ প্ৰভাৱ হ্রাস পাই আহিছে। চৰকাৰী তথ্য অনুসৰি ২০১৪ত ৩৫ খন জিলা মাওবাদৰ দ্বাৰা ক্ষতিগ্রস্ত হয় যদিও চলিত বর্ষত এনে জিলাৰ সংখ্যা ছখনলৈ হ্রাস পাইছে। সামগ্রিকভাবে মাওবাদী আক্রান্ত জিলাৰ সংখ্যা ২০১৪ৰ ১২৬ খনৰ পৰা চলিত বৰ্ষত ১৮ খনলৈ হ্রাস পাইছে। একেদৰে ২০১৪ত মাওবাদী আক্রমণত ৮৮ জন নিৰাপত্তা বাহিনীৰ লোক ছহিদ হয় যদিও ২০২৪ত ছহিদ বৰণ কৰা নিৰাপত্তা বাহিনীৰ লোকৰ সংখ্যা ১৯ জনলৈ হ্রাস পায়।

ইয়াৰ বিপৰীতে ২০১৪ ত ৬৩ জন মাওবাদী নিহত হয় যদিও তাৰ পাছৰে পৰা চলিত বর্ষলৈ সংঘর্ষত নিহত হোৱা মাওবাদীৰ সংখ্যা ২,০৮৯ জনলৈ বৃদ্ধি পায়। উল্লেখ্য যে দেশত মাওবাদৰ উত্থানৰ ফলত ১৯৯৪ৰ পৰা ১৩,৭০০ জনবো অধিক লোকে প্রাণ হেৰুৱায়।

# হত্যা যজ্ঞৰে সমস্যা সমাধান নহয়: আলোচনাৰে আগবাঢ়িবলৈ চৰকাৰক আহ্বান চিপিআইৰ

চত্তিছগড়ত মাওবাদীৰ ওপৰত গণহত্যা চলা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ গৰিহণা জনাইছে চিপিআয়ে। সম্প্রতি অসম ভ্রমণত থকা দলৰ ৰাষ্ট্ৰীয় সচিব ড° কে নাৰায়ণাই আজি গুৱাহাটীত কয় যে কেন্দ্ৰীয় চৰকাৰে পাকিস্তান সমর্থিত দুর্ধর্ষ সন্ত্রাসবাদীৰ লগতো বুজাপৰা কৰিবলৈ সাজু আছে। অথচ মাওবাদীসকলৰ ক্ষেত্ৰত এই মনোভাব পোষণ কৰা নাই।

ড০ নাৰায়ণাই কয়, ‘মাওবাদীসকল মার্ক্সবাদ, লেলিনবাদ, সামাজিক ন্যায় আৰু সমাজ পৰিৱৰ্তনৰ হকে দায়বদ্ধ। চিপিআইৰ তেওঁলোকৰ কাৰ্যপন্থাৰ প্ৰতি সমর্থন নাথাকিব পাৰে, সেই বুলি এনে গণহত্যা সমর্থনযোগ্য নহয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সঘনে কৈ আহিছে যে অতি কম সময়ৰ ভিতৰত তেওঁ দেশৰ পৰা নক্সাল আন্দোলনক সম্পূর্ণভাবে উৎখাত কৰিব। কিন্তু এটা কথা নিশ্চিত যে মাওবাদী সদস্যসকলক হত্যা কৰি অথবা চাপত ৰাখি সমস্যাটো কেতিয়াও শেষ কৰিব নোৱাৰিব।

শ্বাহৰ ঘোষণাই তেওঁলোকৰ পুঁজিবাদী বন্ধুসকলক সুখী কৰিব ঠিকেই; কিন্তু নক্সাল আন্দোলন কেতিয়াও শেষ নহ’ব।’ চিপিআই জ্যেষ্ঠ নেতাজনে এইবুলিও কয় যে যেতিয়ালৈকে শোষণ চলি থাকিব নিবনুৱা সমস্যাত মানুহ ভাৰাক্ৰান্ত হৈ থাকিব, দেশত যেতিয়ালৈকে ভূমি সমস্যা থাকিব, যেতিয়ালৈকে কৃষকৰ সমস্যা থাকিব, সমস্যাত ককবকাই থকা কৃষকে যেতিয়ালৈকে আত্মহত্যা কৰি থাকিব, দৰিদ্ৰতা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে নক্সাল আন্দোলন বর্তি থাকিবই।

তেওঁ আৰু কয় যে এজন মাওবাদী নিহত হোৱাৰ বিনিময়ত এশজনৰ জন্ম হ’ব। ইতিহাসে এই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে কোনো আন্দোলনকে চাপ সৃষ্টি কৰি শেষ কৰিব নোৱাৰি। একমাত্ৰ আলোচনাৰ মাধ্যমৰেহে নক্সাল সমস্যাৰ সু-ফলাফল লাভ কৰিব পৰা যাব বুলি ড: নাৰায়ণাই কয়। সেয়েহে কেন্দ্র আৰু চত্তিছগড় চৰকাৰক মাওবাদীক হত্যা বন্ধ কৰিবলৈ চিপিআয়ে আহ্বান জনাইছে।

হত্যাযজ্ঞ বন্ধ কৰি তৎকালে আলোচনাত বহি সমস্যাটোৰ সমাধান কৰিবলৈও দলৰ হৈ সাধাৰণ সম্পাদকজনে চৰকাৰক আহ্বান জনায়। ইয়াৰ জৰিয়তে মানৱ অধিকাৰো সুৰক্ষিত হ’ব। ড: নাৰায়ণাই মানৱ অধিকাৰ সংস্থাবোৰকো এই ক্ষেত্রত মাত মাতিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: crpf OperationsLast 150 daysThree hundred Maoists killed
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d