Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২৫ লাখ ক্ষতিপূৰণৰ বাবে মাত্ৰ ১০ হেজাৰ! 

পাক আক্ৰমণত বিধ্বস্ত উপত্যকা মোডী চৰকাৰক তীব্ৰ সমালোচনা

publisher by publisher
May 27, 2025
in India, News
Reading Time: 1 min read
0
২৫ লাখ ক্ষতিপূৰণৰ বাবে মাত্ৰ ১০ হেজাৰ! 
1
SHARES
11
VIEWS
ShareShareShareShare

Jammu and Kashmir: অপাৰেচন সিন্দূৰৰ পাছত বিগত আঠ মে’ত পাকিস্তানৰ সংঘটিত প্রতিশোধমূলক আক্রমণত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছিল জম্মু-কাশ্মীৰৰ বাসিন্দাসকল৷ ক্ষতিগ্ৰস্তসকলক চৰকাৰে সহায় কৰিছে যদিও সেয়া নূন্যতম।

ADVERTISEMENT

পাকিস্তানৰ আক্ৰমণত বহুতৰে ঘৰ ধ্বংস হৈ ২৫ লাখ টকাৰ ক্ষতিসাধন হৈছে যদিও চৰকাৰে মাত্ৰ ১০ হেজাৰ টকাহে সাহায্য প্ৰদান কৰিছে। এই ঘটনাক লৈ অতিশয় ক্ষুব্ধ হৈ পৰিছে কাশ্মীৰৰ বাসিন্দাসকল।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ এজন বাসিন্দা মহম্মদ মকবুল খান। তেওঁৰ ঘৰটো নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত।বিগত আঠ মে’ত পাকিস্তানৰ আক্ৰমণৰ বাবে ২৫-৩০ লাখ টকাৰ ঘৰসমূহ কাৰ্যতঃ ধ্বংসাৱশেষলৈ পৰিণত হৈছে।

তেওঁ কয়, “কেৱল ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈয়ে আমাৰ ১৫ হেজাৰ টকা খৰচ হৈছে।কিন্তু চৰকাৰে মাত্ৰ ১০ হেজাৰ টকীয়া ক্ষতিপূৰণহে দিছে।”

মকবুলৰ দাবী,”উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু আৰক্ষী বিষয়া আমাৰ গাঁৱলৈ আহিছে। মোৰ ঘৰৰ ক্ষতি সন্মুখৰ পৰাই দেখি গৈছে। তাৰ পাছত ক্ষতিপূৰণ পাই মই স্তম্ভিত হৈ পৰিলোঁ। “কি ক’ম বুজি পোৱা নাই।”

উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানৰ মৰ্টাৰ গোলাবৰ্ষণত এশৰো অধিক ঘৰ ধ্বংস হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত চৈয়দ মুস্তাফাৰ ভগ্নীৰ ঘৰো ক্ষতিগ্ৰস্ত হয়।

মুস্তাফাই কয়, “ঘৰটোৰ সামগ্ৰীৰ লগতে বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।খিৰিকীৰ গ্লাছ আৰু দুৱাৰ ভাঙি গৈছিল, বেৰত প্ৰকাণ্ড ফাট মেলিছিল। ক্ষয়-ক্ষতিৰ পৰিমাণ লক্ষাধিক হ’লেও চৰকাৰে ঘৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষতিপূৰণ হিচাপে মাত্ৰ ৬৫০০ টকাহে দিছিল।চৰকাৰে আমাৰ লগত ধেমালি কৰিছে নেকি?”

উৰিৰ চালামাবাদ গাঁৱতো একেদৰেই অসংখ্য ঘৰৰ ক্ষতিসাধন হয়। তালিব হুছেইন আৰু মহম্মদ ইউনুছৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। গাঁও পঞ্চায়তৰ মুৰব্বী আব্দুল ৰছিদে কয়, “আমাৰ গাঁৱত পকা ঘৰ নিৰ্মাণ কৰাটো অতি ব্যয়বহুল।দুমহলীয়া ঘৰ সাজিবলৈ ৩৫ৰ পৰা ৪০ লাখ টকা খৰচ হয়। অথচ চৰকাৰে তালিব আৰু ইউনুছক মাত্ৰ ১.৩০ লাখ টকাহে দিছে। “যি ক্ষতি পূৰণ চৰকাৰে দিছে সেই ধনেৰে ঘৰ নিৰ্মাণ কৰাটো একেবাৰে অসম্ভৱ।”

গাঁওবাসীয়ে অভিযোগ কৰিছে যে সীমান্তৱৰ্তী গাঁৱত লাখ লাখ টকাৰ ক্ষতিপূৰণ চৰকাৰে ছয় হেজাৰ পৰা ১০ হেজাৰ টকাৰ ভিতৰত ধন দিছে। এই অৱস্থাত গাঁৱৰ মানুহে কি কৰিব?

চৰকাৰে পৰ্যাপ্ত সহায় আগবঢ়াব লাগে। কেৱল সাধাৰণ নাগৰিকৰ ঘৰেই নহয়, সীমান্তৱৰ্তী অঞ্চল পুঞ্চ আৰু ৰাজৌৰীত যোৱা আঠ মে’ৰ পৰা পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণৰ ফলত ৩১খন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে।কেৱল পুঞ্চতে ২৩খন বিদ্যালয় ধ্বংস হৈছে।

তদুপৰি সাতখন চৰকাৰী বিদ্যালয় আৰু এখন ব্যক্তিগত বিদ্যালয় ধ্বংস হয়। চৰকাৰী সূত্ৰই দাবী কৰিছে যে সীমান্তৱৰ্তী গাঁওসমূহত ক্ষতি কিছু বেছি। ক্ষয়-ক্ষতিৰ ওপৰত ভিত্তি কৰি চৰকাৰে যিমান পাৰি ক্ষতিপূৰণ প্ৰদান কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirNarendra ModiOperation SindoorPakistan
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d