Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 

    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

    প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

    বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

    Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

ৰাজ্যৰ ১২ খন জিলাত প্ৰচুৰ বৃষ্টিপাতৰ সতর্কবাণী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই ,ৰবৰৰ নাৱৰে যাতায়াত মহানগৰীৰ কেতবোৰ পথত

publisher by publisher
May 30, 2025
in News, Assam, Flood
Reading Time: 2 mins read
0
Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন
1
SHARES
11
VIEWS
ShareShareShareShare

Heavy Rainfall:

মুষলধাৰ বৰষুণত পুনৰ কৃত্রিম বানত সসাগৰা হয় গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল। বিশেষকৈ মহানগৰীৰ গণেশগুৰিৰ পৰা দক্ষিণ দিশত কৃত্রিম বানে আজি অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে। একেবাৰে যোৰাবাট পর্যন্ত পানীৰ কালৰূপে সাধাৰণ জীৱন যাত্ৰাই স্থৱিৰ কৰি তোলে। ইয়াৰ প্ৰভাৱ পৰে সমগ্র মহানগৰীত।

ADVERTISEMENT

কিয়নো পানীৰ বাবে খানাপাৰা, পাঞ্জাবাৰী, বশিষ্ঠ, হাতীগাঁও, বেলতলা, লালগণেশ আদিৰ পৰা যানবাহনৰ চলাচল প্ৰায় স্থৱিৰ হৈ পৰে। বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা হোৱা বৃষ্টিপাতৰ ফলত মূল পথবোৰেই পানীত বুৰ যোৱাত আগবেলা বিশেষকৈ মহানগৰ বাছ সেৱা স্থৱিৰ হৈ পৰাত জনজীৱনত ব্যাপক প্ৰভাৱ পৰে। কিয়নো এই অঞ্চলবোৰত যি বানৰ সৃষ্টি হয়, তাৰ প্রভাৱ আজিও দিনজুৰি অব্যাহত থাকে।  এছডিআৰএফৰ ৰবৰৰ নাৱৰেহে স্থানীয় বাসিন্দাসকলে যাতায়াত কৰিবলগীয়া হয় বৃহত্তৰ ৰুক্মিণীগাঁও অঞ্চলত।

RelatedPosts

বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা

gh2ইপিনে, যোৰাবাটৰ বানপানীয়ে বৃহস্পতিবাৰে গুৰুতৰ ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত যোৰাবাটৰ উৰণ সেতুৰ তলৰ ৰাষ্ট্ৰীয় ঘাইপথৰে যানবাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰে। কে’বাখনো যানবাহন বানত আবদ্ধ হৈ পৰে। লক্ষ্যণীয়ভাবে পানীৰ প্রকোপ হ্রাস পালেও যাতায়াত বিপদসংকুল হৈ থকাৰ বাবে পথটোৰে নিয়ন্ত্রিত ৰূপতহে যানবাহন চলাচলত অনুমতি দিয়া হৈছে। ইপিনে, হাতীগাঁও, বেলতলা, ছার্ভে আদি অঞ্চলৰ কে’বাটাও উপ-পথ এই প্রতিবেদন যুগুতোৱা পৰলৈকে পানীত বুৰ গৈ আছে। আনহাতে, আজিও পানীত বুৰ যায় অনিল নগৰ আৰু নবীন নগৰ অঞ্চল।

gh3ইপিনে, বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কে’বাখনো জিলাত আজিৰ দিনটোত ‘ৰেড এলার্ট’ জাৰি কৰিছে। অতিবৃষ্টি হোৱাৰ আশংকা বৃদ্ধি থকা জিলাকেইখন হ’ল- ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বাগসা বঙাইগাঁও, বজালী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি। ইপিনে, শুক্ৰবাৰে মহানগৰীৰ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আজি দিনটোৰ বেছিভাগ সময়ত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও আগজাননী দিয়া হৈছিল যদিও বৃহস্পতিবাৰে মাজনিশাৰে পৰা গুৱাহাটী সহ ৰাজ্যজুৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ।

gh4উল্লেখ্য যে এইবাৰ দেশৰ কে’বাখনো ৰাজ্যত আগতীয়াকৈ মৌচুমী বায়ুৰে প্রবেশ কৰিছে। তাৰ ফলতে বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্রভাৱ অসমৰ উপৰি বাংলাদেশতো পৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodGuwahatiHeavy RainfallHigh AlartIMD REPORT
publisher

publisher

Related Posts

‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 
News

June 1, 2025
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

May 31, 2025
Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ
News

Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

May 31, 2025
প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 
India

প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

May 31, 2025
বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 
India

বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

May 31, 2025
Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ
India

Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d