Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

মৌচুমীৰ বিদায়, ২১ শতাংশ বৰষুণ হ্ৰাস

উৎকট গৰমে দহিছে অসম, বছৰৰ অস্বাভাৱিক পৰিৱৰ্তনত মাধমাৰ সকলো উৎপাদন ক্ষেত্ৰত

publisher by publisher
September 15, 2021
in Assam, Environment, India, News
Reading Time: 1 min read
0
মৌচুমীৰ বিদায়, ২১ শতাংশ বৰষুণ হ্ৰাস
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

পাৰিপাৰ্শ্বিকতা ৰক্ষাত চৰকাৰ তথা জনসাধাৰণৰ উদাসীনতাৰ বিৰূপ প্ৰভাৱ ৰাজ্যত‌ স্পষ্ট হৈ পৰিছে । আবতৰীয়া উষ্ণতা বৃদ্ধি, বৰষুণ অত্যধিক হ্ৰাস আদিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰিছে । চলিত বৰ্ষত অসমত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণ । ইতিমধ্যে অসমৰ পৰা মৌচুমী বায়ুৱে বিদায় লৈছে । মৌচুমীৰ প্ৰভাৱত বৰ্ষা ঋতুত অসমত প্ৰচুৰ বৰষুণ হয়; কিন্তু এইবেলি ৰাজ্যত বৰষুণ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে । প্ৰতি বছৰে উপৰ্যুপৰি বানপানীয়ে অসমক আঘাত হানে ।

ADVERTISEMENT

এইবাৰ মজলীয়া এটা বানপানীয়েহে ৰাজ্যৰ একাংশ অঞ্চলক চুই যায় । সেয়াও অৰুণাচল আৰু ভূটানত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবেহে হৈছিল বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ । বৰষুণৰ পৰিমাণ বৃহৎ হাৰত হ্ৰাসৰ ফলত অসমে আগন্তুক দিনকেইটাত বৰষুণ নিৰ্ভৰ উৎপাদন ক্ষেত্ৰবোৰত প্ৰবল প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাটো নিশ্চিত হৈছে ।

উল্লেখ্য যে অসমত এপ্ৰিলৰ পৰাই বৰষুণৰ বতৰ আৰম্ভ হয়; কিন্তু আৰম্ভণিৰে পৰা ৰাজ্যত বৰষুণৰ পৰিমাণ এইবাৰ যথেষ্ট হ্ৰাস হয় । আনকি বাৰিষাও ৰাজ্যৰ বহু অঞ্চলত সৃষ্টি হয় খৰাং সদৃশ পৰিস্থিতিৰ । ইয়াৰ ফলত কৃষকসকলৰ মূৰত ৰামটাঙোনৰ কোব পৰিছে । বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা পহিলা জুনৰ পৰা আজিলৈকে অসমত স্বাভাৱিক বৃষ্টিপাতৰ পৰিমাণ হ’ব লাগে ১,৫৪৪.৩ মিলিমিটাৰ । তাৰ বিপৰীতে এইবাৰ বৰষুণ হয় ১,২২১.৪ মিলিমিটাৰ । তদুপৰি ৰাজ্যৰ সকলো অঞ্চলতে সমপৰিমাণৰ বৰষুণ নহ’ল ।

উক্ত সময়ছোৱাত সামগ্ৰিক বৰষুণৰ পৰিমাণ এইবাৰ ২১ শতাংশ হ্ৰাস হয় বুলি সদৰী কৰে কেন্দ্ৰটোৰ বিজ্ঞানী সঞ্জয় শ্ব‌ই । বৰষুণৰ পৰিমাণ হ্ৰাস আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বিগত পাঁচ দিনত অসমত তাপমাত্ৰা ৩৭ ডিগ্ৰীলৈ বৃদ্ধি হয় । অথচ ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা স্বাভাৱিক দিনত নিশাৰ ভাগত সাধাৰণভাৱে শীতৰ অনুভৱ হ’বলৈ ধৰে; কিন্তু সেই পৰিৱেশ এইবাৰ সলনি হৈছে । শীতৰ আৰম্ভণিৰ অনুভূতিও বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনত সম্প্ৰতি হেৰাই গৈছে ।

প্ৰসংগক্ৰমে উল্লেখ যে অসম আৰু মেঘালয় অঞ্চলত বিগত ২০১০, ২০১১, ২০১৩, ২০১৬, আৰু ২০১৮তো বৃষ্টিপাতৰ পৰিমাণ স্বাভাৱিকতকৈ কম হৈছিল । ২০২০ত স্বাভাৱিকতকৈ বেছি বৰষুণ হৈছিল ৰাজ্যখনত । তাৰ বিপৰীতে এইবাৰ বৰষুণৰ মাত্ৰা যথেষ্ট হ্ৰাস হোৱাটো উদ্বেগৰ বিষয় বুলি বতৰ বিজ্ঞান কেন্দ্ৰই মন্তব্য কৰে ।

বৰষুণ হ্ৰাসৰ প্ৰভাৱ ইতিমধ্যে ৰাজ্যৰ উৎপাদন ক্ষেত্ৰত ব্যাপকভাৱে পৰিছে । এইবাৰ নৈ, বিল, পথাৰ আদিত পৰ্যাপ্ত পানী নথকাৰ বাবে মাছৰ উৎপাদনত মাধমাৰ পৰিছে । বৰপেটা জিলাৰ মৎস্যপালক সমবায় সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কয় যে, যিখিনি সময়ত বাঢ়নি পানীত মাছৰ স্বাভাৱিক বংশ বৃদ্ধি হ’ব লাগিছিল সেই সময়তে পানীৰ অভাৱ হয় । ফলত মাছৰ বংশবৃদ্ধিত বাধাৰ সৃষ্টি হয় । ইয়াৰ ফলত নৈ, বিল আদিত এইবাৰ মাছ উৎপাদন পূৰ্বৰ তুলনাত হ্ৰাস পোৱাটো নিশ্চিত ।

একেদৰে শালি খেতিৰ সময়ত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট দিছে । প্ৰসংগক্ৰমে উল্লেখ্য যে ৰাজ্যৰ একাংশ জিলাত ২০ শতাংতকৈও অধিক কম হাৰত বৰষুণ হয় । গোলাঘাট জিলাৰ দুটা ৰাজহ চক্ৰত খৰাঙৰ প্ৰভাৱ পৰিব বুলি ৰাজ্য চৰকাৰৰ তথ্যত প্ৰকাশ । তেনেদৰে ওদালগুৰি আৰু তিনিচুকীয়া জিলাৰো বৃহৎ অঞ্চলত খৰং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰা হৈছে । এনে পৰিৱেশত ৰাজ্যত এইবাৰ ধানৰ উৎপাদন হ্ৰাসৰ আশংকা কৰিছে কৃষি বিভাগে ।

খৰাং সদৃশ পৰিস্থিতিয়ে ৰাজ্যৰ চাহ উদ্যোগতো মাধমাৰ শোধাইছে । এই সন্দৰ্ভত নৰ্থ ইষ্ট টি এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে প্ৰধানকৈ মাৰ্চৰ পৰা মে’লৈকে সৃষ্টি হোৱা খৰাং সদৃশ পৰিস্থিতিয়ে চাহ বাগিচাসমূহক মাধমাৰ শোধায় । এই সময়ছোৱাত চাহ গছত নতুন কলি ওলায় । তাৰ বাবে সকলো চাহ উৎপাদকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে; কিন্তু সেইখিনি সময়তে এইবাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamTemperature
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d