Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মুম্বাইত ধাৰাসাৰ বৰষুণ! বুধবাৰে মহানগৰীত জাৰি কৰা হালধীয়া সতৰ্কবাণী, বানপানীৰ ফলত যাতায়ত ব্যাহত

publisher by publisher
May 28, 2025
in India, News
Reading Time: 1 min read
0
মুম্বাইত ধাৰাসাৰ বৰষুণ! বুধবাৰে মহানগৰীত জাৰি কৰা হালধীয়া সতৰ্কবাণী, বানপানীৰ ফলত যাতায়ত ব্যাহত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:কৃত্রিম বানৰ কৱলত গুৱাহাটী, জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথতো একাঁঠু পানী

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

Rain: চলিত বছৰত নিৰ্ধাৰিত সময়ৰ ১৬ দিন আগতেই মহাৰাষ্ট্ৰত আহিল বাৰিষা। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত অবিৰত বৰষুণৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ADVERTISEMENT

মঙলবাৰে দিনজোৰা বৰষুণৰ পাছত বুধবাৰেও অদম্যভাৱে বৰষুণ অব্যাহত আছে।বতৰ বিজ্ঞান বিভাগে বুধবাৰ আৰু বৃহস্পতিবাৰে মধ্য মহাৰাষ্ট্ৰত আৰু দুই জুনলৈকে গোৱা আৰু কংকন উপকূলত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।মুম্বাই চহৰতো হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

কেৱল দেওবাৰৰ নিশাৰ পৰা সোমবাৰৰ দুপৰীয়াৰ ভিতৰতে মহানগৰীৰ কিছু অংশত ২০০ মিলিমিটাৰৰো অধিক বৰষুণ পৰিছে!

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য অনুসৰি, শেষবাৰৰ বাবে মে’ মাহত মুম্বাইত ইমান বৰষুণ হৈছিল ১৯১৮ চনত, অৰ্থাৎ ১০৭ বছৰ আগতে!

সোমবাৰে পুৱাৰ পৰা মঙলবাৰৰ পুৱালৈ ২৪ ঘণ্টীয়া বৰষুণ মুম্বাইৰ বাবে বিগত ১০ বছৰৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বৰষুণৰ পৰিমাণ। সেই ২৪ ঘণ্টাত কোলাবাত ১৬২ মিলিমিটাৰ আৰু চান্টাক্ৰুজত ১৪৪ মিলিমিটাৰ বৰষুণ হৈছিল — যিটো ২০২১ চনৰ মে’ মাহত টৌকাৰ ঘূৰ্ণীবতাহৰ পাছত সৰ্বাধিক বৰষুণ হৈছিল।

যি ২০২১ চনৰ মে’ মাহত টৌকাৰ ঘূৰ্ণীবতাহৰ পাছত সৰ্বাধিক বৰষুণ।কলাবাত ইতিমধ্যে চলিত বৰ্ষৰ মে’ মাহত ২৯৫ মিলিমিটাৰ বৰষুণ হৈছে।

ইতিমধ্যে চলিত বৰ্ষৰ মে’ মাহত কোলাবাত ২৯৫ মিলিমিটাৰ বৰষুণ হৈছে। ইয়াৰ পূৰ্বে ১৯১৮ চনৰ মে’ মাহত ২৭৯.৪ মিলিমিটাৰ বৰষুণ হৈছিল। তেতিয়াৰ পৰা ১০৭ বছৰত মুম্বাইত ইমান ডাঙৰ বৰষুণ হোৱা নাই!

মহাৰাষ্ট্ৰৰ থানে, পুনে, আৰু কলহাপুৰৰ লগতে মুম্বাইতো বজ্ৰপাত আৰু বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে। লগতে ৰায়গদ, ৰত্নাগিৰি, সিন্ধুদুৰ্গ, সতৰা আৰু দাঁতিকাষৰীয়া জিলাসমূহৰ বাবেও বজ্ৰপাতৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰৰ পৰা মহানগৰীত স্থানীয় ৰেল সেৱা ব্যাহত হৈ পৰিছে। কোনো কোনো ঠাইত ৰেলপথত জমা হৈছে পানী। নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলি আছে কেবাখনো ৰে’ল।

আনহাতে, মহানগৰীৰ কেবাটাও গুৰুত্বপূৰ্ণ অঞ্চল পানীত ডুব যোৱাৰ বাবে মহানগৰবাসীয়েও ভয়াৱহ যাতায়তৰ সমস্যাৰ সন্মুখীন হৈছে।

কুৰলা, ছিয়ন, দাদাৰ আৰু পাৰেলৰ নিম্নভূমি অঞ্চলত জনজীৱন ব্যাহত। ৰাজ্য প্ৰশাসনে তাত থকা বাসিন্দাসকলক সজাগ হ’বলৈ পৰামৰ্শ দিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ১১ জুনত মুম্বাইত বাৰিষা আহিব বুলি আশা কৰা হৈছে।১৯৫০ চনৰ পৰা উপলব্ধ তথ্যলৈ চালে স্পষ্ট হৈ পৰিছে যে যোৱা ৩৫ বছৰৰ ভিতৰত এইটোৱেই প্ৰথমবাৰৰ বাবে যি ইমান সোনকালে বাৰিষা আহিছে ! ফলত জুন মাহৰ পূৰ্বে ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে মুম্বাই কাৰ্যতঃ স্তব্ধ হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Heavy RainHeavy RainfallIMDMaharashtraMUMBAIWeather Alert
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d