Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam Flood:প্রথম বানৰ কৱলত ১৯ জিলা পুনৰ দুজনৰ মৃত্যু, সতর্ক থাকিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

অৰুণাচলত ধাৰাসাৰ বৰষুণ,পৰিস্থিতিৰ বুজ লৈ সহায়ৰ আশ্বাস দিলে কেন্দ্রীয় গৃহমন্ত্রীয়ে

publisher by publisher
June 2, 2025
in News, Assam
Reading Time: 2 mins read
0
Assam Flood:প্রথম বানৰ কৱলত ১৯ জিলা পুনৰ দুজনৰ মৃত্যু, সতর্ক থাকিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান
1
SHARES
11
VIEWS
ShareShareShareShare

Assam Flood:

চলিত বৰ্ষৰপ্ৰথমটো বৃহৎ বানৰ কৱলত পৰিছে ৰাজ্য। আজিলৈকে ৰাজ্যৰ ১৯ খন জিলা বানৰ কৱলত পৰিছে। এই পর্যন্ত বানত মৃত্যু হৈছে সাতজন লোকৰ। বানৰ কৱলত পৰা জিলাকেইখন হ’ল লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ ধেমাজি, নগাঁও, শ্রীভূমি, দবং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং। চৰকাৰী তথ্য অনুসৰি, বানত আক্রান্ত অঞ্চলৰ সংখ্যা বৃদ্ধি হৈ আছে।

ADVERTISEMENT

বিভিন্ন নৈৰ জলপৃষ্ঠও বিপদসীমাৰ ওপৰলৈ উঠিছে। ডিব্ৰুগড় আৰু নিমাতিঘাটত ব্রহ্মপুত্র বিপদসীমাৰ ওপৰৰে বৈ আছে। একেদৰে নুমলীগড়ত ধনশিৰি নদী, কামৰূপৰ কপিলী, বৰাকৰ কাটাশাল আৰু শ্রীভূমিৰ কুছিয়াৰা নদীৰ জল পৃষ্ঠ বিপদসীমাৰ ওপৰত আছে। কালি তিনিজন লোকৰ বানত মৃত্যু হোৱাৰ বিপৰীতে আজি শ্রীভূমি আৰু কাছাৰত দুজনৰ মৃত্যু হয়।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

ইপিনে, দেওবাৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ স’তে এক বার্তালাপত মিলিত হৈ ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। মুখ্যমন্ত্ৰীৰে আলোচনাৰ সময়ত তেওঁ পৰিস্থিতি মোকাবিলাৰ বাবে প্রয়োজনীয় সকলো সহায়-সহযোগিতা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ইপিনে, ৰাজ্যৰ বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামনিৰ জিলাকেইখনত বানৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ আশংকা কৰিছে স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অৰুণাচল প্রদেশত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবেই এনে আশংকা কৰা হৈছে।

দেওবাৰে মুখ্যমন্ত্রীয়ে ৰাইজলৈ দিয়া সতর্কতামূলক বার্তাত উল্লেখ কৰে যে অৰুণাচলৰ কিবিটুত ১৭ চেন্টিমিটাৰ, হায়ুলিয়াঙত ১৫ চেন্টিমিটাৰ আৰু কালাকটাঙত ১০ চেন্টিমিটাৰকে ধৰি ৰাজ্যখনৰ সকলো স্থানতে ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্রভাবে বৃদ্ধিৰ আশংকা কৰা হৈছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ ক্ষেত্ৰত উল্লেখ কৰে যে শিলচৰত ৪২ চেন্টিমিটাৰ, কৰিমগঞ্জত ৩৫ চেন্টিমিটাৰ, হাইলাকান্দিত ৩০ চেন্টিমিটাৰকে ধৰি সমীপবর্তী অঞ্চলত প্রবল বৃষ্টিপাত হৈছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দ’ ভূমি তথা নৈৰ পাৰত বাস কৰা ৰাইজক সজাগ থকাৰ লগতে স্থানীয় প্রশাসনৰ পৰামৰ্শসমূহ অনুসৰণ কৰিবলৈ ৰাইজক মুখ্যমন্ত্রীয়ে অনুৰোধ জনাইছে।

ইপিনে, অৰুণাচলৰ লগতে চুবুৰীয়া আন ৰাজ্যকেইখনতো প্রবলবৃষ্টিপাত অব্যাহত আছে। ইয়াৰ প্রচাৰো অসমত পৰিছে। বৰাকৰ বানৰ অন্যতম এক কাৰণ হ’ল মিজোৰাম আৰু মণিপুৰত হৈ থকা প্রবল বৃষ্টিপাত। বৰাক নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে। কাটিগড়া, উদাৰবন্দ, শিলচৰৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানকোঠলৈ যোৱা ভিআইপি পথটো পানীত বুৰ যোৱাত যাতায়াত বন্ধ হৈ পৰিছে। অত্যন্ত প্রতিকূল বতৰৰ বাবে দুই আৰু তিনি জুনত কাছাৰ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় জিলা প্রশাসনে বন্ধ ঘোষণা কৰিছে। শ্রীভূমি জিলাতো বিস্তীর্ণ অঞ্চল বানত প্লারিত হৈছে।

ৰাজ্যত থকা কে’বাটাও জলবিদ্যুৎ প্রকল্পৰ গেট খুলি দিয়াৰ ফলতো বানৰ তাণ্ডৱ বৃদ্ধি হৈছে। কাৰ্বিলাংপি বান্ধৰ পাঁচখন গেট দেওবাৰে ভাগে ভাগে মুকলি কৰি দিয়া হয়।

#বানৰ কৱলত কামপুৰ-ৰহাৰ ৯০ খন গাঁও

সাম্প্রতিক বানত নগাঁও জিলাৰ কামপুৰ আৰু ৰহাৰ ৯০ খন গাঁও বুৰ গৈছে। কপিলী, বৰপানী আৰু নিশাৰী নৈয়ে সমগ্র কামপুৰ অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰিছে।  নিশা কামপুৰৰ উত্তৰ পাৰৰ পটিয়াপামৰ এটা মথাউৰিৰ অংশ ছিঙি বাঢ়নী পানীয়ে কে’বাখনো বাজহ গাঁও জলমগ্ন কৰে। তদুপৰি পটিয়াপাম আৰু যমুনামুখ সংযোগী পথৰ লগতে কামপুৰ-গোসাঁইগাঁও সংযোগী পথৰ কে’বা ঠাঁইতো বাঢ়নী পানী বাগৰিবলৈ ধৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। পটিয়াপমৰ মথাউৰিৰ বাড়নী পানীয়ে ছিঙি নিয়াত যোৱা নিশাই উত্তৰ পটিয়াপমকে ধৰি কহাৰ গাঁও, চাংজুবাই, কাঠকটীয়া গাঁও, লখিমীনগৰ বানৰ কৱলত পৰে। একেদৰে কপিলীৰ দক্ষিণ পাৰৰ গোসাঁইগাঁও গাৰুখুন্দা, চাংচকী আদি গাঁও জলমগ্ন হৈছে।

সাম্প্রতিক বানত কামৰূপ ৰাজহ চক্ৰৰ ৭৬ খন আৰু ৰহা ৰাজহ চক্রৰ ১৪ খন গাঁওসহ ৯০খন গাঁও ক্ষতিগ্রস্ত হৈছে। মুঠতে চলিত বানত ৰাজহ চক্র দুটাৰ ৯১৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। আজি নগাঁও জিলা প্রশাসনে বানাক্ৰান্ত ৰাইজ আৰু পশুধনৰ বাবে খাদ্য সামগ্রী বিতৰণ কৰে। ইপিনে, স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে পটিয়াপামৰ মথাউৰি নির্মাণত সংশ্লিষ্টসকলে বৃহৎ অনিয়ম সংঘটিত কৰাত বাঢ়নী পানীয়ে অঞ্চলটোত মথাউৰিৰ অংশ ছিঙি নিয়ে।

ইপিনে, চামগুৰিৰ এখন বিলৰ বাঢ়নী পানীয়ে বান্ধ ভাঙি পেলোৱাত বিলখনৰ পৰা কে’বা লাখ টকা মূল্যৰ মাছ ওলাই যোৱা বুলি লেহীয়ে জানিবলৈ দিছে। বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে জলস্তৰ বৃদ্ধি পোৱা কলং নৈৰ বাঢ়নী পানীয়ে বিলখন উপচাই পেলায়। আনহাতে, নগাঁও জিলাত কে’বাখনো নৈৰ জলস্তৰ বৃদ্ধি পাই থকাত জিলাখনৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্রকট হৈছে।

# মাজুলীৰ মথাউৰিৰ বহিঃঅংশৰ কমেও ২৫ খন গাঁও প্লাবিত

ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলীত মথাউৰিৰ বাহিৰ ফালে অৱস্থিত কমেও ২৫ খন গাঁও বানৰ কৱলত পৰিছে। এই বানাক্রান্ত গাঁওসমূহৰ ৰাইজৰ কৃষিপথাৰ বাঢ়নী পানীত বুৰ গৈছে। আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ চাপৰি অঞ্চলৰ লগতে শালমৰা, কৰতিপাৰ, লাছনচাপৰি, ভকতচাপৰি আদি মথাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নী পানীত জলমগ্ন হৈছে।

বর্তমানলৈ জিলাখনৰ ২৫ খন নৈপৰীয়া গাঁৱৰ তিনি হেজাৰটা পৰিয়ালৰ ১৫ হেজাৰ লোক বানৰ দ্বাৰা আত্ৰান্ত হৈছে। আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাত নামনি মাজুলীৰ কর্দৈগুৰিত ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে। নিমিষতে চপৰা চপৰে গৰাৰ অংশ নদীৰ বুকুত জাহ গৈছে। চৰকাৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আন্দোলন কৰাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে।

ইপিনে যোৱা বাৰিষাত ব্রহ্মপুত্রৰ পানীয়ে খহাই নিয়া জুগুনিধাৰী গোৱালগাঁও মথাউৰিৰ বহু অংশ দুৰ্বল হৈ পৰাত অঞ্চলটো এইবাৰো ভয়াৱহ বানৰ কৱলত পৰাৰ আশংকা প্রকট হৈছে। আনহাতে ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত আজিৰ পৰা মাজুলীৰ কমলাবাৰী-নিমাতী সংযোগী ঘাটৰ সকলো ধৰণৰ ফেৰী সেৱা ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰিছে। একেদৰে বিভাগে অফলামুখ আৰু নিমাতীৰ মাজৰো সকলো ফেৰী সেৱা বন্ধ কৰিছে।

# ডিব্ৰুগড়ত ব্রহ্মপুত্ৰত সাত বছৰীয়া শিশু সন্ধানহীন

ডিব্ৰুগড় জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলন্তৰ অস্বাভাৱিক ৰূপত বৃদ্ধি পোৱাত জিলাখনৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈছে। এনে অৱস্থাতে দেওবাৰে ডিব্রুগড়ত ব্রহ্মপুত্ৰত এটি সাত বছৰীয়া শিশু সন্ধানহীন হয়। সূত্রই জনোৱা মতে, শিশুটি লাহোৱালৰ অকলেণ্ডৰ ১৭নম্বৰ লাইনত খেলিবলৈ যাওতে ব্ৰহ্মপুত্ৰত ভৰি পিছলি পৰি যায়।

শিশুটি ৰ নাম তনুজ মূড়া বুলি সূত্রই জনায়। তদুপৰি ব্ৰহ্মপুত্ৰৰ চাপৰিত চাৰিজন লোক আবদ্ধ হৈ আছে। এই লোককেইজন অজয় ওৰাং, প্রাঞ্জল ওৰাং, পিতিকৈ দাস আৰু ৰঞ্জিত কুর্মী বুলি সূত্রই প্রকাশ কৰিছে। আবদ্ধ লোককেইজন বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা কৰা হ’ব  বুলি সূত্রই জানিবলৈ দিছে। সমান্তৰালভাৱে বানে বহু নৈপৰীয়া লোকৰ বাসগৃহ উটুৱাই নিছে।

বানত ডিব্ৰুগড় মহানগৰৰ নিকটৱৰ্তী চান্দমাৰি ঘাট, বগীবিল আইথান, টিংখাং ভঙা আলি, টিংখাং মাটিকটা আদি অঞ্চল প্লাৱিত হৈছে। বানৰ সমান্তৰালভাৱে এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়ায়ো ভয়াৱহ ৰূপ লৈছে। আনহাতে, টিংখাং মাটিকটা চাপৰিত আবদ্ধ হৈ থকা শতাধিক পশুধন জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উদ্ধাৰ কৰিছে।

দেওবাৰে পুৱা মন্ত্রী প্রশান্ত ফুকনে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বর্তমানেও বিপদসীমাৰ চাৰি চেন্টিমিটাৰ ওপৰৰে বৈ থকা বুলি সদৰী কৰে। দেওবাৰে পুৱা মন্ত্রীজনে বগীবিল আইথানৰ বান পৰিস্থিতিৰ বুজ লয়। নৈৰ কাষৰীয়া অঞ্চলত বাস কৰা ৰাইজক সতর্ক হৈ থাকিবলৈ ফুকনে আহ্বান জনায়।

# জলমগ্ন হ’ল আজানপীৰ দৰগাহসহ দিখৌমুখ-ৰূপহীমুখৰ বিস্তীর্ণ অঞ্চল

বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈছে দিখৌমুখ-ৰূপহীমুখৰ বিস্তীর্ণ অঞ্চল। আনকি ঐতিহাসিক আজানপীৰ দৰগাহো এই বানত জলমগ্ন হৈছে। অস্বাভাৱিক ৰূপত বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে দেওবাৰে পুৱা গটঙা চৰাইপৰা দিচাংমুখ সংযোগী পথৰ ফুকন ফদীয়া ৰৌমাৰী তিনিমুখীয়া জলদ্বাৰ (শুইচগেট) ভাঙি পেলোৱাত কোঁৱৰপুৰ মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে বানত কেবাশ হেক্টৰ ভূমিৰ বাওধান বুৰ গৈছে। ভয়ংকৰ ৰূপত সোমাই থকা বাঢ়নী পানীয়ে যিকোনো সময়তে সংশ্লিষ্ট মথাউৰি ভাঙি পেলোৱাৰো আশংকাৰ সৃষ্টি কৰিছে। ইপিনে, উক্ত শুইচগেট খৰালিতে মেৰামতি নকৰাৰ ফলত সম্প্রতি ৰাইজে হাহাকাৰ কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই বানত সৰাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, সৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদো জলমগ্ন হৈছে। তদুপৰি ইতিহাস প্রসিদ্ধ চাপৰিটোৰ কমেও চাৰিশ পৰিয়ালৰ বাসগৃহ বানত বুৰ গৈছে। ইপিনে, অবিৰতভাবে নৈৰ জলস্তৰ বৃদ্ধি পাই থকাত দিখৌমুখৰ এক নম্বৰ আলিমূৰ, দুই নম্বৰ আলিমূৰ আদি গাঁৱৰ একাংশ প্লাৱিত হৈছে। তদুপৰি ৰূপহীমুখ জনজাতি হাইস্কুল, ৰূপহীমুখ বালিগাঁও প্রাথমিক প্রাথমিক বিদ্যালয়ো বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ গৈছে। এই বানে দিখৌমুখ-ৰূপহীমুখ সংযোগী এটা নৱনিৰ্মিত পথৰ প্ৰতিও প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে।

# খহনীয়াত বিধ্বস্ত গড়জুলি দলং

বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠলুপথাৰত গড়জুলি নৈৰ খহনীয়াই ভয়াবহ রূপ লৈছে। নৈখনৰ খহনীয়াত কঠলুপথাৰত নৈৰ ওপৰত থকা এখন দলং বিধ্বস্ত হৈছে। এই দলং কেহেৰুখন্দা আৰু বেলশিৰি সংযোগী গড়কাপ্টানী পথৰ এক মুখ্য সংযোগ।

#  দিচাং নৈয়ে ভাঙিলে শুইচ গেট

দিচাং নৈৰ বাঢ়নী পানীয়ে আজি পুৱতি নিশা পাঁচ নম্বৰ বকুলডোবাস্থিত জলদ্বাৰ (শুইচ গেট) ভাঙি পেলায়। ফলত জনবসতিপূর্ণ অঞ্চললৈ বাঢ়নী পানী সোমাবলৈ ধৰাত অঞ্চলটোৰ চৌদিশে আতংকৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দেওবাৰে পুৱাৰ পৰা বাঁহ, কাঠৰ ব’ৰ্ড আৰু বস্তা পেলাই বান প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে থাওৰা মৌজাৰ ১৫ খনৰো অধিক গাঁওলৈ বাঢ়নী পানী সোমাইছে। জলসম্পদ বিভাগে আগতীয়া প্ৰতিৰোধ ব্যবস্থা নকৰাৰ পৰিণতিত সম্প্ৰতি ৰাইজে দুর্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে।

#হোজাইত চাৰিটা আশ্রয় শিবিৰ স্থাপন

সাম্প্রতিক বানত হোজাই জিলাত ১৫ খনৰো অধিক গাঁৱৰ শতাধিক পৰিয়াল ক্ষতিগ্রস্ত হৈছে। বান আক্রান্তসকলৰ বাবে প্রশাসনে চাৰিটা অস্থায়ী আশ্রয় শিবিৰ মুকলি কৰিছে। এই আশ্রয় শিবিৰকেইটা ৰাজবাৰী প্রাথমিক বিদ্যালয়, ৰাজবাৰী মজলীয়া বিদ্যালয়, দক্ষিণ যোগীজান উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাৱাইপুৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা হৈছে। সাম্প্রতিক বানত ৰাইজৰ তিল, মৰাপাট আৰু ৰবি শস্যৰ প্ৰচুৰ ক্ষতিসাধন হৈছে।

#উদাৰবন্দত বানত হাহাকাৰ

মধুৰা নৈৰ বাঢ়নী পানীয়ে উদাৰবন্দ বজাৰ আৰু বৰখোলাৰ লাটিগ্রাম পথৰ লগতে বিস্তীর্ণ অঞ্চল বানৰ কৱত পৰিছে। সম্প্রতি এই অঞ্চলসমূহৰ সৃষ্ট হোৱা বান বিগত ৩৬ বছৰৰ তুলনাত ভয়ংকৰ বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে লাটিগ্রামৰ পঞ্চায়ত প্রতিনিধি আমানুদ্দিন বৰভূঞাই। বৰভূঞাই কয় যে বিগত ৩৬ বছৰত এতিয়াৰ দৰে বান তেওঁ কেতিয়াও দেখা নাই। পানী বৈ যোৱাৰ বাবে পথৰ কাষত নলাৰ সুব্যৱস্থা নথকাত এই ভয়াৱহ বানৰ সৃষ্টি হৈছে বুলিও ভূঞাই অভিযোগ উত্থাপন কৰে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam FloodCm Himanta Biswa SarmaHigh AlartSDRF
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d