Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Flood:স্মাৰ্ট চিটিৰ পয়ালগা ৰূপ ! ভয়াৱহ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী

মহানগৰীৰ চৌদিশে কেৱল পানী আৰু পানী, কেতবোৰ স্থানত খহিছে ঠায়ে পাহাৰ, বাতিল বহু শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান, বানৰ কৱলত পৰি দিশহাৰা মহানাগৰিক, প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ, ৯৩৬৫৪-২৯৩১৪ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান

publisher by publisher
October 6, 2023
in Assam, India, News
Reading Time: 4 mins read
0
Guwahati Flood:স্মাৰ্ট চিটিৰ পয়ালগা ৰূপ ! ভয়াৱহ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

School Closed :প্ৰচণ্ড শীত ! মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈ নলবাৰীত বিদ্যালয় বন্ধ ঘোষণা

Guwahati :প্ৰতিশ্ৰুতিৰ ১০ বছৰ! ফ্লপশ্ব’ত পৰিণত বানমুক্ত গুৱাহাটীৰ শ্ল’গান

Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

Guwahati Flood:

দুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী ৷ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

ADVERTISEMENT

যাৰ ফলস্বৰূপে ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। এনে কৃত্ৰিম বানৰ বাবে ইতিমধ্যে মহানগৰ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে বহু শিক্ষানুষ্ঠান।

পৰহি নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, ৰাজগড়,কাহিলীপাৰা,জু-ৰোড চানমাৰিৰ দাঁতিকাষৰীয়া অঞ্চল ,উলুবাৰীৰ কাষৰীয়া অঞ্চল হৈ পৰিছে জলমগ্ন। একেদৰে ভি আই পি পথৰ লগতে পাঠৰকুৱেৰী, বৰবাৰীৰ বিভিন্ন স্থান হৈছে প্লাৱিত ।

সদাব্যস্ত আৰ জি বৰুৱা ৰোডত একঁকাল পৰ্যন্ত পানী হোৱাৰ বিপৰীতে জু-ৰোডত কৃত্ৰিম বানৰ বাবে একপ্ৰকাৰ ব্যাহত পৰিছে যাতায়ত ব্যৱস্থা।

চলিতবৰ্ষৰ ভয়াৱহ কৃত্ৰিম বাবে মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । আনকি বাতিল কৰা হৈছে ছমহীয়া পৰীক্ষা ৷ আজি ছেণ্টমেৰিজকে ধৰি বিভিন্ন বিদ্যালয়ত হৈ থকা পৰীক্ষা সাময়িক ভাৱে স্থগিত ৰখাৰ ঘোষণা কৰিছে সংশ্লিষ্ট বিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, ধাৰাষাৰ বৃষ্টিপাতৰ বাবে গুৱাহটী মহানগৰৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলত। ৰাজগড় অনিল নগৰৰ কেতবোৰ উপ-পথত এবুকু পৰ্যন্ত পানী হোৱাৰ লগতে বাসগৃহৰ ভিতৰতো এককাল পানী হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। আবদ্ধ হৈ পৰিছে আবাসী সকল ৷ ঘৰৰ আছবাব এতিয়া পানীৰ তলত ৷ ইতিমধ্যে এছ ডি আৰ এফে আবদ্ধ লোক সকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে ৷

মনকৰিবলগীয়া যে,জি এম চিয়ে খৰালি দিনত নলা – নৰ্দমা সমূহ নিস্কাসন নকৰাৰ বাবেই এজাক মুষলধাৰ বৰষুণ দিলেই মহানগৰৰ অধিকাংশ অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷

একেদৰে একাংশ মহা নাগৰিকৰ কাণ্ডহীনতাও কৃত্ৰিম বানৰ অন্য এক কাৰণ ৷ কিয়নো জাৱৰ- জোথৰ,পলিথিন আৰু প্লাষ্টিকৰ বটল নিক্ষেপ কৰে নলা – নৰ্দমালৈ ৷ যাৰবাবে নলা – নৰ্দমা সমূহৰ পানী যোৱাত স্থবিৰতা আহি পৰে ৷

আনহাতে গুৱাহাটী উন্নয়ণ মন্ত্ৰী অশোক সিংহালে সময়ে সময়ে কথাৰ ফুলজাৰি মাৰি গুৱাহাটীত কৃত্ৰিম বান অন্ত পৰিব বুলি যি দম্ভালি মাৰিছিল সেইয়া এতিয়া স্পষ্ট হৈ পৰিল ৷

সেয়েহে মহানগৰবাসীৰ আহ্বান মন্ত্ৰী গৰাকী আৰু জি এম চিলৈ কথা কম কওক,কামৰে নিজৰ পৰিচয় দাঙি ধৰক ৷ স্মাৰ্ট চিটি নামত ঢাকঢোল বজোৱাতকৈ মহানগৰীৰ অন্যতম সমস্যা কৃত্ৰিম বানৰ অন্ত পেলাওক ৷

আনহাতে বৰষুণৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। বামুণীমৈদামত খহি পৰিল পাহাৰ। আকাশীপথত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়।

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীৰ আন আন স্থানত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে,বৃহস্পতিবাৰেও জু-ৰোডৰ ভাস্কৰ নগৰত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। বাসগৃহৰ ওপৰত খহি পৰিছিল দেৱাল-মাটি। অৱশ্যে কথমপিহে ৰক্ষা পৰে বাসগৃহৰ লোকসকল ৷

একেদৰে অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবেই মহানগৰীৰ বৈকুণ্ঠপুৰত বৃহস্পতিবাৰে খহিছিল ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ডৱালখন ৷

গাৰ্ডৱালখন খহি পৰাৰ পাছত মুকলি হোৱা স্থানেদি যিকোনো মুহূৰ্ততে চিৰিয়াখানাৰ পৰা ওলাই আহিব পাৰে জীৱ-জন্তু। যাকলৈ চিন্তিত হৈ পৰিছে চিৰিয়াখানাৰ দাঁতকাষৰীয়া আবাসী সকল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati AdministrationGuwahati Artificial Floodheipline number openSchool Closed
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d