Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

“Mohi Miri” the background hero of Kaziranga:বিশ্ব পৰিৱেশ দিৱসতো মনত নপৰিল কাজিৰঙাৰ ‘নেপথ্য নায়ক’ মহী মিৰিলৈ

ইংৰাজ চাহাবক সৈমান কৰাই আজিৰ এশিঙীয়া গঁড়ক বিশ্বৰে চিনাকি কৰাইছিল মহীয়ে

publisher by publisher
June 5, 2025
in News, Assam, Environment
Reading Time: 2 mins read
0
“Mohi Miri” the background hero of Kaziranga:বিশ্ব পৰিৱেশ দিৱসতো মনত নপৰিল কাজিৰঙাৰ ‘নেপথ্য নায়ক’ মহী মিৰিলৈ
1
SHARES
12
VIEWS
ShareShareShareShare

“Mohi Miri” the background hero of Kaziranga:

আজি বিশ্ব পৰিৱেশ দিৱস ৷পৰিৱেশ দিৱসৰ এই সময়তে উচ্চাৰিত হৈছে পৰিৱেশৰ বাবেই নিজৰ জীৱনক তুচ্ছ কৰা এজন মহান ব্যক্তি তথা প্রকৃতি সুৰক্ষাৰ ‘নেপথ্য নায়ক’ৰ নাম। নাম তেওঁৰ মহীচন্দ্ৰ মিৰি। ইংৰাজ আমোলৰ কাজিৰঙা নামৰ হাবিখনৰ প্ৰথম গৰাকী বন সংৰক্ষক।

ADVERTISEMENT

আজিৰ সময়ত অৱশ্যে ‘মহী মিৰি টিং’,অনুসন্ধিৎসু প্রকৃতিপ্রেমীজনৰ বাবে এক চিনাকি ঠাই। অচিনাকিজনেও মন কৰিলেই দেখা পাব উজনি-নামনি অসমৰ মধ্যস্থল কলিয়াবৰৰ পূৱ প্ৰান্তৰ বাগৰিত ডিফলু নদীৰ দক্ষিণ পাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাৰমতি বন সুৰক্ষা শিবিৰ ঠিক সম্মুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ বেকা ভাঁজটোতে আছে বহুজনৰ চিনাকি এখন পাহাৰ টিলা বা টিং। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ভাজটোতে এখন কাঠৰ সজ্জিত নামফলকত চকুত পৰাকৈ লিখা আছে ‘মহী মিৰি টিং‘।

RelatedPosts

Rhino:সুদীৰ্ঘ সাত বছৰৰ পাছত আপোন গৃহ কাজিৰঙাৰ সেউজ বনত কানাই-চন্দ্র

Kaziranga:কাজিৰঙাত পৰিভ্ৰমী চৰাই চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ৫ চোৰাং চিকাৰী

এটা শতিকাত কাজিৰঙাত তিনিশ বৰ্গকিলোমিটাৰ বননি হ্রাস পালে

এই মহী মিৰি টিঙৰ আছে এক সুকীয়া, সুমধুৰ, বর্ণিল ইতিহাস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘নেপথ্য নায়ক’ হিচাপে পৰিচিত মহীচন্দ্ৰ মিৰিৰ সপোনৰ ঠাই এইকণ ইংৰাজ চাহাবক সৈমান কৰাই এশিঙিয়া গঁড়ক বিশ্বৰে চিনাকি কৰাইছিল এগৰাকী ব্যক্তিয়ে। সেই মানুহজনৰ নামেই আছিল মহীচন্দ্ৰ মিৰি। কাজিৰঙা সুৰক্ষাৰ বাবে এক অতি সুন্দৰ ঠাইৰূপে প্ৰাক্ স্বাধীনতাৰ সময়তে চিহ্নিত এই পাহাৰৰ টিংটোতে এইগৰাকী ব্যক্তিয়ে সাজিছিল অৰণ্যৰ ৰক্ষা কৱচ।

১৯৩০ৰ পৰা ১৯৩৮ৰ ইংৰাজৰ শাসনকাল তথা দেশৰ স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাত এই পাহাৰৰ টিঙতে এটি নিৰিক্ষণ চকী সাজি তেতিয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথা অসমৰ প্ৰথমগৰাকী বন সংৰক্ষক মহীচন্দ্ৰ মিৰিয়ে নিজকে অৰণ্য সুৰক্ষা কার্যত নিয়োজিত কৰিছিল। মানুহজন কালৰ সোঁতত হেৰাই গ’ল। কিন্তু তেওঁৰ নামেৰেই পৰৱৰ্তী সময়ত পাহাৰৰ টিংটো চিহ্নিত হৈছিল মহী মিৰি টিং হিচাপে। ব্রিটিছৰ আমোলতে কাজিৰঙা সুৰক্ষাৰ বাবে এই পাহাৰ টিঙত ‘নিৰীক্ষণ গৃহ’ সজা মহী মিৰি টিং অৱশ্যে আজি অৱহেলিত।

বাঘে চোং পাতিব পৰাকৈ হাবি-জংগলে আৱৰি ধৰিছে একালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা করচ হিচাপে চিহ্নিত পাহাৰৰ ঐতিহাসিক টিঙতো। পৰিৱেশ দিৱসতো কাৰো মনত নপৰে মহীমিৰিলৈ। ২০২১-২২ত ছয় লাখ ৬৫ হেজাৰ টকা ব্যয়সাপেক্ষে এই মহী মিৰি টিঙতে এক নিৰীক্ষণ গৃহৰ পুনঃনিৰ্মাণ কৰা হৈছিল যদিও অনাদৰ অৱহেলাৰ গৰাহত পৰি ই আজি পৰিত্যক্ত। উল্লেখ্য যে এই মহীচন্দ্র মিৰি আছিল অসমৰ প্ৰথমগৰাকী মুখ্য বন সংৰক্ষক।

১৯০২ত জন্মগ্রহণ কৰা অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ব্যক্তিজনেই সেই সময়তে অসমৰ বন্য জীৱনৰ ৰক্ষাৰ হেতু নিজকে সমর্পিত কৰিছিল। আজিৰ অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ বিষয়ে এইগৰাকী ব্যক্তিৰ জৰিয়তে সমগ্র বিশ্ব অৱগত হৈছিল। একক প্রচেষ্টাত কাজিৰঙাখন জৰীপ কৰোৱা প্রথমজন ব্যক্তি আছিল এই মহী মিৰি।

তথ্য মতে, সেই সময়ৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এখন গাঁও আলিমূৰ পাতিৰ গাঁৱত জন্ম মহীচন্দ্ৰ মিৰিৰ। মহী মিৰিৰ প্ৰকৃত উপাধি আছিল পাতিৰ। অৱশ্যে পাছলৈ ব্ৰিটিছে মিৰিসকলৰ উপাধি পাতিৰৰ সলনি মিৰি লিখাৰ বাবে বহুলোকে পাতিৰৰ সলনি মিৰি লিখে যদিও বহুলোকে আজিও প্রকৃত উপাধি পাতিৰেই লিখি আহিছে। মহীৰ দেউতাকৰ নাম দলে পাতিৰ। পাছলৈ দলে মিৰি হিচাপে পৰিচিত হৈছিল। মাকৰ নাম পঞ্চমী। নদী কাষৰীয়া আলিমূৰক ব্ৰহ্মপুত্ৰৰ বানে বিধ্বস্ত কৰে।

বানত বিধ্বস্ত হোৱা বহু পৰিয়ালে জীৱনৰ নিৰাপত্তাৰ বাবে অন্য ঠাইলৈ উঠি গৈছিল। দলে মিৰিও আলিমূৰ পাতিৰ গাঁৱৰ পৰা মৌখোৱালৈ উঠি গৈ তাতে স্থায়ীকৈ বসবাস কৰিবলৈ লয়। মিৰিয়ে ১৯২২তে মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ কটন কলেজত নামভর্তি কৰে। কটনৰ হিন্দু হোস্টেলত থাকি অধ্যয়ন কৰিছিল তেওঁ। ১৯২৭ত কটন কলেজৰ পৰা তেওঁ পদার্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশ স্থান লাভ কৰি উত্তীর্ণ হয়। তেওঁ আছিল বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰা প্ৰথমজন মিচিং ছাত্র।

স্নাতক ডিগ্রী লাভ কৰাৰ পাছতে মহীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈ বন বিভাগৰ চৰকাৰী চাকৰিত যোগ দিয়ে। ১৯২৮-২৯তে তেওঁক প্রশিক্ষণৰ বাবে ৰেংগুনলৈ প্রেৰণ কৰে। প্রশিক্ষণ সমাপ্ত কৰি ১৯৩০ৰ মাজভাগত মহী মিৰিক তেতিয়াৰ ইংৰাজ আমোল তথা পৰাধীন ভাৰতৰ কাজিৰঙা ৰম্য উদ্যানৰ বাগৰী নামৰ ঠাইলৈ প্রেৰণ কৰা হয়। এতিয়া সেয়া নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি বনাঞ্চল।

কাজিৰঙা তেতিয়া ‘কাজিৰঙা বন্য উদ্যান’ হিচাপেই পৰিচিত আছিল। এইখিনিতে উল্লেখ কৰিব লাগিব যে কাজিৰঙা ৰম্য উদ্যানৰ পৰা অভয়াৰণ্য স্বীকৃতিৰ এই সুদীর্ঘ বাটছোৱাৰ স’তে জড়িত আন এগৰাকী ব্যক্তি আছিল নিগনা চিকাৰী হিচাপে পৰিচিত বলোৰাম হাজৰিকা আৰু ভাইচৰয় লর্ড কার্জনৰ পত্নী লেডী কার্জন। লেডী কাৰ্জনৰ সম্পূর্ণ নাম মেৰী ভিক্টেৰিয়া লেইটাৰ কাৰ্জন। ১৯০৪ত তেতিয়াৰ প্ৰখ্যাত হাতী মাউত নিগনা চিকাৰীয়ে লেডী কাৰ্জনক নিজৰ হাতীত উঠাই এশিঙীয়া গঁড় দেখুৱাবলৈ অৰণ্যলৈ লৈ গৈছিল। তেতিয়া কাজিৰঙা সংৰক্ষিত বনাঞ্চল আছিল।

সংৰক্ষিত বনাঞ্চলৰ মর্যাদা লাভ কৰাৰ পাছতে কাজিৰঙাত গাঁড় থকাৰ কথা জনা গৈছিল। অৱশ্যে এই ভ্রমণ কালত স্বচক্ষে গঁড় দেখা পোৱা নাছিল লেডি কার্জনে। এশিঙিয়া গঁড়ৰ পৰিৱৰ্তে গঁড়ৰ ভৰিৰ খোজৰ ছাপ দেখুৱাই নিগনা চিকাৰীয়েও লেডী কার্জনক গঁড় সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা গ্রহণৰ অনুৰোধ জনায়। লেডী কার্জন তেতিয়াৰ পৰাধীন ভাৰতৰ ৰাজধানী কলিকতালৈ উভতি গৈ তেওঁৰ স্বামী ভাইচৰয় লর্ড কার্জনক কাজিৰঙা আৰু গঁড় সুৰক্ষাৰ পদক্ষেপ ল’বলৈ অনুৰোধ জনায়।

কার্জনেও সেই অনুৰোধ ৰক্ষা কৰি চিকাৰ নিষিদ্ধ অঞ্চলৰ ঘোষণা কৰে। মিৰিৰ সময়ছোৱাতে ১৯৩৮ত কাজিৰঙাৰ ৰম্য উদ্যান বা মৃগয়া বনৰ স্বীকৃতি কর্তন কৰি তাত চিকাৰ নিষিদ্ধ কৰা হয়। ১৯৫০ত কাজিৰঙাক অভয়াৰণ্যৰ মৰ্যাদা প্রদান কৰা হয়। গতিকে মিৰিক বাগৰিলৈ পঠিওৱাৰ সময়ছোৱাত কাজিৰঙা আচলতে ৰম্য উদ্যান বা মৃগয়া বনহে আছিল। সেই সময়ৰ অটব্য অৰণ্য কাজিৰঙালৈ ভয়ত কোনো আহিব খোজা নাছিল।

বাগৰীলৈ আহিয়েই মিৰিয়ে কর্মক্ষেত্ৰৰ জীৱ-জন্তুৰ এক জৰীপ আৰম্ভ কৰে আৰু কাজিৰঙাৰ ঘন অৰণ্যক ন-ৰূপত সজাবলৈ আপ্রাণ চেষ্ট কৰে। কাজিৰঙাত মিৰিয়ে অন্যান্য উদ্ভিদ আৰু প্ৰাণীৰ লগতে এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে যথোপযুক্ত পদক্ষেপ গ্রহণ কৰাৰ লগতে চোৰাংচিকাৰী কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিলে। মিৰিয়ে কাৰ্বি আংলঙৰ সমীপৱৰ্তী কলিয়াবৰৰ অন্তৰ্গত পাহাৰৰ ওখ চূড়াত বহি চোৰাংচিকাৰীৰ গতিবিধি নিৰীক্ষণ কৰিছিল।

সেয়া ১৯২৮ মানত চাইমন কমিছনে ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাসমূহ চিনাক্ত কৰি তাৰ সমাধানসূত্ৰ নিৰ্ণয়ৰ বাবে বিভিন্ন ধৰণেৰে অধ্যয়ন কৰিছিল। সেই সময়ত অসমত বসবাস কৰা অনুসূচিত জাতি-জনজাতিসকলৰ বিভিন্ন সমস্যা সম্পর্কে অৱগত কৰিবলৈ এটা দল ইয়াৰ পৰা ৰাওনা হৈছিল। সেই দলটোতে আছিল সেই সময়ৰ চফল ডেকা মিৰি। দলটোত থকা আন ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল সোপাধৰ সেনাপতি আৰু সোণাধৰ সেনাপতিৰ শিক্ষিতা কন্যা ইন্দিৰা।

কলিকতাৰ বিখ্যাত স্কটিছ চার্চ কলেজৰ স্নাতক ইন্দিৰা আৰু মিৰি দুয়োৰে সেই সময়তে মন মিলিল। ১৯৩২তেই আনুষ্ঠানিকভাবে বিবাহৰ ৰূপ-পালে আৰু দুয়ো ঘৰ-সংসাৰ আৰম্ভ কৰিলে। বিবাহৰ ১১ বছৰৰ পাছত ১৯৩৯ৰ ২৭ জুলাইত মিৰি কাজিৰঙাৰ অভ্যন্তৰত কৰ্তব্য পালন কৰি থকাৰ বেলিকা ধুমুহা বতাহৰ মাজত সম্পূর্ণ নিশা কটাবলগীয়া হয়। ফলত তেওঁ তীৰকঁপে জ্বৰ হয় আৰু এই জ্বৰতেই দুদিনৰ পাছত অর্থাৎ ২৯ জুলাইত শেষ নিশ্বাস ত্যাগ কৰে। মাত্র ৩৭ বছৰৰ জীৱন কালতে পৰিৱেশ সংৰক্ষণৰ বাবে যথেষ্ট বৰঙণি আগবঢ়োৱা এইজন মহান ব্যক্তি সমগ্ৰ অসমৰ শ্রদ্ধাৰ পাত্র।

তেওঁৰ স্মৃতিত মহী মিৰি টিং নামেৰে এটা নিৰীক্ষণ চকী নিৰ্মাণ কৰা হয় যদিও তাৰ পৰিত্যক্ত অৱস্থাই আজি সকলোকে দুখ দিয়ে। এই নিৰীক্ষণ চকীৰ টিলাটোক নকৈ সজাইন-ৰূপ দি পৰ্যটকৰ বাবে আকর্ষণীয়কৈ সজালে ইয়ো এক নতুন চিনাকি বহন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কিন্তু ইয়াৰ বাবে যেন আজি আহৰি নাই বনবিভাগ, পর্যটন বিভাগকে ধৰি সংশ্লিষ্ট বিভাগ, চৰকাৰ আৰু কৰ্মথ মানুহৰা আজি ধ্বংসৰ গৰাহত ‘মহী মিৰি টিং’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Background HeroKaziranga National ParkMohi MiriWorld Environment Day
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d