Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Ajp Pressmeet:ভূমি আয়োগ সন্দৰ্ভত চৰকাৰী স্পষ্টীকৰণক অসম জাতীয় পৰিষদৰ প্ৰত্যাহ্বান

ভুল, বিভ্ৰান্তিকৰ তথ্যৰে আভুৱা ভাৰিছে চৰকাৰে: প্ৰতিক্ৰিয়া সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপ-সভাপতি চি.কে. দাসৰ

publisher by publisher
June 11, 2025
in News, Assam
Reading Time: 2 mins read
0
Ajp Pressmeet:ভূমি আয়োগ সন্দৰ্ভত চৰকাৰী স্পষ্টীকৰণক অসম জাতীয় পৰিষদৰ প্ৰত্যাহ্বান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Ajp Pressmeet:

অসম ভূমি প্ৰশাসন আয়োগ (Assam Land Governance Commission) গঠন আৰু ইয়াৰ উদ্দেশ্য সন্দৰ্ভত অসম চৰকাৰে যোৱা ৯ জুনত জাৰি কৰা চৰকাৰী স্পষ্টীকৰণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে (অ.জা.প)। দলটোৱে আজি এক সংবাদমেল যোগে চৰকাৰৰ দাবীবোৰক অসত্য আৰু বিভ্ৰান্তিকৰ আখ্যা দি কয় , চৰকাৰে ভূমি অধিকাৰৰ ক্ষেত্ৰত গোপন উদ্দেশ্য আগত লৈ কাম কৰি আছে।

ADVERTISEMENT

উল্লেখযোগ্য যে যোৱা ৪ জুনত সংবাদ মেল পাতি অসম জাতীয় পৰিষদে ভূমি প্ৰশাসন আয়োগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ উদ্দেশ্যত সন্দেহ ব্যক্ত কৰাৰ লগতে জনমত দাখিলৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ দাবী জনাইছিল। তাৰ পিছত চৰকাৰে সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰাৰ লগতে কালি বাতৰি কাকতত এক বিজ্ঞাপন প্ৰকাশ কৰি অসম জাতীয় পৰিষদে ইতিপূৰ্বে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰে।

আজিৰ সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপ-সভাপতি চন্দ্ৰকান্ত দাসে কয় যে চৰকাৰে জাতীয় পৰিষদৰ বক্তব্যক অস্বীকাৰ কৰি বিবৃতিযোগে দাবী কৰিছে যে তেওঁলোকে ন্যায়াধীশ (অৱ ) বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ মতেহে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু প্ৰকৃততে বিপ্লৱ শৰ্মা কিমিটিয়ে ১৮৮৬ চনৰ ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম’ বাতিল কৰিবলৈ কোনো পৰামৰ্শ দিয়াই নাই। বৰং কমিটিৰ প্ৰতিবেদনত (পৃষ্ঠা ৫৭, ধাৰা ৭.৬.৪) স্পষ্টকৈ কোৱা হৈছে , এই আইন কঠোৰভাৱে বলৱৎ হ’ব লাগে।

দলটোৱে কয়,যিহেতু কমিটিয়ে এনে পৰামৰ্শ দিয়াই নাই, তেন্তে চৰকাৰে আইনৰ সংশোধন বা প্ৰত্যাহাৰৰ যি প্ৰচেষ্টা চলাইছে, সেয়া বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ বুলি জনোৱাটো জনগণক বিভ্ৰান্ত কৰাৰহে প্ৰচেষ্টা।লগতে দলটোৱে প্ৰশ্ন তোলে , কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব – যি উক্ত কমিটিৰ সদস্য সচিব আছিল, তেওঁ এই প্ৰতিবেদনত চহী কৰিছে নে নাই? কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰিছে নে নাই? এইবোৰ প্রশ্নৰ সদুত্তৰ নোপোৱালৈকে, প্ৰতিবেদনৰ মূল্যই নাই।

চৰকাৰে জনজাতি আৰু সংৰক্ষিত শ্ৰেণীৰ ভূমি অধিকাৰ খর্ব কৰা নহয় বুলি দাবী কৰাৰ প্ৰতি ওলোটা প্ৰশ্ন উত্থাপন কৰি দলটোৱে কয় , যদি সেয়াই হয়, তেন্তে পলাশবাৰীৰ বৰদোৱাৰ চাহ বাগান সংলগ্ন ১৬০০ একৰ জনজাতীয় মাটি উপগ্ৰহ নগৰ গঢ়াৰ বাবে কাক দিব খুজিছে ? ইয়াতেই চৰকাৰৰ দাবী আৰু বাস্তৱৰ মাজত বিশাল বিসংগতি দেখা যায়।

নেতাত্ৰয়ে কয় , ১৯২৭ চনৰ পৰাই ১৮৮৬ৰ অসম ভূমি আৰু ৰাজহ অধিনিয়ম অনুসৰি কৃষি ভূমি অনাকৃষককলৈ হস্তান্তৰ নকৰাৰ নিয়ম প্ৰযোজ্য হৈ আহিছিল। উক্ত কাৰণত কৃষকসকলৰ মাটি সংৰক্ষিত হৈ আছিল। কিন্তু যোৱা ১০ বছৰত চৰকাৰে এই নিয়ম সলনি কৰি খিলঞ্জীয়া কৃষকক ধনী বা বহিৰাগত গোষ্ঠীৰ আগত অসহায় কৰি পেলাইছে। উক্ত নতুন নিয়মৰ বাবেই থলুৱা কৃষকৰ মাটি পুঁজিপতি গোষ্ঠীসমূহৰ হাতলৈ যোৱাটো বাঢ়়িছে।

দলটোৱে আক্ষেপ প্ৰকাশ কৰি কয় , নতুন ব্যৱস্থাত ভূমি অধিনিয়ম সলনি হ’লে ভূমিৰ পুৰণি নথি, জমাবন্দি আদি কি কৰা হ’ব সেইটো চৰকাৰে স্পষ্ট কৰা নাই। গঁড়ৰ খড়্গ দাহ কৰাৰ ফলত চোৰাং চিকাৰী সন্ধান অভিযানৰ গুৰিলৈকে যোৱাৰ পথ বন্ধ হৈ পৰাৰ দৰে উল্লিখিত নথিবোৰ নাইকীয়া কৰি দিলে এফালে পুৰণি ভূমি বিবাদ নিস্পত্তি কৰিব পৰা নাযাব, আনহাতে নতুন নতুন ভূমি বিবাদৰ সৃষ্টি হ’ব আৰু নথিৰ অভাৱত সেই বিবাদৰ ন্যায়সংগত নিস্পত্তি সম্ভৱপৰ নহ’ব।

আনহাতে ভূমি অধিগ্ৰহণ কেন্দ্ৰীয় আইনৰ অধীনস্থ বিষয় বুলি উল্লেখ কৰি দলটোৰ উক্ত শীৰ্ষ নেতাত্ৰয়ে কয় যে এনে অৱস্থাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আইন সংশোধন কৰিব নেকি সেইটো স্পষ্ট কৰা প্ৰয়োজন।

ভূমি প্ৰশাসন আয়োগে জনমত দাখিলৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিব লাগে বুলি দলৰ পূৰ্বৰ দাবী আজি পুনৰ দোহাৰে। লগতে আয়োগৰ খচৰা প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দাবী জনাই কয় যে ৰাইজে যাতে ভূমিৰ দৰে স্পৰ্শকাতৰ বিষয়ত সজাগভাৱে অংশগ্ৰহণ কৰিব পাৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব।

দলটোৰ তিনিওগৰাকী নেতাই কয় ,মাটি আমাৰ অস্তিত্ব, সত্তা আৰু অধিকাৰৰ মূল আধাৰ। এই বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ হ’ব নালাগে। চৰকাৰে স্বচ্ছতা আৰু ৰাইজৰ আস্থাৰ ক্ষেত্ৰত যত্নবান হ’ব লাগিব।”আজিৰ সংবাদমেলত দলৰ দুই সম্পাদক অমৃত খাটনীয়াৰ আৰু চিত্তৰঞ্জন বসুমতাৰীও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Lurinjyoti GogoiAJPAssam Land Governance CommissionPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d