Illegal Liquor Seized In Mariani:
মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে চলিছে অবৈধ সুৰাৰ বেহা।মৰিয়নি পশু চিকিৎসালয়লৰ চৌহদত নিতৌ বহে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। বুধবাৰে নিশা মৰিয়নি থানাৰ সন্মুখত ৰাইজে জব্দ কৰে সুৰা ভৰ্তি এখন ইকভেন।
ADVERTISEMENT
জানিব পৰা মতে সুৰা ভৰ্তি বাহনখন মৰিয়নিৰ বজৰং দলৰ এজন নেতা প্ৰবিন কুমাৰৰ। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হয় সুৰা ভৰ্তি বাহন আৰু হিন্দুত্ববাদী সংগঠনৰ তথাকথিত নেতাক থানালৈ যায় ।