Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত ড্ৰিমলাইনাৰৰ সকলো সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰই 

publisher by publisher
June 13, 2025
in India, News
Reading Time: 1 min read
0
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত ড্ৰিমলাইনাৰৰ সকলো সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰই 
1
SHARES
9
VIEWS
ShareShareShareShare

Ahmedabad Plane Crash:আহমেদাবাদত সংঘটিত ভয়াবহ বিমান দুৰ্ঘটনাৰ পাছত বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ সকলো বিমান ‘ গ্ৰাউণ্ড ‘ কৰাৰ অৰ্থাৎ বিমান পৰিসেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে সূত্ৰত এই তথ্য প্ৰকাশ পাইছে।এই ড্ৰিমলাইনাৰ ২০১১ চনৰ পৰা আকাশত উৰিছে।

ADVERTISEMENT

ইয়াৰ পূৰ্বে এখনো বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা নাই। যদিও দুৰ্ঘটনা নোহোৱাকৈও ড্ৰিমলাইনাৰ বহু বিতৰ্কৰ বিষয় হৈ পৰিছে। ইয়াৰ পূৰ্বেও বয়িঙৰ এজন শীৰ্ষ কাৰ্যবাহীয়ে বিমানখনৰ সুৰক্ষাৰ পদ্ধতিৰ ত্ৰুটি লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

RelatedPosts

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

দুৰ্ঘটনাগ্ৰস্ত বিমান বা ইঞ্জিনত কোনো যান্ত্ৰিক দোষ নাছিল: এয়াৰ ইণ্ডিয়াৰ চিইঅ’

বৈমানিকেই ইচ্ছাকৃতভাৱে দুর্ঘটনা সংঘটিত কৰা বুলি দাবী

বৰ্তমান চৰকাৰে ড্ৰিমলাইনাৰৰ সকলো বিমান গ্ৰাউণ্ড কৰাৰ কথা চিন্তা কৰিছে। তথ্য অনুসৰি এই সন্দৰ্ভত এটা আমেৰিকান কোম্পানীৰ স’তে আলোচনা চলিছে।

বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়।

বিমানখনত থকা ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰুৰ ভিতৰত ২৪১ জনৰে মৃত্যু হয়। আচাৰ্যজনকভাৱে ৰক্ষা পৰে এজন যাত্ৰী।

এই ঘটনাৰ পাছত বয়িঙে এয়াৰ ইণ্ডিয়াৰ স’তে যোগাযোগত থকা বুলি জনাইছে। লগতে এয়াৰ ইণ্ডিয়াক সকলো বিষয়তে সহযোগিতা আগবঢ়াব বুলিও কৈছে। ইফালে বয়িঙে এই বিমানখন নিৰ্মাণৰ পাছৰে পৰা ২৫০০ৰো অধিক ৭৮৭ মডেলৰ বিমান বিক্ৰী কৰিছে।

সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ হাতত বৰ্তমান এই মডেলৰ ৪৭ খন বিমান আছে। ভাৰত চৰকাৰৰ পৰিকল্পনা অনুসৰি যদি এই বিমানসমূহ গ্ৰাউণ্ড কৰা হয় তেন্তে বহু লোকে বহিঃৰাজ্য ভ্ৰমণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব।

যেতিয়া কোনো বিমানৰ মডেল দুৰ্ঘটনাত পতিত হয়, তেতিয়া নিয়ম অনুসৰি, সেই মডেলৰ আন সকলো বিমানক দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰালৈকে গাউণ্ড কৰা হয়। যদি তদন্তত দেখা যায় যে দুৰ্ঘটনাৰ কাৰণ আন্তঃগাঁথনিৰ দোষ নহয়, তেন্তে সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ahmedabad Plane Crash
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d