Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Raja Raghuvangsri Murder incident: শ্বিলঙৰ পৰা বোখা পিন্ধি গুৱাহাটীত উপস্থিত হৈছিল সোনম

publisher by publisher
June 13, 2025
in India, News
Reading Time: 1 min read
0
Meghalaya Murder Incident:নৱ বিবাহিতাই কাহিনী ৰচনা কৰি ভাড়াতীয়া অপৰাধীৰে হত্যা কৰিছিল ব্যৱসায়ী স্বামীক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Murder Incident:কলিৰ পৰশুৰাম ! নিজ পিতৃক হত্যা কৰি বিচনাত শুৱাই ঘৰত তলা মাৰি থলে পুত্ৰই

স্বামী হত্যাত সোনমক অভিযুক্ত কৰি ৭৯০ পৃষ্ঠাৰ অভিযোগনামা

Hojai:মোৰাঝাৰত হত্যাৰ অভিযোগত পঞ্চায়ত সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ

Raja Raghuvangsri Murder incident:

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডত সোনম ৰঘুবংশী প্রত্যক্ষভাবে জড়িত। আত্মৰক্ষাৰ বাবে সোনমে বিভিন্ন বক্তব্য আগবঢ়াই আহিছে যদিও সেইবোৰৰ বিভ্রান্তি ধৰা পৰিছে। এনে বিভ্রান্তিকৰ বক্তব্যৰ ওপৰত বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ বাৰম্বাৰ প্ৰশ্ন কৰাত সোনমে একপ্ৰকাৰ এই কথা স্বীকাৰ কৰিছে যে স্বামী ৰাজা ৰঘুবংশীৰ হত্যাত তেওঁ জড়িত। মেঘালয়ৰ পশ্চিম ৰেঞ্জৰ উপ-।মহাপৰিদৰ্শক ডেভিচ এন আৰ মাৰাকে এই বিষয়ে সদৰী কৰি কয় যে হত্যাকাণ্ডটোত সোনম ৰঘুবংশী জড়িত থকা বুলি তেওঁ নিজে স্বীকাৰোক্তি দিছে। অৱশ্যে সমগ্র ঘটনাটোৰ মাষ্ট্ৰৰমাইণ্ড কোন আছিল, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ADVERTISEMENT

ইপিনে, বৃহস্পতিবাৰে মেঘালয় আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সদৰী কৰে যে ঘটনাটোত ছুপাৰি কিলাৰ ব্যৱহাৰ হোৱা নাই। ৰাজ কুশৱাহাক বাদ দি আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, সেই আটাইকেইজন সোনম ৰঘুবংশীৰ পূৰ্বৰে পৰা চিনাকি আছিল। তেওঁলোকে সোনমৰ অনুৰোধত সমগ্র ঘটনাটোত জড়িত হৈ পৰিছিল। তিনিওজনে শ্বিলঙত পূৰ্বৰ পৰা বাহৰ পাতিছিল। তাৰে আকাশ নামৰ অভিযুক্তজনে সোনমক নিজৰ ৰেইনকোটটো দিছিল। আনহাতে, বিশাল নামৰ অভিযুক্তজনে এটা বোর্খা যোগান ধৰিছিল। সেই বোর্খা পিন্ধি সোনম শ্বিলঙৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল। ৰাজা ৰঘুবংশীক লৈ সোনমে যি পৰিকল্পনা কৰিছিল তাত ৰাজ কুশৱাহাই মুখ্য ভূমিকা লৈছিল। আনহাতে, ৰাজাৰ মৃতদেহ উদ্ধাৰৰ দিনাই ইন্দোৰত উপস্থিত হৈছিল সোনম।

মেঘালয় আৰক্ষীয়ে এনে তথ্য উদ্ধাৰ কৰাৰ বিপৰীতে সোনমে বিভিন্ন বক্তব্যৰে বিভ্রান্তি সৃষ্টি কৰাৰো চেষ্টা চলাইছিল। এনেদৰেও আৰক্ষীক স্বীকাৰোক্তি দিছিল যে মেঘালয়ত তেওঁলোক ফুৰি থকাৰ সময়ত তেওঁ পৰিধান কৰি থকা গহনা ন কে’বাজনো দুর্বৃত্তই কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল। স্বামী হিচাপে ৰাজাই দুর্বৃত্তৰ দলটোৰ লগত যুঁজ দিছিল। তেতিয়াই দুর্বৃত্তৰ দলৰ হাতত ৰাজাৰ মৃত্যু হয়। সোনমে এই দাবীও কৰে যে ৰাজাক হত্যাৰ দৃশ্য প্ৰত্যক্ষ কৰি তেওঁ অজ্ঞান হৈ পৰিছিল। তাৰ পাছত কিদৰে তেওঁ উত্তৰ প্ৰদেশৰ গাজিপুৰত উপস্থিত হৈছিল, তেওঁ নিজেই নাজানে।

অথচ আৰক্ষীয়ে ইতিমধ্যে সংগ্রহ কৰা তথ্য অনুসৰি, ৰাজাৰ মৃত্যুৰ পাছত সোনম শ্বিলঙৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল আৰু গুৱাহাটীৰ পৰা ২৭ মে’ত বেলযোগে ইন্দোৰলৈ যাত্ৰা কৰিছিল। শ্বিলঙৰ পৰা গুৱাহাটীলৈ বোখা পিন্ধি আহিছিল সোনম। ইন্দোৰৰ পাছত সোনমে তিনিদিন গাজিপুৰত আত্মগোপন কৰি আছিল। ন জুনত গাজিপুৰৰে এখন ধাবাত সোনম ধৰা পৰিছিল। যদি জ্ঞান হেৰুৱাই – পেলাইছিল, তেন্তে তেওঁ অকলে কিদৰে শ্বিলঙৰ পৰা গুৱাহাটীলৈ, গুৱাহাটীৰ পৰা গাজিপুৰলৈ যাবলৈ সক্ষম হৈছিল, সেই বিষয়ত প্রশ্ন কৰাত প্ৰায়ে মৌন হৈ ৰৈছিল অন্যতম মূল অভিযুক্তগৰাকী।

ইপিনে, ৰাজ কুশৱাহাই আৰক্ষীৰ আগত সদৰী কৰে যে মেঘালয়লৈ যাবলৈ তেরো সাজু হৈছিল, কিন্তু শেষ মুহূর্তত যাত্রা বাতিল কৰিছিল। আনকি যি তিনিজন ‘ছুপাৰি কিলাৰ’ৰ হতুৱাই ৰাজাক হত্যাৰ অভিযোগ কৰা হৈছে, সেই – তিনিজনকো মেঘালয়লৈ যোৱাত বাধা দিয়াৰ চেষ্টা চলাইছিল ৰাজে।

মেঘালয় আৰক্ষীৰ এক সূত্রই সদৰী কৰে যে সোনমক প্রয়োজনীয় সহায়-সাহায্য আগবঢ়াবলৈ ৰাজ কুশৱাহা মান্তি হোৱা নাছিল। আৰক্ষীৰ জেৰাত ৰাজে এই দাবী কৰিছে। সেই কাৰণেই সোনমে বিচৰা সত্ত্বেও মেঘালয়লৈ যোৱাৰ পৰিকল্পনা শেষ মুহূৰ্তত ৰাজে বাতিল কৰিছিল। ৰাজে এই বুলিও জেৰাত কয় যে ছুপাৰি কিলাৰৰ অভিযোগত যি তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলাকেও ৰাজা ৰঘুবংশীক হত্যা কৰিব বিচৰা নাছিল; কিন্তু সোনমে বাধ্য কৰাইছিল। তাৰ বাবে ১৫ লাখ টকাৰ টোপ দিছিল। সোনম আৰু ৰাজ কুশৱাহাৰ এনে বিপৰীত ভাষ্যৰ এছআইটিয়ে অতি সূক্ষ্মভাবে পর্যালোচনা অব্যাহত ৰাখিছে।

এই হত্যাকাণ্ডৰ অন্তৰালত আন কোনো তৃতীয় শক্তিও জড়িত আছে নেকি? এই প্রশ্নৰো অনুসন্ধান চলাইছে এছআইটিয়ে। এই সন্দৰ্ভত আৰক্ষী সূত্রই সদৰী কৰে যে তদন্তকাৰী দলে বিভিন্ন দিশেৰে কথাবোৰ বিশ্লেষণ কৰিছে। এই বিশ্লেষণত প্রশ্ন উত্থাপন কৰা হৈছে যে সোনমে তান কোনো তৃতীয় ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হ’ব বিচাৰিছিল নেকি? সেই প্রশ্নৰো উত্তৰ বিচাৰিছে এছআইটিয়ে। তদন্তকাৰী দলে উদ্ধাৰ কৰা তথ্য অনুসৰি, সোনমে ৰাজক মেঘালয়লৈ আহিবলৈ জোৰ কৰিছিল, পলাই যোৱাৰ পাছত টেক্সীৰ ভাড়াৰ পৰা আৰম্ভ কৰি আত্মগোপনৰ বাবে ঘৰ ঠিক কৰা কামতো ৰাজক নিয়োগ কৰিছিল।

হত্যাকাণ্ডটোৰ পাছত শ্বিলঙৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ পাছত সোনমে যোৱা ছয় জুনত যিখন টেক্সীৰে যাতায়াত কৰিছিল, সেইখনৰ ভাড়া ৰাজেই চালকক আদায় দিছিল। ইন্দোৰৰ এটা ফ্লেটত আত্মগোপন কৰি থাকিবলৈ সোনমে পৰিকল্পনা কৰিছিল। ৰাজৰ এই ক্ষেত্ৰত ভূমিকা কি আছিল, তাৰ তদন্ত অব্যাহত আছে।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, মেঘালয়ৰ চেৰাপুঞ্জি তথা চোহৰাৰ এটা হোম ষ্টে’ৰ পৰা উদ্ধাৰ হোৱা এটা ট্রলী বেগ আৰু তাৰ ভিতৰত বিবাহিতা মহিলাৰ অন্যতম পৰিচয় এডাল মংগলসূত্ৰ আৰু এটা আঙঠি থকা ঘটনাটোৱে আৰক্ষীক এই তদন্তত যথেষ্টখিনি সহায় কৰে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, যোৱা ২২ মে’ত ৰাজা ৰঘুবংশী আৰু সোনম ২ ৰঘুবংশী চোহৰাৰ এটা হোম স্টেত থাকিলৈ গৈছিল; কিন্তু আগতীয়াকৈ বুকিং নকৰা আৰু কোঠা খালী নথকাত তেওঁলোকে হোম ষ্টেটোত থাকিব পৰা নাছিল। তথাপি হোম স্টে’টোতে ট্রলী বেগখন থৈ দুয়ো প্রকৃতিক উপভোগ কৰিবলৈ ওচৰৰ নংৰিয়াত গাঁৱলৈ গৈছিল। এই ঠাইটুকুৰালৈ যাবলৈ হ’লে কমেও তিনি হেজাৰটা চিৰি বগাই উঠিব লাগে।

সেইবাবেই ট্রলী বেগখন হোম ষ্টে’টোত থৈ যোৱা বুলি আৰক্ষীয়ে ধাৰণা কৰিছিল। সেইদিনা নিশা তেওঁলোক বেলেগ স্থানত কটাইছিল। ২৩ মে’ত পুনৰ তেওঁলোক চোহৰালৈ গৈ ৱেইছডং জলপ্রপাত চাবলৈ গৈছিল। সেইদিনাৰ পৰাই দুয়ো ন সন্ধানহীন হৈছিল। যোৱা দুই জুনত সেই জলপ্রপাতৰ সমীপৰ পৰাই ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিবলৈ গৈ সেই নির্দিষ্ট হোম ষ্টেটোত উপস্থিত হৈছিল। তাত তেতিয়াও ট্রলী বেগখন আছিল।

বেগটো খন খোলাত ভিতৰৰ পৰা মংগলসূত্ৰ আৰু এটা আঙঠি উদ্ধাৰ হৈছিল। আৰক্ষীৰ মতে, বিবাহিতা মহিলাৰ বাবে এই দুয়োবিধ সামগ্রী অত্যন্ত পৱিত্র। কোনো পৰিস্থিতিতে এই দুয়োবিধ সামগ্রী তেওঁলোকে ক’ৰবাত দলিয়াই নেপেলায়। তেনেস্থলত দুয়োবিধ সামগ্রীক কিয় সোনমে এলাগী কৰিছিল? এই প্রশ্নৰো অনুসন্ধান অদ্যাপি অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HijabMurder IncidentRaja RaghuvangsriShillong policeSonam Rajvongsri
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d