Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Air India plane Crashed Update: স্বামীক লগ পোৱাৰ সপোন-আশা বিমানৰ ছাইত বিলীন হ’ল

লণ্ডনত নতুন জীৱনৰ আৰম্ভণি কৰা আৰু নহ'ল: ভাৰতৰ মধুৰ স্মৃতি মনতে মাৰ গ'ল, তিনি সন্তানসহ চিকিৎসক-দম্পতীৰো মৃত্যু দুৰ্ঘটনাটোত

publisher by publisher
June 13, 2025
in India, News
Reading Time: 1 min read
0
Air India plane Crashed Update: স্বামীক লগ পোৱাৰ সপোন-আশা বিমানৰ ছাইত বিলীন হ’ল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Kathmandu: নেপালত ভূমিকম্পৰ ফলত নহয়, হিমবাহ ফটাৰ ফলতহে এই আকস্মিক বান

Pakistan-Afghanistan War Updates: পবিত্ৰ ৰমজান মাহত দুই চুবুৰীয়া ৰাষ্ট্ৰৰ ভয়ংকৰ যুদ্ধ

‘কিয় ইন্ধন বন্ধ কৰি দিলে?’ ইঞ্জিন বিকল হোৱাৰ লগে লগে পাইলটৰ প্ৰশ্ন!

Air India plane Crashed Update:

লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখনে ছাই আৰু ধোঁৱাৰ কুণ্ডলী হৈ আকাশে-বতাহে বিলীন হোৱাৰ দৰে বহু সপোন আৰু আশাও চিৰকাললৈ মৰহি গ’ল। ‘বয়িং ৭৮৭-৮ ড্রিমলাইনাৰ’খন লণ্ডনলৈ যোৱাৰ পথত ক’তো নৰয় আৰু ১০ ঘণ্টাৰ যাত্রা সময়ৰ বাবে ই কঢ়িয়াই লৈ যায় ৮০-৯০ টন অতি উচ্চ দাহ্য ইন্ধন।

ADVERTISEMENT

বিমানখন ভূপতিত হোৱাৰ ফলত সেয়েহে ভয়াৱহ অগ্নিকাণ্ডৰ সৃষ্টি হয় আৰু জনাকীর্ণ মহানগৰীৰ ঘৰৰ ছাদত বহু ঘণ্টা ধৰি জুই জ্বলি থাকে। এই বিমানখনৰ যাত্ৰীসকলৰ মাজতে আছিল খুচবু ৰাজ পুৰোহিত নামৰ এগৰাকী ন-বোৱাৰী। ৰাজস্থানৰ বাল’টাৰা জিলাৰ আৰাবা গাঁৱৰ বাসিন্দা খুচবুয়ে চলিত এই বৰ্ষৰ জানুৱাৰীত মনফুল সিঙৰ স’তে বিবাহপাশত আবদ্ধ হয়। স্বামী মনফুল লণ্ডনত অধ্যয়নৰত এজন ছাত্ৰ আৰু বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে খুচবুয়ে স্বামীৰ ওচৰলৈ যাবলৈ উঠিছিল অভিশপ্তৰূপে বিবেচিত হোৱা বিমানখনত।

নৱ বিবাহিতা খুচবুৰ এই সপোন আৰু আশা বিমানৰ ছাঁইত মিলি গ’ল। এই পর্যন্ত খুচবুৰ স্বামীৰ প্ৰতিক্রিয়া জ্ঞাত হোৱা নাই যদিও ঘটনাটোৱে পৰিয়ালটোত অভাৱনীয় শোকৰ সৃষ্টি কৰিছে।

অভিশপ্ত বিমানখনত উঠাৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছত খুচবুয়ে আহমেদাবাদ বিমান বন্দৰত পিতৃ মদনৰাজ পুৰোহিতৰ স’তে শেষখন ফটো ক্লিক কৰিছিল। পিতৃ-কন্যা দুয়ো এনিশাৰ পূৰ্বে বাল’টাৰা গাঁৱৰ পৰা আহিছিল আহমেদাবাদলৈ। লণ্ডনত প্রায় ছমাহে অপেক্ষা কৰি আছিল তেওঁৰ স্বামী। কিন্তু সেই আশা পূৰণ নহ’ল। স্বামী-স্ত্রীৰ মিলন নঘটিল। এই দুর্ভাগ্যজনক ঘটনাটোৰ পাছত খুচবুৰ ফটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ঘটনাৰ সম্ভেদ পাই ততাতৈয়াকৈ গৃহ অভিমুখী পিতৃয়ে উভতি আহে আহমেদাবাদলৈ।

মন কৰিবলগীয়া যে ৰাজস্থানৰ ১১ গৰাকী যাত্ৰী আছিল বিমানখনত। ইয়াৰ ভিতৰত আছিল লণ্ডনৰ এখন ৰেস্তোৰাঁৰ ৰান্ধনী (চেফ) হাদিচান্দ মেনাৰিয়া আৰু প্ৰকাশ মেনাৰিয়া তথা উদয়পুৰৰ মাৰ্বল ব্যৱসায়ীৰ পুত্র-কন্যা ক্রমে শুভমোদী আৰু ছগুন আছিল বিমানত। তদুপৰি আছিল বিকানেৰৰ কৃত্ৰিম অলংকাৰৰ ব্যৱসায়ী অভিনৱ পৰিহাৰ আৰু এজন প্রাক্তন বিধায়কৰ নাতি।

এই বিমানত আছিল চিকিৎসক-দম্পতী ডাঃ ক’নিৰ ব্যাস আৰু তেওঁৰ স্বামী ডাঃ প্রদীপ যোশী আৰু তেওঁলোকৰ তিনি সন্তান প্রদ্যুৎ, মিৰায়া আৰু নকুল। অভিনৱ পৰিহাৰে প্ৰথমবাৰৰ বাবে ১০ বছৰৰ ভিতৰত তেওঁ লণ্ডনত নিগাজীকৈ থাকিবলৈ লোৱা পৰিয়ালক সাক্ষাতৰ বাবে যাত্রা কৰিছিল এই বিমানত। ইপিনে, তিনি সন্তানসহ চিকিৎসক দম্পতীৰ লণ্ডনত নতুন জীৱনৰ আৰম্ভণিৰ সপোন অভিশপ্ত বিমানৰ স’তে বিলীন হ’ল।

# ভাৰতৰ মধুৰ স্মৃতি বিমানৰ ছাইত পৰিণত হ’ল

লণ্ডনৰ যোগ উদ্যমী জেমিমিকে তেওঁৰ গুজৰাট ভ্ৰমণ সমাপ্ত কৰি ভাৰতৰ অসাধাৰণ স্মৃতি বুকুত কঢ়িয়াই ঘৰলৈ উভতিবলৈ সাজু হৈছিল। বুধবাৰে নিশা ইনস্টাগ্রামৰ এটা প’ষ্টত তেওঁ আৰু তেওঁৰ সংগী ফিয়ংগেল গ্রীণল’-মিকৰ স’তে ভাৰতত আহৰণ কৰা চমকপ্রদ অভিজ্ঞতাৰ কথা সোঁৱৰিছিল আৰু কৈছিল যে এই নিশাই হ’ব ভাৰতত তেওঁৰ শেষ নিশা। বৃহস্পতিবাৰে পুৱা বিমানত উঠাৰ পূর্বে জেমিয়ে এটা ভিডিঅ’ আপলোড কৰি কৈছিল, ‘গুড বাই ইণ্ডিয়া’। ভাৰতৰ পৰা নহয়, পৃথিৱীৰ পৰাই চিৰবিদায় ল’লে জেমি আৰু তেওঁৰ সংগীয়ে। জেমিয়ে ইনস্টাগ্রামৰ আন এটা প’ষ্টত আহমেদাবাদৰ এখন প্রখ্যাত ঐতিহ্যবাহী হোটেলৰ বিষয়েও ভিডিঅ’ৰ জৰিয়তে দেখুৱাইছিল। জেমি হৈছে ‘দ্য বেলনেছ ফাউন্ড্রী’-টেৰট আৰু আধ্যাত্মিক সুস্থতা (বেলনেছ)ৰ এটা কেন্দ্ৰৰ সঞ্চালক।

ইয়াৰ সংগী ফিয়ংগলেও এটা ভিডিঅ’ত কৈছে, ‘এয়া ভাৰতত আমাৰ শেষ নিশা। সঁচাকৈয়ে আমি অৰ্জন কৰিলো এক মায়াময় অভিজ্ঞতা। বহু চমকপ্রদ ঘটনা ঘটিল। এই সকলোবোৰ যোগ কৰি আমি এটা ভুগ বনাম। মই ভাবো সেইটোৱে হ’ব মোৰ প্ৰথমটো ব্লগ। গুজৰাটী থালিৰ সোৱাদ লোৱা জেমিয়েও এনে বিভিন্ন মুহূৰ্তৰ বর্ণনা কৰে সামাজিক মাধ্যমত। তেওঁ কয় যে এই অসাধাৰণ অভিজ্ঞতাসমূহ তেওঁ ঘৰলৈ উভতি যোৱাৰ পাছত সকলোৰে স’তে শ্বেয়াৰ কৰিব আৰু এই মুহূৰ্তৰ বাবে তেওঁ উদগ্ৰীৰ হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air India plane Crashednews update
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d