Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ

    280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

    Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

    ‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

    Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

    Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস

চৰকাৰী পৃষ্ঠপোষকতাত মাফিয়াৰ তাণ্ডৱ অব্যাহত, এফালৰ পৰা ধ্বংস সেউজ আৱৰণ, মাজে সময়ে দুই-এখন বাহন জব্দ কৰি সক্ৰিয়তা প্ৰদৰ্শনৰ অপচেষ্টা কর্তৃপক্ষৰ

publisher by publisher
June 12, 2025
in News, Assam
Reading Time: 2 mins read
0
Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস
1
SHARES
7
VIEWS
ShareShareShareShare

Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস

চৰকাৰৰ উদাসীনতাত ৰাজ্যৰ চৌদিশে চলিছে অবাধ বনধ্বংস। গোলকীয় জলবায়ু পৰিৱৰ্তনৰ অশনি সংকেত সৃষ্টিৰ সময়তো সংকুচিত হৈ আছে বন আৱৰণী। কিছুমাহ পূর্বে স্বয়ং সেউজ ন্যায়াধিকৰণতে এই উদ্বেগজনক তথ্য ফাদিল হয়। তৎসত্ত্বেও চৰকাৰী পৃষ্ঠপোষকতাতে বনধ্বংস অব্যাহত আছে। দৰাচলতে বন মাফিয়াই দিছপুৰক হাত কৰি বন ধ্বংস অব্যাহত ৰাখিছে।

ADVERTISEMENT

কাৰ্বি আংলঙৰ সুউচ্চ পাহাৰৰ বুকুৰ সেউজ আৱৰণী নিঃশেষ কৰাত নামিছে বন মাফিয়া। কার্বি পাহাৰৰ কাঠ সৰবৰাহৰ পথ (কৰিড’ৰ) ৰূপে ব্যবহৃত হৈ আহিছে কলিয়াবৰৰ ৰাজপথৰ লগতে বিভিন্ন গ্রাম্য পথ। পাহাৰত অহর্নিশে বনধ্বংসযজ্ঞ চলাৰ তথ্য পোহৰলৈ আহিছে। দিনৰ সময়ছোৱাত শান্ত হৈ থকা কলিয়াবৰৰ একাংশ গ্রাম্য পথত নিশাৰ আন্ধাৰত হৈছে চোৰাং কাঠ সৰবৰাহ কৰা বাহনৰ সঘন আহ-যাহ।

RelatedPosts

Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত

কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়ুসৰেখা স্বৰূপ কাৰ্বি পাহাৰৰ অন্তৰ্গত বিভিন্ন পাহাৰলানিত এতিয়া দিনে-নিশাই চলিছে বন মাফিয়াৰ কৰত। এনে বহু অভিযোগৰ মাজতে মঙলবাৰে নিশা কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বনৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ কাঠসহ জব্দ কৰে এখন বাহন। বন বিভাগৰ অভিযানকালত আটক হয় এই দুষ্কাৰ্যৰে জড়িত এজন লোক। কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৰাজপথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে জব্দ কৰিছে এখন কাঠভর্তি বলেৰ’ পিক আপ গাড়ী।

সূত্রই জনোৱা মতে, গাড়ীখনত কার্বি আংলঙৰ পাহাৰৰ পৰা কাঠ চোৰাংকৈ সৰবৰাহ হৈছিল। চোৰাংকৈ কাঠ সৰবৰাহ কৰা বলেৰ বাহনখনৰ নম্বৰ এ-এছ-১২ চি চি-৩৪৮৭। এই গাড়ী আৰু কাঠ জব্দ কৰাৰ লগতে বন বিভাগে আটক কৰিছে বাহনখনৰ চালক উবেদুৰ ৰহমানকো।

উল্লেখ্য যে বন বিভাগৰ ছত্ৰছায়াতে কলিয়াবৰৰ মাজেৰে সৰবৰাহ হৈ আহিছে কাৰ্বিপাহাৰৰ চোৰাং কাঠ। অভিযোগ অনসুৰি, কাৰ্বি আংলং জিলাৰ দলামৰা বেঞ্জ কাৰ্যালয়ৰ কুঠৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত চলি আছে পাহাৰৰ কাঠৰ চোৰাং বেহা। ইয়াৰ আঁৰত আছে খণ্ড বনাঞ্চলিক বিষয়া ইয়াৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাবে অন্তৰ্গত বাগৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ে এনে দুষ্কাৰ্যৰে জড়িত থকাৰ অভিযোগ দীর্ঘদিনৰ। উল্লেখ্য যে আজিৰ সময়ত এফালৰ পৰা ধ্বংস কৰি গৈছে বাঘছেৰ বনাঞ্চলৰ লগতে পাকূপ বেঞ্জ অঞ্চল তথা চিৰাং পাহাৰ, লক্ষী পাহাৰ, ৰঙাগড় পাহাৰকে ধৰি সকলো পাহাৰ বনাঞ্চলৰ মূল্যবান গছ।

কাৰ্বি পাহাৰৰ শাল, চেগুন, তিতাচপাকে ধৰি নানা মূল্যবান গছ কাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ লগতে বন বিভাগৰ চকুৰ সম্মুখেদিয়েই নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্ত পাৰ হৈ কলিয়াবৰৰ মাজেৰে গাড়ীৰে পাৰ কৰাই মুকলিকৈয়ে সৰবৰাহ কৰিছে বিভিন্ন স্থানলৈ। কিন্তু জনচক্ষুৰ সম্মুখতে ঘটি থকা এই বন ধ্বংস দেখিও সকলো যেন ৰহস্যজনকভাবে মৌন হৈ ৰৈছে।

আৰক্ষী, বিয়াগোম বন বিভাগ, প্রকৃতিপ্রেমী সংগঠন সকলো মৌন। জানিব পৰা মতে, কাৰ্বি আংলঙৰ অন্তৰ্গত পাকোপ ৰেঞ্জ অঞ্চলৰ পৰা প্ৰতিদিনে সৰবৰাহ কৰাৰ দৰেই যোৱা নিশাও সৰবৰাহ কৰিছিল এই বুজন পৰিমাণৰ চোৰাং কাঠ। তথ্য মতে, কার্বি আংলং জিলাৰ অন্তৰ্গত এই দুর্গম পাহাৰত বৰ্তমানে বনাঞ্চল ধ্বংসত জড়িত হৈ পৰিছে একাংশ ৰজাঘৰৰ আৰ্শীবাদপুষ্ট বনমাফিয়াৰ দলো। যাৰ পৰিপ্ৰেক্ষিতত বন বিভাগৰ লগতে আৰক্ষীও ৰহস্যজনকভাবে মৌন হৈ থাকি দুষ্কাৰ্যৰ প্ৰতি মৌন সমর্থন আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

কার্বি আংলং পাহাৰৰ পৰা কাঠ লৈ নিশাই কুঠৰী, ন-জান, কাঞ্চনজুৰি, নহৰুবস্তি, আমগুৰি, কহবা আদি স্থানেৰে ৰাষ্ট্ৰীয় পথত উঠি নগাঁও জিলাৰ চামগুৰি, শিঙিমাৰি, কাৱৈমাৰী, কাঠপাৰা, আমবাগান আদি স্থানৰ লগতে বৰঘুলী, চুলং, নলতলি আদি স্থানলৈ সৰবৰাহ হৈ আহিছে এই চোৰাং কাঠ। বন বিভাগ, আৰক্ষীৰ অভিযানৰ মাজতো ৰহস্যজনকভাৱেই সৰবৰাহ হৈ আহিছে এই কাঠৰ গাড়ী। অভিযোগ অনুসৰি, বনবিভাগৰ লগতে আৰক্ষীৰ লগত এই বন মাফিয়াৰ গোপন বুজাবুজিৰ অচিলা লৈয়ে চলি আহিছে বনাঞ্চলৰ এই অবাধ ধ্বংসযজ্ঞ।

অতি সোনকালেই যদি কাৰ্বি পাহাৰৰ সংঘটিত অবাধ বনধ্বংস ৰোধ কৰা নহয় তেন্তে এই পাহাৰমালাৰ জান-জুৰি-নিজৰাক পানীৰ উৎস কৰি জীপাল হৈ ৰোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যে বিপদ নামি আহিব সেয়ে নিশ্চিত। ইয়াৰ লগে লগে টকলা হৈ পৰিব কাৰ্বি পাহাৰৰ ভিতৰ ভাগ।

কাঠৰ চোৰাং কাৰবাৰীৰ পথ নক্সা অনুসৰি, কাৰ্বি পাহাৰৰ বিভিন্ন স্থানৰ পৰা চোৰাং কাঠ লৈ কুঠৰী, আমগুৰি, নজান আদি স্থানৰে পাহাৰৰ দিশৰ পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত উঠে টাটা ম’বাইল, বলেৰ’ পিকআপ, মিনি ট্রাককে ধৰি বহুকেইখন গাড়ী। ইয়াৰ পাছতে কলিয়াৰৰ বাগৰি আৰক্ষী চকীৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে জখলাবন্ধা থানাৰ সম্মুখেদিয়েই ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ জখলাবন্ধাৰ গৰুবন্ধা আৰু হাস্পতাল চাৰিআলিৰ সমীপৰে দুলালমাধৱ, বৰভকতি গাঁও হৈ গ্রাম্য পথত প্ৰৱেশ কৰে এই চোৰাং কাঠ সৰবহী গাড়ীসমূহ। ইয়াৰ পাছতে মাধতাৰি, পূৱথৰীয়াৰ গাঁৱৰ মাজেৰে গৈ ভিঞাৰীচুক, শান্তিপুৰ পথেৰে পুনৰ এই চোৰাং কাঠ সৰবৰাহ গাড়ী নলতলিৰ দিশেৰে গৈ চামগুৰিৰ বিভিন্ন স্থানৰ লগতে চুলুং বৰঘুলিলৈ যায় কিছু সংখ্যক গাড়ী বামুণী, চিকনিৰ দিশৰ পৰাও দলগাঁও হৈ কলিয়াবৰ থানাৰ সম্মুখত ওলাই পুনৰ মিছাৰ দিশলৈ যায়।

সাধাৰণতে পুৱতি নিশা তিনিটাৰ পৰা পাঁচ বজাৰ ভিতৰত কাৰ্বি আংলঙৰ পৰা কাঠ লৈ এইসমূহ পথেৰে পাৰ হয় গাড়ীসমূহ। কিন্তু এই সকলো দেখি শুনিও মৌন হয় বন বিভাগৰ লগতে আৰক্ষী ৰাইজৰ অভিযোগ, ৰাজনৈতিক মহলৰো উঠা-বহা কৰা একাংশ লোক এই কাৰবাৰৰে জড়িত হোৱাৰ লগতে বন বিভাগ আৰক্ষীৰে বন মাফিয়াৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে দৈনিক সৰবৰাহ হৈ আহিছে চোৰাং কাঠ। এনেদৰেই শেষ নিশাৰ খেলত টকলা হৈ পৰিছে কাৰ্বি পাহাৰৰ বুকু।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest DestruetionForest Devt.kabi Hillskaziranga Nation Park
publisher

publisher

Related Posts

দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ
India

June 14, 2025
280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা
News

280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

June 14, 2025
Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত
News

Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

June 14, 2025
‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ
India

‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

June 14, 2025
Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে
Assam

Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

June 14, 2025
Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
News

Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

June 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d