Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস

চৰকাৰী পৃষ্ঠপোষকতাত মাফিয়াৰ তাণ্ডৱ অব্যাহত, এফালৰ পৰা ধ্বংস সেউজ আৱৰণ, মাজে সময়ে দুই-এখন বাহন জব্দ কৰি সক্ৰিয়তা প্ৰদৰ্শনৰ অপচেষ্টা কর্তৃপক্ষৰ

publisher by publisher
June 12, 2025
in Assam, News
Reading Time: 2 mins read
0
Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত

Karbi Hills:কাৰ্বি পাহাৰ বিধ্বস্ত কৰি অবাধ বনধ্বংস

চৰকাৰৰ উদাসীনতাত ৰাজ্যৰ চৌদিশে চলিছে অবাধ বনধ্বংস। গোলকীয় জলবায়ু পৰিৱৰ্তনৰ অশনি সংকেত সৃষ্টিৰ সময়তো সংকুচিত হৈ আছে বন আৱৰণী। কিছুমাহ পূর্বে স্বয়ং সেউজ ন্যায়াধিকৰণতে এই উদ্বেগজনক তথ্য ফাদিল হয়। তৎসত্ত্বেও চৰকাৰী পৃষ্ঠপোষকতাতে বনধ্বংস অব্যাহত আছে। দৰাচলতে বন মাফিয়াই দিছপুৰক হাত কৰি বন ধ্বংস অব্যাহত ৰাখিছে।

ADVERTISEMENT

কাৰ্বি আংলঙৰ সুউচ্চ পাহাৰৰ বুকুৰ সেউজ আৱৰণী নিঃশেষ কৰাত নামিছে বন মাফিয়া। কার্বি পাহাৰৰ কাঠ সৰবৰাহৰ পথ (কৰিড’ৰ) ৰূপে ব্যবহৃত হৈ আহিছে কলিয়াবৰৰ ৰাজপথৰ লগতে বিভিন্ন গ্রাম্য পথ। পাহাৰত অহর্নিশে বনধ্বংসযজ্ঞ চলাৰ তথ্য পোহৰলৈ আহিছে। দিনৰ সময়ছোৱাত শান্ত হৈ থকা কলিয়াবৰৰ একাংশ গ্রাম্য পথত নিশাৰ আন্ধাৰত হৈছে চোৰাং কাঠ সৰবৰাহ কৰা বাহনৰ সঘন আহ-যাহ।

কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়ুসৰেখা স্বৰূপ কাৰ্বি পাহাৰৰ অন্তৰ্গত বিভিন্ন পাহাৰলানিত এতিয়া দিনে-নিশাই চলিছে বন মাফিয়াৰ কৰত। এনে বহু অভিযোগৰ মাজতে মঙলবাৰে নিশা কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বনৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ কাঠসহ জব্দ কৰে এখন বাহন। বন বিভাগৰ অভিযানকালত আটক হয় এই দুষ্কাৰ্যৰে জড়িত এজন লোক। কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৰাজপথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে জব্দ কৰিছে এখন কাঠভর্তি বলেৰ’ পিক আপ গাড়ী।

সূত্রই জনোৱা মতে, গাড়ীখনত কার্বি আংলঙৰ পাহাৰৰ পৰা কাঠ চোৰাংকৈ সৰবৰাহ হৈছিল। চোৰাংকৈ কাঠ সৰবৰাহ কৰা বলেৰ বাহনখনৰ নম্বৰ এ-এছ-১২ চি চি-৩৪৮৭। এই গাড়ী আৰু কাঠ জব্দ কৰাৰ লগতে বন বিভাগে আটক কৰিছে বাহনখনৰ চালক উবেদুৰ ৰহমানকো।

উল্লেখ্য যে বন বিভাগৰ ছত্ৰছায়াতে কলিয়াবৰৰ মাজেৰে সৰবৰাহ হৈ আহিছে কাৰ্বিপাহাৰৰ চোৰাং কাঠ। অভিযোগ অনসুৰি, কাৰ্বি আংলং জিলাৰ দলামৰা বেঞ্জ কাৰ্যালয়ৰ কুঠৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত চলি আছে পাহাৰৰ কাঠৰ চোৰাং বেহা। ইয়াৰ আঁৰত আছে খণ্ড বনাঞ্চলিক বিষয়া ইয়াৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাবে অন্তৰ্গত বাগৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ে এনে দুষ্কাৰ্যৰে জড়িত থকাৰ অভিযোগ দীর্ঘদিনৰ। উল্লেখ্য যে আজিৰ সময়ত এফালৰ পৰা ধ্বংস কৰি গৈছে বাঘছেৰ বনাঞ্চলৰ লগতে পাকূপ বেঞ্জ অঞ্চল তথা চিৰাং পাহাৰ, লক্ষী পাহাৰ, ৰঙাগড় পাহাৰকে ধৰি সকলো পাহাৰ বনাঞ্চলৰ মূল্যবান গছ।

কাৰ্বি পাহাৰৰ শাল, চেগুন, তিতাচপাকে ধৰি নানা মূল্যবান গছ কাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ লগতে বন বিভাগৰ চকুৰ সম্মুখেদিয়েই নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্ত পাৰ হৈ কলিয়াবৰৰ মাজেৰে গাড়ীৰে পাৰ কৰাই মুকলিকৈয়ে সৰবৰাহ কৰিছে বিভিন্ন স্থানলৈ। কিন্তু জনচক্ষুৰ সম্মুখতে ঘটি থকা এই বন ধ্বংস দেখিও সকলো যেন ৰহস্যজনকভাবে মৌন হৈ ৰৈছে।

আৰক্ষী, বিয়াগোম বন বিভাগ, প্রকৃতিপ্রেমী সংগঠন সকলো মৌন। জানিব পৰা মতে, কাৰ্বি আংলঙৰ অন্তৰ্গত পাকোপ ৰেঞ্জ অঞ্চলৰ পৰা প্ৰতিদিনে সৰবৰাহ কৰাৰ দৰেই যোৱা নিশাও সৰবৰাহ কৰিছিল এই বুজন পৰিমাণৰ চোৰাং কাঠ। তথ্য মতে, কার্বি আংলং জিলাৰ অন্তৰ্গত এই দুর্গম পাহাৰত বৰ্তমানে বনাঞ্চল ধ্বংসত জড়িত হৈ পৰিছে একাংশ ৰজাঘৰৰ আৰ্শীবাদপুষ্ট বনমাফিয়াৰ দলো। যাৰ পৰিপ্ৰেক্ষিতত বন বিভাগৰ লগতে আৰক্ষীও ৰহস্যজনকভাবে মৌন হৈ থাকি দুষ্কাৰ্যৰ প্ৰতি মৌন সমর্থন আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

কার্বি আংলং পাহাৰৰ পৰা কাঠ লৈ নিশাই কুঠৰী, ন-জান, কাঞ্চনজুৰি, নহৰুবস্তি, আমগুৰি, কহবা আদি স্থানেৰে ৰাষ্ট্ৰীয় পথত উঠি নগাঁও জিলাৰ চামগুৰি, শিঙিমাৰি, কাৱৈমাৰী, কাঠপাৰা, আমবাগান আদি স্থানৰ লগতে বৰঘুলী, চুলং, নলতলি আদি স্থানলৈ সৰবৰাহ হৈ আহিছে এই চোৰাং কাঠ। বন বিভাগ, আৰক্ষীৰ অভিযানৰ মাজতো ৰহস্যজনকভাৱেই সৰবৰাহ হৈ আহিছে এই কাঠৰ গাড়ী। অভিযোগ অনুসৰি, বনবিভাগৰ লগতে আৰক্ষীৰ লগত এই বন মাফিয়াৰ গোপন বুজাবুজিৰ অচিলা লৈয়ে চলি আহিছে বনাঞ্চলৰ এই অবাধ ধ্বংসযজ্ঞ।

অতি সোনকালেই যদি কাৰ্বি পাহাৰৰ সংঘটিত অবাধ বনধ্বংস ৰোধ কৰা নহয় তেন্তে এই পাহাৰমালাৰ জান-জুৰি-নিজৰাক পানীৰ উৎস কৰি জীপাল হৈ ৰোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যে বিপদ নামি আহিব সেয়ে নিশ্চিত। ইয়াৰ লগে লগে টকলা হৈ পৰিব কাৰ্বি পাহাৰৰ ভিতৰ ভাগ।

কাঠৰ চোৰাং কাৰবাৰীৰ পথ নক্সা অনুসৰি, কাৰ্বি পাহাৰৰ বিভিন্ন স্থানৰ পৰা চোৰাং কাঠ লৈ কুঠৰী, আমগুৰি, নজান আদি স্থানৰে পাহাৰৰ দিশৰ পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত উঠে টাটা ম’বাইল, বলেৰ’ পিকআপ, মিনি ট্রাককে ধৰি বহুকেইখন গাড়ী। ইয়াৰ পাছতে কলিয়াৰৰ বাগৰি আৰক্ষী চকীৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে জখলাবন্ধা থানাৰ সম্মুখেদিয়েই ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ জখলাবন্ধাৰ গৰুবন্ধা আৰু হাস্পতাল চাৰিআলিৰ সমীপৰে দুলালমাধৱ, বৰভকতি গাঁও হৈ গ্রাম্য পথত প্ৰৱেশ কৰে এই চোৰাং কাঠ সৰবহী গাড়ীসমূহ। ইয়াৰ পাছতে মাধতাৰি, পূৱথৰীয়াৰ গাঁৱৰ মাজেৰে গৈ ভিঞাৰীচুক, শান্তিপুৰ পথেৰে পুনৰ এই চোৰাং কাঠ সৰবৰাহ গাড়ী নলতলিৰ দিশেৰে গৈ চামগুৰিৰ বিভিন্ন স্থানৰ লগতে চুলুং বৰঘুলিলৈ যায় কিছু সংখ্যক গাড়ী বামুণী, চিকনিৰ দিশৰ পৰাও দলগাঁও হৈ কলিয়াবৰ থানাৰ সম্মুখত ওলাই পুনৰ মিছাৰ দিশলৈ যায়।

সাধাৰণতে পুৱতি নিশা তিনিটাৰ পৰা পাঁচ বজাৰ ভিতৰত কাৰ্বি আংলঙৰ পৰা কাঠ লৈ এইসমূহ পথেৰে পাৰ হয় গাড়ীসমূহ। কিন্তু এই সকলো দেখি শুনিও মৌন হয় বন বিভাগৰ লগতে আৰক্ষী ৰাইজৰ অভিযোগ, ৰাজনৈতিক মহলৰো উঠা-বহা কৰা একাংশ লোক এই কাৰবাৰৰে জড়িত হোৱাৰ লগতে বন বিভাগ আৰক্ষীৰে বন মাফিয়াৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে দৈনিক সৰবৰাহ হৈ আহিছে চোৰাং কাঠ। এনেদৰেই শেষ নিশাৰ খেলত টকলা হৈ পৰিছে কাৰ্বি পাহাৰৰ বুকু।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Forest DestruetionForest Devt.kabi Hillskaziranga Nation Park
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d