Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Israeli attack on Iran:ইৰাণত আক্ৰমণ ইজৰাইলৰ,বিশ্বযুদ্ধৰ আংশকা

বৃহত্তম ইউৰেনিয়াম কেন্দ্রসহ এশ স্থানত মোক্ষম আঘাত ইজৰাইলৰ, ধৰাশায়ী হ'ল সামৰিক বাহিনীৰ তিনি মুৰব্বী-ছয় পৰমাণু বিজ্ঞানীও নিহত,কঁপিল তেহৰান, মার্কিন প্রশাসনৰে ইৰান চৰকাৰৰ পৰমাণু আলোচনাৰ দুদিন পূর্বে দুশ যুদ্ধ বিমানৰে ভয়ংকৰ আক্ৰমণ চলালে ইজৰাইলী বাহিনীয়ে

publisher by publisher
June 14, 2025
in News, International
Reading Time: 4 mins read
0
Israeli attack on Iran:ইৰাণত আক্ৰমণ ইজৰাইলৰ,বিশ্বযুদ্ধৰ আংশকা
1
SHARES
8
VIEWS
ShareShareShareShare

Israeli attack on Iran:

তৃতীয় বিশ্বযুদ্ধৰ আশংকা প্ৰবল কৰি আকস্মিকভাৱে ইৰান-ইজৰাইলৰ যুদ্ধৰ সূচনা হ’ল। পাৰস্য উপসাগৰীয় দেশ ইৰানৰ পৰমাণু কেন্দ্ৰ আৰু সামৰিক ঘাটিক সামৰি বিধ্বংসী বোমাবর্ষণ কৰি ইজৰাইলে এই যুদ্ধৰ সূত্রপাত ঘটালে। ‘আত্মৰক্ষাৰ স্বাৰ্থ’ৰ অজুহাত দি শুক্ৰবাৰে পুৱতি নিশা ইজৰাইলী সামৰিক বাহিনীয়ে ইৰানৰ বৃহত্তম ইউৰেনিয়াম কেন্দ্ৰ আৰু কেতবোৰ সেনা ঘাটিত ধাৰাসাৰ বোমাবর্ষণ কৰে।

ADVERTISEMENT

ইজৰাইলৰ সামৰিক মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল এফি ডেফ্রিনে প্ৰকাশ কৰা অনুসৰি দেশখনৰ সামৰিক বাহিনীয়ে দুশ যুদ্ধ বিমানৰে সমগ্র ইৰানৰ এণ্টা স্থানত আঘাত হানে। ইয়াৰে অন্যতম হ’ল দেশখনৰ মূল ইউৰেনিয়াম কেন্দ্ৰ। ৰাজধানী চহৰ তেহৰানৰ পৰা ২২০ কিলোমিটাৰ নিলগৰ ইছফাহানৰ নটাঞ্জত অৱস্থিত দেশখনৰ মূল ইউৰেনিয়াম কেন্দ্ৰ আৰু সেনা ঘাটিসমূহত ইজৰাইলে বিমানৰে কৰা বোমাবর্ষণৰ ফলত স্বয়ং প্ৰতিৰক্ষা বাহিনীৰ তিনিজন মুৰব্বীসহ বহুসংখ্যক শীর্ষ সেনা বিষয়া তথা ছজন পৰমাণু বিজ্ঞানীও ধৰাশায়ী হয়।

RelatedPosts

ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

israil 2তদুপৰি ধাৰাসাৰ বোমাবর্ষণত বহুসংখ্যক সাধাৰণ লোকো হতাহত হয়। ইজৰাইলী বাহিনীৰ ধাৰাসাৰ বোমাবর্ষণত কঁপি উঠে তেহৰান চহৰ। ইয়াৰ প্ৰত্যুত্তৰ দি ইৰানে প্রত্যাক্ৰমণ আৰম্ভ কৰিছে। ফলত তৃতীয় বিশ্বযুদ্ধ সূচনা হ’ব পাৰে বুলি একাংশই আশংকা কৰিছে। এনে এক ইংগিত দি মার্কিন সামৰিক বিশেষজ্ঞই প্ৰকাশ কৰিছে যে ইৰানৰ প্রত্যাক্রমণ ৰোধৰ বাবে ইজৰাইলে বন্ধু দেশ মার্কিন যুক্তৰাষ্ট্ৰৰ সহায় বিচাৰিব পাৰে। যদিহে মার্কিন প্রশাসনে দেশখনলৈ সহায় আগবঢ়ায় তেন্তে তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজি উঠাৰ আশংকা প্রবল। ‘অপাৰেছন ৰাইজিং লায়ন’ শীর্ষক এক অভিযানৰ অধীনত ইজৰাইলী বাহিনীয়ে পাৰস্য উপসাগৰীয় দেশখনত এই আক্রমণ আৰম্ভ কৰিছে।

উল্লেখ্য যে অহা দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত পাৰমাণবিক আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছে। ইয়াৰ দুদিন পূর্বে আজি ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ সংঘটিত কৰাটোৱে তাৎপর্য বহন কৰিছে। বিশেষজ্ঞসকলৰ মতে, পৰমাণু বোমা তৈয়াৰৰ বাবে সাধাৰণতে ৯০ শতাংশ বিশুদ্ধ ইউৰেনিয়ামৰ প্ৰয়োজন হয়। পৰ্মাণু শক্তিধৰ ৰাষ্ট্ৰত নিজকে পৰিণত কৰাৰ উদ্দেশ্যে ইৰানে আন্তর্জাতিক নিষেধাজ্ঞা উপেক্ষা কৰি ইউৰেনিয়াম সমৃদ্ধিকৰণ অব্যাহত ৰাখিছে। আনহাতে, ইজৰাইলক কঠোৰ শন্তি বিহাৰ হুংকাৰ দিছে ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতোল্লা আলী খামেইনিয়ে।

# তিনি সামৰিক বাহিনীৰ মুৰব্বী ধৰাশায়ী হোৱাটো নিশ্চিত কৰিলে ইৰানে

ইজৰাইলী বাহিনীৰ বিমান আক্ৰমণত ইৰানৰ সামৰিক বাহিনীসমূহৰ মুৰব্বী মহম্মদ হুছেইন বাগেৰি নিহত হোৱাৰ বাতৰি পৰিবেশন কৰিছে দেশখনৰ একাংশ সংবাদ মাধ্যমে। তদুপৰি এই আক্রমণত ইজৰাইলী বাহিনীৰ আক্ৰমণত দেশখনৰ সশস্ত্র বাহিনী ইছলামিক ৰিভল্যুচনাৰী গার্ড ক’পছৰ মুৰব্বী হোছেইন ছালামি আৰু ইছলামিক ৰিভল্যুচনাৰী গার্ড ক’পছৰ আকাশমার্গ বাহিনীৰ মুৰব্বী আলী আকবৰ হাজিজাদেহসহ বহুসংখ্যক শীর্ষ সেনা বিষয়ায়ো প্রাণ হেৰুৱায়। ইজৰাইলী বোমাবর্ষণত দেশখনৰ ছজন পৰমাণু বিজ্ঞানীৰো প্ৰাণনাশ ঘটে। এই নিহত ছয় পৰমাণু বিজ্ঞানীৰ মাজত ইৰানৰ পৰমাণু শক্তি সংস্থাৰ প্ৰাক্তন মুৰব্বী ফেৰেউদুন আব্বাচীও আছে। আজি দুপৰীয়ালৈকে ইজৰাইলী বাহিনীৰ এই আক্ৰমণ অব্যাহত থাকে। আনহাতে, ইৰানৰ প্ৰত্যাক্ৰমণৰ প্ৰাক্‌মুহূৰ্তত দেশখনে জৰুৰী অৱস্থা ঘোষণা কৰে।

# আয়াতোল্লা খামেইনিৰ হুংকাৰ

ইজৰাইলক প্রত্যাক্ৰমণৰ হুংকাৰ দি আয়াতোল্লা খামেইনিয়ে এক বিবৃতিত কয়, ‘ইজৰাইলক কঠোৰ শাস্তি দিয়া হ’ব। বিষম পৰিণতিৰ বাবে ইজৰাইল যেন সাজু থাকে।’ একেদৰে ইৰানৰ সামৰিক বাহিনীৰ এক সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ইজৰাইলক প্ৰত্যাক্ৰমণৰ পৰিকল্পনা কৰিছে তেহৰানে। একেদৰে ইজৰাইলৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি অনুসৰি দেশখনৰ বিভিন্ন স্থানক লক্ষ্য কৰি ইৰানে ড্ৰ’ন আক্ৰমণৰ চেষ্টা কৰিছে। ইৰানৰ প্ৰত্যাক্রমণ সফলভাবে ব্যর্থ কৰা হৈছে বুলি ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰিছে।

# দীর্ঘদিন ধৰি মার্কিন প্রশাসন-ইজৰাইলৰ কোপদৃষ্টিত আছিল ইৰানৰ দুই সেনা মুৰব্বী

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত ইৰানৰ দুই সামৰিক মুৰব্বী ক্ৰমে ৰিভল্যুচনাৰী গাৰ্ডৰ কমাণ্ডাৰ হোছেইন ছালামি আৰু সশস্ত্র বাহিনীসমূহৰ মুৰব্বী মহম্মদ হোছেইন বাগাৰি। দীর্ঘদিন ধৰি মার্কিন প্রশাসন আৰু ইজৰাইলৰ কোপদৃষ্টিত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। কাৰণ দুয়োজন সামৰিক মুৰব্বী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘোৰ সমালোচক আছিল। একেদৰে দুয়োজন গোড়া ধর্মীয় শাসনৰ সমৰ্থকো আছিল। উল্লেখা যে ১৯৮০ৰ ইৰাক-ইৰান যুদ্ধত ছালামি আৰু বাগাৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেনাবাহিনীয়ে নহয়, ইৰানৰ পৰমাণু কর্মসূচীতো শীর্ষ সেনা বিষয়াদ্বয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই ক্ষেত্ৰত হালামিৰ ভূমিকা অধিক আছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ ওপৰত ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই নিষেধাজ্ঞা আৰোপ কৰে। অৱশ্যে এনে নিষেধাজ্ঞাক লৈ তেওঁ মূৰ ঘমোৱা নাছিল। বৰঞ্চ ইহুদী শাসন ব্যৱস্থা ওফৰাবলৈ তেওঁ পৰিকল্পনা কৰিছিল। বহুবাৰ তেওঁ মুকলিকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক সমালোচনা কৰিছিল। উল্লেখ্য যে ১৯৬০ত ইৰানৰ ইছফাহান প্ৰদেশত ছালামিৰ জন্ম হয়। ১৯৮০ৰ ইৰান-ইৰাক যুদ্ধৰ আৰম্ভ হোৱাৰ ঠিক পাছতে তেওঁ সৈন্যবাহিনীত যোগদান কৰে। পাছত তেওঁ কমাণ্ডাৰ পদলৈ পদোন্নতি লাভ কৰে। তেওঁ ইৰানৰ সেনাৰ কাৰবালা আৰু ১৪ সংখ্যক ইমাম হুছেইন বিভাগক নেতৃত্ব দিছিল।

ইৰান-ইৰাক যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৯৫ৰ পৰা ২০০৫লৈ ইৰান সেনাৰ যৌথ বাহিনীৰ কাৰ্যবাহী মুৰব্বীৰূপে দায়িত্ব পালন কৰে। সূত্ৰৰ মতে, ইৰানৰ বেলিস্টিক ক্ষেপণাস্ত্র কর্মসূচীতে ছালামিৰ ভূমিকা অপৰিসীম আছিল। সেয়েহে তেওঁ বিশ্বৰ বিভিন্ন মঞ্চত তেওঁ সমালোচিত হৈ আহিছে। ২০০৬ৰ ডিচেম্বৰত তেওঁৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নিষেধাজ্ঞা আৰোপ কৰে।

পাছত তেওঁৰ বিৰুদ্ধে একে পথ গ্রহণ কৰে ইউৰোপীয় সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। ২০১৯ ত আয়াতোল্লা খামেইনিৰ আশীৰ্বাদত তেওঁ সেনাবাহিনীৰ মুৰব্বীৰূপে পদোন্নতি লাভ কৰে। একে কঠোৰ পন্থী আছিল বাগেৰিও। ১৯৮০৩ তেৱোঁ ইৰানৰ সেনাবাহিনীত যোগদান কৰে। ২০১৬ত তেওঁ দেশখনৰ সশস্ত্র বাহিনীসমূহৰ মুৰব্বীৰূপে নিযুক্তি লাভ কৰে। ইৰানত গঢ়ি উঠা প্রতিবাদ দমনতো এই দুই শীর্ষ সেনা বিষয়াই ভূমিকা পালন কৰে।

# ইৰান আক্ৰমণৰ আঁৰত আমেৰিকাৰ হাত থকাৰ কথা অস্বীকাৰ বৈদেশিক সচিবৰ

ইজৰাইলৰ আকস্মিক ইৰান আক্ৰমণৰ অন্তৰালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাত থকা বুলি ব্যাপক চর্চা হৈছে। অৱশ্যে ইজৰাইলৰ এই ইৰান আক্রমণক একপক্ষীয় আখ্যা দি ইয়াৰ আঁৰত মার্কিন প্রশাসনৰ হাত নাই বুলি দাবী কৰিছে দেশখনৰ বৈদেশিক সচিব মার্ক ৰুবিঅ’ই। এই সম্পর্কত এক বিবৃতিত ৰুবিঅ’ই কয়, ‘ ইজৰাইলে ইৰানৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ ল’লে। এই আক্রমণত আমি জড়িত নহয়। ইজৰাইলে আমাক জানিবলৈ দিছে যে আত্মৰক্ষাৰ স্বার্থত এই বিমান আক্রমণ তেওঁলোকৰ বাবে জৰুৰী আছিল।’

লক্ষ্যণীয়ভাবে মার্কিন বৈদেশিক সচিবজনে ইৰানলৈও এক সতর্কবার্তা প্ৰেৰণ কৰিছে। এই সতর্কবার্তাত কবিতা’ই কয়, ‘ইজৰাইলক প্রত্যাক্রমণ কৰোতে যাতে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থত আঘাত নকৰে।’ বৈদেশিক সচিবৰ এই বিবৃতিৰ পাছতে বিষয়টোৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পেও স্থিতি ব্যক্ত কৰে। মার্কিন প্রশাসনৰ সমর্থক সংবাদ মাধ্যম ‘ফক্স নিউজ’ক তেওঁ কয়, ‘ইৰানৰ হাতত পৰমাণু বোমা যেন নাথাকে। আমি আশাবাদী যে এই সম্পর্কত এক আলোচনা অনুষ্ঠিত হ’ব।’

ৰাষ্ট্ৰপতি ট্রাম্পে এই মন্তব্যৰ জৰিয়তে ইজৰাইলৰ ইৰান আক্ৰমণৰ প্ৰতি সমর্থন থকাটো প্রতিফলিত হৈছে বুলি একাংশই মন্তব্য কৰিছে। নাম প্রকাশত অনিচ্ছুক এজন মার্কিন প্ৰতিৰক্ষা বিশেষজ্ঞই সংবাদ মাধ্যমৰ আগত কয়, ‘মার্কিন সহায় অবিহনে ইৰানৰ পৰমাণু কেন্দ্ৰত আক্ৰমণ কৰাটো ইজৰাইলৰ পক্ষে সম্ভৱ নহয়। ইৰানৰ বহুসংখ্যক পৰমাণু কেন্দ্ৰ ভূগৰ্ভৰ অনেক গভীৰতাত আছে। সেইসমূহত আক্ৰমণৰ বাবে বিশেষ বোমাৰ প্ৰয়োজন। এই ক্ষেত্ৰতে মার্কিন সাহায্যৰ প্ৰয়োজন হৈ উঠে।’ বিশেষজ্ঞজনে লগতে এই বুলিও ইংগিত দিয়ে যে ইৰানৰ প্ৰত্যাক্রমণ ৰোধৰ বাবে ইজৰাইলে মার্কিন প্রশাসনৰ সহায় বিচাৰিব পাৰে।

# দেওবাৰে ইৰান-মার্কিন প্রশাসনৰ পাৰমাণৱিক আলোচনা

মার্কিন প্রশাসনৰ এক সূত্রই কয় যে অহা দেওবাৰে পৰমাণু বিষয়ত ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এক আলোচনাত মিলিত হ’ব। এই আলোচনাত মার্কিন প্রশাসনৰ বিশেষ ৰাষ্ট্রদূত ষ্টীভ উইটকফেৰে অংশ লোৱাৰ কথা। আনহাতে, ইৰানে পৰমাণু বোমা তৈয়াৰ কৰা নাই বুলি দাবী কৰি আহিছে। অৱশ্যে ইৰান চৰকাৰে স্পষ্ট কৰি দিছে যে পৰমাণু প্রযুক্তি ব্যৱহাৰৰ অধিকাৰ দেশখনৰ আছে। এই প্রযুক্তি সাধাৰণ মানুহৰ কল্যাণত ব্যৱহাৰ কৰাৰো যুক্তি দিছে ইৰানে। লক্ষ্যণীয়ভাৱে পৰমাণু অস্ত্ৰ নিৰীকৰণ চুত্তিতো স্বাক্ষৰ কৰি থৈছে ইৰানে। এই চুক্তি অনুসৰি ইৰানে কম পৰিমাণত ইউৰেনিয়াম ব্যৱহাৰ কৰিব পাৰে।

# পুৱতি নিশা তিনি বজাৰ পৰা বোমাবর্ষণ

ইজৰাইলী বাহিনীয়ে পুৱতি নিশা তিনি বজাৰ পৰা তেহৰানকে ধৰি ইৰানৰ বিভিন্ন স্থানত বোমাবর্ষণ আৰম্ভকৰে। ফলত দেশখনৰ চৌদিশ কঁপি উঠে। তাৰ পাছৰে পৰা সমগ্র দেশখনৰ জনতা ভয়-আতংকত জৰ্জৰিত হৈ আছে। এই সম্পৰ্কত তেহৰানৰ ৰয়া নামৰ এগৰাকী ৬২ বছৰীয়া বাসিন্দাই সংবাদ মাধ্যমৰ আগত কয়, ‘ঠিক তেতিয়া তিনি বাজিছিল। হঠাৎ এক প্রচণ্ড জোঁকাৰণিত সাৰ পাওঁ। জানিব পাৰিলো যে পশ্চিম তেহৰানৰ মাৰ্জদাবনত বিস্ফোৰণ সংঘটিত হৈছে।

israil 3বিকট শব্দ শুনি মই ভয়ত কঁপি উঠো। হৃদপিণ্ড বাহিৰলৈ ওলাই আহিবলৈ বিচৰা যেন লাগিল।’ ঘৰৰ বাহিৰলৈ ওলাই আহি তেওঁ দূৰণিত ধোঁৱাই আকাশ ছানি ধৰা দেখিবলৈ পায় বুলি জনায়। তেওঁৰ ঘৰৰ পৰা কিছু নিলগতে ইজৰাইলী বাহিনীয়ে বোমাবর্ষণ কৰে বুলিও মহিলা গৰাকীয়ে জনায়। ইজৰাইলী বাহিনীৰ এই আক্ৰমণত সাধাৰণ লোকো হতাহত হোৱা বুলি সূত্রই জনায়। এই বোমাবর্ষণত আয়াতোল্লা খামেইনিৰ পূৰ্বৰ নিৰাপত্তা মুৰব্বী তথা উপদেষ্ট আলী শামখানিও নিহত হয় বুলি সূত্রই প্রকাশ কৰিছে। তদুপৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী পৰিয়ালৰ সদস্যয়ো প্রাণ হেৰুৱায়।

# আন্তর্জাতিক পৰমাণু শক্তি সংস্থাক কঠোৰ সমালোচনা ইৰানৰ

আন্তর্জাতিক পৰমাণু শক্তি সংস্থা (আইএইএ) আৰু সংস্থাটোৰ বিতর্কিত মুৰব্বী ৰাফেল গ্রছিয়ে ইজৰাইল তথা আমেৰিকা যুক্তৰাষ্ট্ৰক গৰিহণা দিয়াৰ পৰা বিৰত থকাৰ বাবে সৰৱ হৈ উঠিছে ইৰানৰ পৰমাণু সংস্থাৰ মুৰব্বী মহম্মদ ইছলামী। আইএইএৰ মুৰব্বী গ্ৰছি আৰু সংস্থাটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ইছলামীয়ে। একেদৰে আইএইএৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে দেশখনৰ কূটনীতিকসকলো। দেশখনৰ একাংশ কূটনীতিকে কয়, ‘আইএইএ ইজৰাইল আৰু ইয়াৰ পশ্চিমীয়া সহযোগীসকলৰ আহিলাত পৰিণত হৈছে।’ অৱশ্যে আইএইএৰ মুৰব্বী গ্ৰছিয়ে আজি কয় যে পৰমাণু কেন্দ্রত আক্রমণক সদায়ে সংস্থাটোৱে বিৰোধিতা কৰি যাব।

# ২৪ ঘণ্টাৰ ভিতৰত দুবাৰকৈ আক্ৰমণ

২৪ ঘণ্টাৰ ভিতৰতে ইজৰাইলে ইৰানত দুবাৰকৈ বোমাবর্ষণ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্রকাশ কৰা অনুসৰি নিশা ইৰানৰ দুই শতাধিক স্থানত বোমাবর্ষণ কৰা হয়। একেদৰে ইৰানেও ইজৰাইলৰ জেৰুজালেম আৰু তেল আভিভত আক্রমণ চলোৱা বুলি একাংশ সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে। এটা সংবাদ সংস্থাৰ বাতৰি মতে আজি নিশা তেল আভিভৰ আকাশত ক’লা ধোঁৱা দেখা যায়। একেদৰে জেৰুজালেমত এটা বিস্ফোৰণ ঘটে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IranIsraeli attackWar
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d