Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এক্সেৰচাইজ পিল খাওক আৰু শৰীৰচৰ্চা কেন্দ্ৰলৈ যোৱা বাদ দিয়ক : এই দাবী আমাৰ নহয়, এই দাবী আমেৰিকাৰ বিজ্ঞানীৰ

জানিবলৈ পঢ়ক ---

publisher by publisher
October 10, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
এক্সেৰচাইজ পিল খাওক আৰু শৰীৰচৰ্চা কেন্দ্ৰলৈ যোৱা বাদ দিয়ক : এই দাবী আমাৰ নহয়, এই দাবী আমেৰিকাৰ বিজ্ঞানীৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

১৫ মিনিট এই ব্যায়াম কৰিলেই কমিব পেটৰ চৰ্বি 

Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

Body Pain : শীতকালত কিয় বৃদ্ধি পায় শৰীৰত বিষৰ সমস্যা ?

বৰ্তমান সময়ত ওজন বঢ়াতো মানুহৰ এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে । ওজন বঢ়া মানেই না-না ৰোগক আমন্ত্ৰণ জনোৱা । অৱশ্যে নিয়ম মানি শৰীৰচৰ্চা কৰিলে ওজন কমাৰ লগতে ৰোগৰ পৰিমাণো হ্ৰাস পায় । তথাপি আজিকালি সময়ৰ অভাৱত মানুহে দৈনিক শৰীৰচৰ্চা কৰাটোও সম্ভৱ নহয় ।

ADVERTISEMENT

ওজন বৃদ্ধিৰ সন্দৰ্ভত আমেৰিকাত কৰা এক গণনাত দেখা গৈছে যে, ১০ জন মানুহৰ মাজত আটাইকেইজনেই ‘ওৱেচিটি’ ( স্থুলতাজনিত সমস্যা ) ত ভোগি আছে । প্ৰতিবছৰে এই ৰোগৰ চিকিৎসাত মানুহৰ ১৭৩ বিলিয়ন ডলাৰ ( ভাৰতীয় মুদ্ৰা অনুযায়ী , এক হাজাৰ ৪৩৩ কোটি ২২ হাজাৰ ৫০০ টকা ) খৰচ হয় ।

ব্ৰিটেইনৰ এই সমীক্ষাত দেখা গৈছে যে, চাৰিজন প্ৰাপ্তবয়স্ক মাজত এজন হ’লেও এই ৰোগত ভোগি আছে । ব্ৰিটেইনত প্ৰতিবছৰে ৬.৫ বিলিয়ন ইউৰো ( ভাৰতীয় মুদ্ৰা অনুযায়ী , ৫২ হাজাৰ ৪৬৮ কোটি ১৭ লাখ ৬৩ হাজাৰ ১২৫ টকা ) খৰচ হয় । কেৱল আমেৰিকা বা ব্ৰিটেইনতেই নহয়, সমগ্ৰ বিশ্বতে স্থুলতাজনিত ৰোগ দিনক-দিনে বৃদ্ধি পাইছে ।

এইক্ষেত্ৰত ম্যাচাচুষ্টেছ ইন্সিটিউত অৱ টেকন’লজিৰ বিজ্ঞানী ম্যানোলিছ কেলিছে কয় যে , মানৱদেহৰ কোষৰ মাজত উপস্থিত থকা অণু-পৰমাণু স্তৰৰ প্ৰক্ৰিয়া অনবৰতে চলি থাকে আৰু তাৰ সম্পৰ্কে ধাৰণা থকাটো দৰকাৰ । চৰ্বিজাতীয় আহাৰ খোৱাৰ সময়ত আৰু শৰীৰচৰ্চা কৰা সময়ত মানৱদেহত কি কি পৰিৱৰ্তন হয় , তাৰপ্ৰতিও লক্ষ্য কৰা প্ৰয়োজন আছে বুলি উল্লেখ কৰে ম্যানোলিছে ।

চান ডিয়েগোৰ চক ইন্সিটিউট ফৰ বায়’লজিকেল ষ্টাডিজৰ এদল বিজ্ঞানীয়ে ২০০৮ চনত এটা ঔষধৰ ওপৰত পৰীক্ষা- নিৰীক্ষা কৰা আৰম্ভ কৰিছিল । এই ঔষধত কমপাউণ্ড ৫১৬ নামৰ এটা পদাৰ্থ থাকে , যিটো খালে মানুহৰ শৰীৰত অহা পৰিৱৰ্তনটো লক্ষ্য কৰি, শৰীৰচৰ্চা কৰিলেও সেই একেই পৰিৱৰ্তন অহা দেখা পোৱা যায় । তেনেক্ষেত্ৰত শৰীৰচৰ্চাৰ পৰিপূৰক ৰূপে এই টেবলেটকে ‘এক্সেৰচাইজ পিল ‘ বুলি কোৱা হয় ।

গৱেষণাৰ অন্তত বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে , মানুহৰ শৰীৰত মেচেনকাইমা কলাত এক ধৰণৰ ষ্টেম কোষ থাকে , যাৰ মাজত চৰ্বি জমা হৈ থাকে । শৰীৰচৰ্চা কৰিলে এই কোষত এনে পৰিৱৰ্তন হোৱা দেখা যায় যে , এই ষ্টেম কোষত লাহে-লাহে চৰ্বি জমা হোৱাৰ ক্ষমতা কমি আহে ।

প্ৰথম অৱস্থাত বিজ্ঞানীসকলে এই পৰীক্ষা এন্দুৰৰ ওপৰত কৰি পাইছিল যে , তেওঁলোকে কেইবাটাও এন্দুৰক কিছুদিন চৰ্বিজাতীয় খাদ্য খাৱলৈ দিয়া হয় । পিছত এই এন্দুৰ কেইটাক দুটা ভাগত ভাগ কৰি এদল এন্দুৰক ট্ৰেডমিলত দৌৰিবলৈ দি বাকী এন্দুৰ কেইটাক নিজৰ মতে চৰিবলৈ এৰি দিয়া হয় ।

ইয়াৰপিছতে এই দুই দলৰ এন্দুৰৰ মাজত পাৰ্থক্য তুলনা কৰি পায় যে, যিকেইটা এন্দুৰ ট্ৰেডমিলত দৌৰিছিল ,সেই এন্দুৰ কেইটাৰ শৰীৰত ষ্টেম কোষত পৰিৱৰ্তন আহিছিল আৰু আনটো দলৰ এন্দুৰৰ শৰীৰত চৰ্বি জমা হৈছিল ।

বিজ্ঞানীসকলে দাবী কৰে যে, শৰীৰচৰ্চাৰ পৰিপূৰক এই ঔষধ প্ৰয়োগে ষ্টেম কোষত জমা হোৱা চৰ্বিৰ পৰিমাণ কমাই দিয়ে । প্ৰাথমিক স্তৰত কৰা পৰীক্ষা সফল হোৱাৰ পিছত বিজ্ঞানীসকলে মানৱদেহত এই ঔষধৰ প্ৰভাৱ কেনেধৰণৰ হ’ব , সেইয়া জানিবলৈ মানুহৰ ৰক্তকোষৰ ওপৰত পৰীক্ষা কৰি এই সিদ্ধান্তত উপণীত হয় যে, এই ঔষধ যদি মানৱদেহত সফলভাৱে প্ৰয়োগ কৰা হয় , তেন্তে চিকিৎসাবিজ্ঞানত আমূল পৰিৱৰ্তন আহিব । তেনেক্ষেত্ৰত যিসকল লোকে সময়ৰ অভাৱৰ বাবে শৰীৰচৰ্চা কৰিব পৰা নাই , সেইসকলৰ বাবে এই ঔষধ খুবেই উপকাৰী বুলি বিবেচিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ExerciseExercise Pill
publisher

publisher

Related Posts

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d