Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে ইজৰাইলে

publisher by publisher
April 16, 2025
in News, International
Reading Time: 1 min read
0
গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে ইজৰাইলে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

পুতলাৰ শেষকৃত্যৰ আয়োজন কৰিছে গাজাৰ শিশুৱে

গাজাত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী গঠন! পাঁচখন দেশৰ সৈন্য প্ৰেৰণৰ দৃঢ় সংকল্প

ইজৰাইল-পেলেষ্টাইনক দুখন ৰাষ্ট্ৰ বুলি স্বীকৃতি ভাৰতসহ ১৪২ দেশৰ

Israel-Hamas Conflict: ইজৰাইলৰ পৰা আহিছে গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ। স্বাধীনতা সমৰ্থক পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে মঙলবাৰে এই ঘোষণা কৰে।

ADVERTISEMENT

এই প্ৰস্তাৱ অনুসৰি যদি হামাছে ১০ ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়ে তেন্তে বিনিময়ত তেল আভিভে শ শ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। তদুপৰি, গাজাত ৪৫ দিনৰ বাবে বন্ধ কৰা হ’ব পৰৱৰ্তী আক্ৰমণ।

২০২৩ চনৰ সাত অক্টোবৰত হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলৰ সেনাই গাজা আক্ৰমণ কৰে।

তেতিয়াৰ পৰা, দক্ষিণত খান ইউনুছৰ ওপৰত কেবাটাও আক্ৰমণ চলি আহিছে। এইবাৰ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ লক্ষ্য হৈছে গাজা ষ্ট্ৰিপৰ দক্ষিণ প্ৰান্তত ৰাফা।

ইতিমধ্যে পেলেষ্টাইনীসকলক এৰি যোৱাৰ ভাবুকি দিয়া হৈছে। এই পৰিস্থিতিত বহু সামৰিক আৰু কূটনৈতিক পৰ্যবেক্ষকে বিশ্বাস কৰে যে ইজৰাইলৰ চৰ্ত মানি লোৱাৰ বাহিৰে হামাছৰ হাতত কোনো বিকল্প নাই।

মঙলবাৰে হামাছৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষই কয় যে তেওঁলোকে এই প্ৰস্তাৱ বিবেচনা কৰি আছে। তেওঁ দাবী কৰে যে ইজৰাইলৰ চৰ্ত অনুসৰি যুদ্ধবিৰতিৰ প্ৰথম দিনাই আমেৰিকান-ইজৰাইলৰ নাগৰিক ইডান আলেকজেণ্ডাৰক “আমেৰিকাৰ প্ৰতি বিশেষ সন্মানৰ বাবে” মুকলি কৰি দিয়া হ’ব।

ইয়াৰ পাছতে আৰু নটা ইজৰাইলী পণবন্দীক দুটা পৰ্যায়ত মুকলি কৰি দিয়া হ’ব। ইয়াৰ বিনিময়ত ২০২৩ চনৰ সাত অক্টোবৰৰ পৰা আজীৱন কাৰাদণ্ড ভুগি থকা ১২০ জন পেলেষ্টাইনী বন্দী আৰু ১১০০ৰো অধিক পেলেষ্টাইনীক বিনা অভিযোগত আটক কৰি ৰখা হ’ব পাৰে।

প্ৰসংগত,কাটাৰৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ প্ৰচেষ্টাত ইজৰাইল চৰকাৰ আৰু হামাছে ১৫ জানুৱাৰীৰ নিশা যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

কিন্তু মাৰ্চৰ আৰম্ভণিতে ইজৰাইলৰ সেনাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GazaIsrael-Hamas Conflict
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d