Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!

    David Warner does not travel on Air India flights: এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠে ডেভিদ ৱাৰ্ণাৰ

    What flight attendants do during takeoff and landing: বিমান উঠা-নমাৰ সময়ত কি কৰে বিমানকর্মীয়ে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Micro ‘finance loans:হেজাৰ হেজাৰ মহিলালৈ আইনী জাননী

চৰকাৰী নির্দেশনা মানি ৰাজ্যজুৰি বিপদত মহিলা,ঋণৰ কিস্তি বিচাৰি অহা বেংকৰ,কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কৈছিল,একাউন্ট পৰিণত হ'ল এনপিএত

publisher by publisher
June 15, 2025
in Uncategorized
Reading Time: 2 mins read
0
Micro ‘finance loans:হেজাৰ হেজাৰ মহিলালৈ আইনী জাননী
0
SHARES
4
VIEWS
ShareShareShareShare

Micro ‘finance loans:

মাইক্ৰ ‘ফাইনেন্সৰ ঋণ গ্রহণকাৰী ৰাজ্যৰ হেজাৰ হেজাৰ মহিলালৈ আহিছে আইনী জাননী। ৰাজ্যৰ বহু সংখ্যক মহিলালৈ সংশ্লিষ্ট জিলাৰ লোক আদালতৰ পৰা ঋণৰ কিস্তি আদায়ৰ জাননী অহাৰ পাছতে এতিয়া চৌদিশে হাহাকাৰ লাগিছে। বহুকেইগৰাকী ভুক্তভোগী মহিলাই সদৰী কৰা অনুসৰি, তেওঁলোকে ২০১৯ত বন্ধন বেংকৰ গৰা ঋণ গ্রহণ কৰিছিল যদিও ঋণৰ কিস্তি আদায় দিবলৈ সক্ষম হোৱা নাছিল। পাছত ২০২১ৰ বিধানসভা নির্বাচনত শাসকীয় বিজেপিয়ে মহিলাসকলৰ এই ঋণ ৰেহাই দিব বুলি প্রতিশ্রুতি প্রদান কৰিছিল।

ADVERTISEMENT

সেই মর্মে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ পাছত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ঋণ ৰেহাইৰ বিষয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ সেই ঘোষণা অনুসৰি মহিলাসকলে ঋণৰ কিস্তি আদায়ৰ পৰা বিৰত থাকে। কিন্তু ঘোষণা কৰিলেও চৰকাৰে এই খণৰ ধন আদায় নিদিয়াত সম্প্রতি তেওঁলোকলৈ আইনী জনানী আহিছে বুলি ভুক্তভোগী মহিলাসকলে ক্ষোভ প্রকাশ কৰে। উল্লেখ্য যে মাইক্ৰ’ফাইনেন্সন ঋণ গ্রহণকাৰী মহিলাসকলক সকাহ প্রদান কৰাটো বিজেপিৰ অন্যতম প্রধান নির্বাচনী প্রতিশ্রুতি আছিল।

RelatedPosts

Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী

CM Meeting: বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াবৰ্গৰে বৈঠকত মিলিত মুখ্যমন্ত্রী

Apcc President Gaurav Gogoi: ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে: গৌৰৱ

প্রতিখন নির্বাচনী সভাতে মহিলাসকলে লোৱা ঋণ চৰকাৰ গঠন কৰি সুতসহ মাৰি দিয়া হ’ব বুলি তদানীন্তন বিত্তমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল। চৰকাৰ গঠন কৰি মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত অৱশ্যে তেওঁ কয় যে ২০২১ৰ ৩১ মাৰ্চৰ আগত লোৱা সকলো ঋণ চৰকাৰে মাৰি দিব। এই সন্দৰ্ভত কে’বাটাও চৰকাৰী কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। ৰাজ্যৰ মহিলাসকলেও মুখ্যমন্ত্ৰীৰ এই ঘোষণাত কিছু সকাহ লাভ কৰে; কিন্তু হঠাৎ চলিত মাহত বিভিন্ন লোক আদালতৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাই আইনী জাননী লাভ কৰিছে। তিতাবৰৰ এগৰাকী ভুক্তভোগী মহিলাই সদৰী কৰা অনুসৰি, ‘তেওঁ ২০১৯ত বন্ধন বেংকৰ পৰা ৫৫ হেজাৰ টকাৰ ঋণ লৈছিল আৰু কিস্তিও কিছু আদায় দিছিল।

যেতিয়া মুখ্যমন্ত্ৰীয়ে ঋণৰ কিস্তি আদায় দিব নালাগে, সকলো চৰকাৰে মাৰি দিব বুলি ঘোষণা কৰিছিল, তেতিয়াৰ পৰা কিস্তি দিবলৈ বন্ধ কৰি দিছিল। কিন্তু এতিয়া আদালতৰ পৰা আইনী জাননী আহিছে আৰু ১৭ জুনত গোলাঘাট আদালত চৌহদত অনুষ্ঠিত হ’বলগীয়া লোক আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছে।’ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ উপৰি বিজেপিৰ একাংশ নেতাই মাইক্র ‘ফাইনেন্সৰ ঋণৰ কিস্তি বিচাৰি আহিলে মহিলাসকলক সেয়া আদায় নিদিবলৈ আহ্বান জনাইছিল।

আনকি হাৰাশাস্তি কৰিলে কিস্তি বিচাৰি অহা বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দিবলৈও কৈছিল। এইবোৰ কথাক বিশ্বাসত লৈ মহিলাসকলে কিস্তি আদায় নিদিয়াত এতিয়া আইনী জাননী লাভ কৰাই নহয়, তেওঁলোকৰ বেংক একাউণ্ট অনুৎপাদনশীল সম্পদ (এনপিএ) ত পৰিণত হোৱাত তেওঁলোক বিপদত পৰিছে। আনকি ঠায়ে ঠায়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবেও মহিলাসকল সাজু হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaLegal NoticeMicro 'finance loansMicrofinance Debtors
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

দিনটোৰ ৰাশিফল

June 13, 2025
ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d