Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PM kishan Nidhi :প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা পিএম কিষান সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি

উপকৃত হ'ব ৯.২৬ কোটিতকৈও অধিক কৃষক, একবিংশ শতিকাত ভাৰতক তৃতীয় সর্ববৃহৎ অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক ডাঙৰ ভূমিকা আছে": প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে

publisher by publisher
June 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
PM kishan Nidhi :প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা পিএম কিষান সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি
1
SHARES
14
VIEWS
ShareShareShareShare

PM kishan Nidhi

দেশৰ কৃষকসকলক লাভান্বিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰে। ইয়াৰ ফলত ২০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে উপকৃত হৈছে ৯.২৬ কোটিতকৈও অধিক কৃষক। একবিংশ শতিকাত ভাৰতক তৃতীয় সৰ্ববৃহৎ অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক ডাঙৰ ভূমিকা আছে বুলি প্রধানমন্ত্রীয়ে আজি উল্লেখ কৰে।

ADVERTISEMENT

এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি অনুষ্ঠানত অংশগ্রহণ কৰে আৰু ভার্চুৱেলী প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ সৈতে সংযোজিত হয়।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

সোণোৱালে ভাষণ প্রসংগত কয়, “কৃষকসকল হৈছে দেশৰ অৰ্থনীতিৰ অন্যতম চালিকাশক্তি। কৃষকসকলৰ সৰ্বাংগীণ উন্নয়ন আৰু কৃষি খণ্ডৰ শক্তিশালীকৰণে দেশক শক্তিশালী কৰে। নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত প্রধানমন্ত্রী হিচাপে শাসনভাৰ লোৱাৰ পৰাই কৃষি খণ্ডৰ শক্তিশালীকৰণত বিশেষ অগ্ৰাধিকাৰ দি আহিছে। তদুপৰি, কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাত তেখেতে যথেষ্ট অগ্ৰাধিকাৰ দিছে। এতিয়া দেশৰ কৃষক সমাজে পাইছে সম-মর্যাদা, সমৃদ্ধি আৰু সম-বিকাশ।

পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে ইতিমধ্যে কোটি কোটি কৃষক উপকৃত হৈছে। প্রধানমন্ত্রী হিচাপে ঐতিহাসিক তৃতীয় কার্যকালৰ বাবে শপতগ্ৰহণ কৰাৰ পাছতেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্রথমে এই আঁচনিৰ সপ্তদশ কিস্তিৰ ফাইলত চহী কৰি কৃষকসকলৰ প্ৰতি থকা তেখেতৰ সন্মান আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল।

আজি সপ্তদশ কিস্তিৰ জৰিয়তে ৯.২৬ কোটিতকৈও অধিক খেতিয়ক আৰু তেওঁলোকৰ পৰিয়াল উপকৃত হ’ব। ইয়াৰ জৰিয়তে অসমৰো হাজাৰ হাজাৰ খেতিয়ক লাভান্বিত হ’ব। এয়াই এখন নতুন ভাৰতৰ প্ৰতিচ্ছবি, য’ত খেতিয়কসকলে লাভ কৰিছে প্ৰাপ্য অধিকাৰ আৰু সন্মান। মই নিজেও এগৰাকী খেতিয়কৰে সন্তান। সেয়েহে কৃষকসকলৰ দুখ-দুর্দশা ভালদৰেই হৃদয়ংগম কৰিব পাৰোঁ।

প্রধানমন্ত্রীয়ে খেতিয়কৰ এই মর্মবেদনা উপলব্ধি কৰি শাসনভাৰ লোৱাৰ পৰাই কেতবোৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। দেশৰ মেৰুদণ্ডস্বৰূপ কৃষকসকলৰ সর্বাংগীণ মংগল তথা শ্ৰীবৃদ্ধিৰ বাবে নিৰলস প্রচেষ্টা গ্ৰহণ কৰি অহা আমাৰ চৰকাৰে বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ যাত্ৰাত কৃষকসকলৰ সক্রিয় অংশগ্ৰহণ সুনিশ্চিত কৰি আগুৱাই যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 17 th InstallmentGuwahatiPm Kisan YojanaPM ModiUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d