Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Micro ‘finance loans:হেজাৰ হেজাৰ মহিলালৈ আইনী জাননী

চৰকাৰী নির্দেশনা মানি ৰাজ্যজুৰি বিপদত মহিলা,ঋণৰ কিস্তি বিচাৰি অহা বেংকৰ,কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কৈছিল,একাউন্ট পৰিণত হ'ল এনপিএত

publisher by publisher
June 15, 2025
in Uncategorized
Reading Time: 2 mins read
0
Micro ‘finance loans:হেজাৰ হেজাৰ মহিলালৈ আইনী জাননী
1
SHARES
5
VIEWS
ShareShareShareShare

Micro ‘finance loans:

মাইক্ৰ ‘ফাইনেন্সৰ ঋণ গ্রহণকাৰী ৰাজ্যৰ হেজাৰ হেজাৰ মহিলালৈ আহিছে আইনী জাননী। ৰাজ্যৰ বহু সংখ্যক মহিলালৈ সংশ্লিষ্ট জিলাৰ লোক আদালতৰ পৰা ঋণৰ কিস্তি আদায়ৰ জাননী অহাৰ পাছতে এতিয়া চৌদিশে হাহাকাৰ লাগিছে। বহুকেইগৰাকী ভুক্তভোগী মহিলাই সদৰী কৰা অনুসৰি, তেওঁলোকে ২০১৯ত বন্ধন বেংকৰ গৰা ঋণ গ্রহণ কৰিছিল যদিও ঋণৰ কিস্তি আদায় দিবলৈ সক্ষম হোৱা নাছিল। পাছত ২০২১ৰ বিধানসভা নির্বাচনত শাসকীয় বিজেপিয়ে মহিলাসকলৰ এই ঋণ ৰেহাই দিব বুলি প্রতিশ্রুতি প্রদান কৰিছিল।

ADVERTISEMENT

সেই মর্মে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ পাছত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ঋণ ৰেহাইৰ বিষয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ সেই ঘোষণা অনুসৰি মহিলাসকলে ঋণৰ কিস্তি আদায়ৰ পৰা বিৰত থাকে। কিন্তু ঘোষণা কৰিলেও চৰকাৰে এই খণৰ ধন আদায় নিদিয়াত সম্প্রতি তেওঁলোকলৈ আইনী জনানী আহিছে বুলি ভুক্তভোগী মহিলাসকলে ক্ষোভ প্রকাশ কৰে। উল্লেখ্য যে মাইক্ৰ’ফাইনেন্সন ঋণ গ্রহণকাৰী মহিলাসকলক সকাহ প্রদান কৰাটো বিজেপিৰ অন্যতম প্রধান নির্বাচনী প্রতিশ্রুতি আছিল।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

প্রতিখন নির্বাচনী সভাতে মহিলাসকলে লোৱা ঋণ চৰকাৰ গঠন কৰি সুতসহ মাৰি দিয়া হ’ব বুলি তদানীন্তন বিত্তমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল। চৰকাৰ গঠন কৰি মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত অৱশ্যে তেওঁ কয় যে ২০২১ৰ ৩১ মাৰ্চৰ আগত লোৱা সকলো ঋণ চৰকাৰে মাৰি দিব। এই সন্দৰ্ভত কে’বাটাও চৰকাৰী কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। ৰাজ্যৰ মহিলাসকলেও মুখ্যমন্ত্ৰীৰ এই ঘোষণাত কিছু সকাহ লাভ কৰে; কিন্তু হঠাৎ চলিত মাহত বিভিন্ন লোক আদালতৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাই আইনী জাননী লাভ কৰিছে। তিতাবৰৰ এগৰাকী ভুক্তভোগী মহিলাই সদৰী কৰা অনুসৰি, ‘তেওঁ ২০১৯ত বন্ধন বেংকৰ পৰা ৫৫ হেজাৰ টকাৰ ঋণ লৈছিল আৰু কিস্তিও কিছু আদায় দিছিল।

যেতিয়া মুখ্যমন্ত্ৰীয়ে ঋণৰ কিস্তি আদায় দিব নালাগে, সকলো চৰকাৰে মাৰি দিব বুলি ঘোষণা কৰিছিল, তেতিয়াৰ পৰা কিস্তি দিবলৈ বন্ধ কৰি দিছিল। কিন্তু এতিয়া আদালতৰ পৰা আইনী জাননী আহিছে আৰু ১৭ জুনত গোলাঘাট আদালত চৌহদত অনুষ্ঠিত হ’বলগীয়া লোক আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছে।’ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ উপৰি বিজেপিৰ একাংশ নেতাই মাইক্র ‘ফাইনেন্সৰ ঋণৰ কিস্তি বিচাৰি আহিলে মহিলাসকলক সেয়া আদায় নিদিবলৈ আহ্বান জনাইছিল।

আনকি হাৰাশাস্তি কৰিলে কিস্তি বিচাৰি অহা বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দিবলৈও কৈছিল। এইবোৰ কথাক বিশ্বাসত লৈ মহিলাসকলে কিস্তি আদায় নিদিয়াত এতিয়া আইনী জাননী লাভ কৰাই নহয়, তেওঁলোকৰ বেংক একাউণ্ট অনুৎপাদনশীল সম্পদ (এনপিএ) ত পৰিণত হোৱাত তেওঁলোক বিপদত পৰিছে। আনকি ঠায়ে ঠায়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবেও মহিলাসকল সাজু হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaLegal NoticeMicro 'finance loansMicrofinance Debtors
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d