Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

শান্তিপূর্ণভাৱে আৰম্ভ হোৱা উচ্ছেদ হঠাতে হৈ পৰিল উত্তপ্ত 

তীব্র উত্তেজনা-সংঘৰ্ষৰ মাজেৰে উচ্ছেদ

publisher by publisher
July 9, 2025
in News, Assam
Reading Time: 1 min read
0
শান্তিপূর্ণভাৱে আৰম্ভ হোৱা উচ্ছেদ হঠাতে হৈ পৰিল উত্তপ্ত 
2
SHARES
17
VIEWS
ShareShareShareShare

Eviction: ধুবুৰীৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখনকৈ গাঁৱত মঙলবাৰে পুৱাৰে পৰা জিলা প্রশাসনে বৃহৎ উচ্ছেদ অভিযান চলায়। পুৱাৰ ভাগত এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে আৰম্ভ হয় যদিও সময় বাগৰি যোৱাৰ লগে লগে উচ্ছেদস্থলী উত্তপ্ত হৈ পৰে।

ADVERTISEMENT

দুপৰীয়া একাংশ উচ্ছেদিত লোকে হাতে হাতে যাঠি-জোং লৈ উচ্ছেদ অভিযানত ব্যৱহৃত দুখন এক্সকেভেটৰত আক্ৰমণ চলায় আৰু এই আক্ৰমণত এক্সকেভেটৰ দুখনৰ বিস্তৰ ক্ষতিসাধন হয়।

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

উচ্ছেদস্থলীত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে জনতা অধিক উত্তেজিত হৈ পৰে। ফলত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এই সংঘর্ষত বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। শেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিবলগীয়া হয়।

উল্লেখ্য যে তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে আদানী গ্রুপক ভূমি প্ৰদানৰ উদ্দেশ্যে অঞ্চলটোৰ প্ৰায় তিনি হেজাৰ চাৰিশ বিঘা মাটি অধিগ্রহণ কৰিছে চৰকাৰে। ইয়াৰে গৰিষ্ঠ সংখ্যক চৰকাৰী মাটি যদিও কে’বা শতাধিক পৰিয়ালৰ ম্যাদী মাটিও ইয়াত অর্ন্তভুক্ত হৈ আছে। ফলত স্থানীয় লোকসকলে চৰকাৰক মাটি লওক; কিন্তু তেওঁলোকক সেই ৰাজহ চক্ৰৰ অধীনতে পুনৰ সংস্থাপন আৰু উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছিল যদিও চৰকাৰে এই দাবী মানি লোৱা নাই।

অৱশ্যে জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী পাই চৰকাৰী ভূমিত বাস কৰা গৰিষ্ঠ সংখ্যক পৰিয়ালে মাটি খালী কৰি দিছিল যদিও কিছু সংখ্যক পৰিয়ালে মাটি খালী কৰি দিয়া নাছিল। লগতে ম্যাদী পট্টাধাৰী প্ৰায় তিনি শতাধিক পৰিয়ালক মাটি খালী কৰি দিবলৈ কিছু সময় প্রদান কৰা হৈছে।

সমান্তৰালভাৱে ভূমিহীন পৰিয়ালসকলক একঠাকৈ মাটি আৰু ৫০ হেজাৰ টকাকৈ ক্ষতিপূৰণ প্ৰশাসনৰ তৰফৰ পৰা আদায় দিয়া হৈছে। ফলত আজি প্রশাসনে মাটি খালী কৰি নিদিয়া পৰিয়ালসমূহৰ ঘৰ-বাৰীৰ লগতে মছজিদ, কবৰস্থান, ঈদগাহ আদিত উচ্ছেদ অভিযান চলায়।

উল্লেখ্য যে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱা বাখাৰ জংঘল ব্লক, সন্তেষপুৰ আৰু চিৰাকুটা প্ৰথম আৰু দ্বিতীয় খণ্ডত চলা ৩,৪০০ বিঘা মাটিৰ এই উচ্ছেদস্থলীত ১,০৬৯টা পৰিয়ালে বাস কৰিছিল বুলি প্রশাসনে তথ্য সদৰী কৰিছে। লগতে উচ্ছেদৰ জাননী লাভ কৰি ইয়াৰে ৯০ শতাংশই মাটি খালী কৰি দিছিল বুলি প্রশাসনে সদৰী কৰে। কালিৰ উচ্ছেদ অভিযানত এহেজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ উপৰি শতাধিক এক্সকেভেটৰ ব্যৱহাৰ কৰা হৈছিল বুলি তেওঁলোকে সদৰী কৰিছে।

বসুন্ধৰাৰ জৰিয়তে মাটি পট্টা দিয়াৰ নামত অঞ্চলটোৰ বহু পৰিয়ালৰ পৰা ৪০-৫০ হেজাৰকৈ ধন লৈছিল মণ্ডলে

ইফালে, প্রশাসনে চলোৱা উচ্ছেদিত ভূমিত বাস কৰি থকা গৰিষ্ঠ সংখ্যক পৰিয়ালৰ পৰা মণ্ডলে ৪০-৫০ হেজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। উচ্ছেদ চলি থকাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত ভুক্তভোগী পৰিয়ালসমূহে সদৰী কৰে যে উক্ত অঞ্চলত তেওঁলোকৰ পৰিয়ালে ১৯৫৮ৰ পৰা বাস কৰি আছিল আৰু ২০০৫ত চৰকাৰে মাটি আবণ্টন দিছিল।

এই মাটিসমূহ ম্যাদী কৰাৰ বাবে তেওঁলোকে বসুন্ধৰাত আবেদন কৰিছিল আৰু কিছু সংখ্যকে মাটিৰ অধিকাৰো লাভ কৰিছিল। আনকি এই মাটিসমূহ ম্যাদীকৰণৰ বাবে স্থানীয় লাট মণ্ডলে বহু সংখ্যক পৰিয়ালৰ পৰা ৪০-৫০ হেজাৰ টকাকৈ ধন সংগ্ৰহ কৰিছিল বুলি একাংশ ভুক্তভাগী লোকে অভিযোগ তোলে।

সমান্তৰালভাৱে ভুক্তভোগী একাংশ পৰিয়ালৰ লোকে কয়, ‘চৰকাৰে ভূমি লওক, আমাৰ ক’বলগীয়া নাই; কিন্তু আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পট্টা থকাসকলক জিলা আয়ুক্তই মাটি নি সংস্থাপনৰ কথা কৈছে আৰু আমি একেটা স্থানতে সকলোকে পুনৰ সংস্থাপনৰ দাবী কৰি আহিছো। ইতিমধ্যে এই উচ্ছেদৰ বাবে যোৱা দুই-তিনি দিনত তিনিজনৰ মৃত্যু হৈছে।

আমি চৰকাৰক বাৰম্বাৰ কাকুতি-মিনতি কৰি আহিছো যে সকলোকে সংস্থাপনৰ ব্যৱস্থা কৰক। আমি খিলঞ্জীয়া মানুহ, ইয়াত গৰিয়া-মৰিয়া আদি লোক আছে। কেৱল আমি মুছলমান হোৱাৰ কাৰণেই এইদৰে উচ্ছেদ চলাইছে নেকি?’

কিদৰে উচ্ছেদস্থলী হৈ পৰে উত্তপ্ত!

ইফালে, কালি পুৱা ছয় বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হয় আৰু পৰিয়ালসমূহৰ চকুৰ সন্মুখতে সপোনৰ ঘৰসমূহ এফালৰ পৰা এক্সকেভেটৰে ভাঙি চুৰমাৰ কৰি যায়। শান্তিপূর্ণভাৱে চলা এই উচ্ছেদস্থলীত চৌদিশে কেৱল ভুক্তভোগীৰ চকুত পানী। এনে আবেগিক অবর্ণনীয় পৰিৱেশৰ মাজতে হঠাৎ উচ্ছেদস্থলী হৈ পৰে উত্তপ্ত।

উল্লেখ্য যে পট্টাধাৰী এটা পৰিয়ালৰ ঘৰ ভঙাৰ উদ্দেশ্যে চৰকাৰী এক্সকেভেটৰ আগুৱাই যোৱাৰ সময়তে ঘটনা প্রত্যক্ষ কৰি পৰিয়ালটোৰ এগৰাকী মহিলা হঠাৎ ঢলি পৰি মূর্ছা যায় আৰু এই ঘটনাক লৈ একাংশ লোক উত্তেজিত হৈ পৰে। উত্তেজিত লোকসকলে হাতে হাতে যাঠি, ইটা আদি লৈ দুখন এক্সকেভেটৰৰ ওপৰত আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰে।

লগে লগে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও উত্তেজিত লোকসকলে আৰক্ষীলৈ উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰে। এই আক্রমণত কে’বাজনো আৰক্ষী আৰু প্ৰশাসনৰ লোক আহত হয় আৰু লগে লগে আৰক্ষীয়ে লাঠিচালনা কৰে। সমান্তৰালভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে কালি উচ্ছেদস্থলীত বিধায়ক অখিল গগৈ উপস্থিত হৈছিল আৰু বিধায়কজন উপস্থিত হোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উঠিছে।

উচ্ছেদস্থলীত বিধায়ক অখিল! আৰক্ষীয়ে আটক কৰি এৰি দিলে গোৱালপাৰাত

আনহাতে, কালি উচ্ছেদ চলি থকাৰ মাজতে দুচকীয়া বাহনৰে গৈ ভুক্তভোগী পৰিয়ালৰ মাজত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। বিধায়কজনে উচ্ছেদৰ বিৰোধিতা কৰি পৰিয়ালসমূহৰ লগত উচ্ছেদ বন্ধ কৰিবলৈ প্ৰতিবাদ কৰাৰ সময়তে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ গগৈক আটক কৰি লৈ যায় আৰু শেষত গোৱালপাৰাত মুকলি কৰি দিয়ে।

উচ্ছেদস্থলীত সাংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয়, ‘এই উচ্ছেদ অসাংবিধানিক। এইসকল লোকে ইয়াত ৬০ বছৰ ধৰি বাস কৰি আহিছে। তেওঁলোকে কৈছে চৰকাৰক মাটি লাগে, মাটি দিব; কিন্তু এনেকৈ অত্যাচাৰ কৰিব নালাগে। এই গোটেই বিষয়টোৰ বিচাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। উচ্চ ন্যায়ালয়ে এতিয়া উচ্ছেদ কৰিব নালাগে বুলি কৈ তিনিটাকৈ স্থগিতাদেশ দিছে। তাৰ পাছতো বেআইনীভাবে এই উচ্ছেদ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলাইছে। এয়া কেৱল সংখ্যালঘুৰ ওপৰত দাদাগিৰি আৰু শত্রুতা, তাৰ বাহিৰে আন একো নহয়।’

ৰাইজক কাষত ৰাখি বিধায়ক গগৈয়ে পুনৰ কয়, ‘মই কথাখিনি পাতি দিম। ইতিমধ্যে জিলা আযুক্তক কৈছো আৰু পুরা মুখ্যমন্ত্ৰীৰ লগতো কথা পাতি কৈছো যে এই পৰিয়ালসমূহক সংস্থাপন দিবলৈ পাঁচশ বিঘা মাটি দিব লাগে। মুখ্যমন্ত্রীক অনুৰোধ জনোৱাত জিলা আয়ুক্তৰ লগত আলোচনা কৰিবলৈ ক’লে আৰু আজি জিলা আয়ুক্তক কৈছো। জিলা আযুক্তই এখন পত্র দিবলৈ কৈছে আৰু তেওঁ পাঁচশ বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা হাতত ল’ব বুলি কৈছে। মই মাটিখিনি উলিয়াই দিবলৈ চেষ্টা কৰিম। আপোনালোক উত্তেজিত নহ’ব।’

পট্টা থকা পৰিয়ালক উচ্ছেদ কৰা হোৱা নাই

ইফালে, উচ্ছেদস্থলীত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ উপস্থিত হৈ পট্টা থকা পৰিয়ালক উচ্ছেদ কৰা হোৱা নাই বুলি স্পষ্ট কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আজি চৰকাৰী খাচ মাটি বেদখল কৰি থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হৈছে। পট্টা থকা মাটিত বাস কৰা পৰিয়ালক উচ্ছেদ কৰা হোৱা নাই। পট্টাধাৰী পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু অন্য স্থানত মাটি প্রদান কৰা হ’ব। ইয়াৰ পাছতে পট্টা থকা মাটিসমূহত উচ্ছেদ চলোৱা হ’ব। উল্লেখ্য যে উচ্ছেদিত যিসকল ভূমিহীন পৰিয়াল, তেওঁলোকক স্থাপনৰ বাবে আটানিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বয়জেৰ আলগা গাঁৱত তিনিশ বিঘা মাটি আবণ্টন দিছে জিলা প্রশাসনে। লগতে প্রতিটো ভূমিহীন পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা এককালীনভাবে ৫০ হেজাৰ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হৈছে।

১২টা মছজিদ-চাৰিখন মাদ্ৰাছা-ছখন কবৰস্থান উচ্ছেদ: ১,০৬৯টা পৰিয়ালক উচ্ছেদ

কালিৰ অভিযানত বৃহত্তৰ অঞ্চলটোত থকা পৰিয়ালসমূহৰ ঘৰসমূহৰ উপৰি ১২টা মছজিদ উচ্ছেদ কৰে প্ৰশাসনে। একেদৰে এই উচ্ছেদৰ জৰিয়তে চাৰিখন মাদ্রাছা, ছখন কবৰস্থান ধ্বংস কৰা হয়। উল্লেখ্য যে তিনি হেজাৰ পাঁচ বিঘা ভূমিত চলোৱা এই উচ্ছেদ অভিযানত মুঠ ১,০৫৯টা পৰিয়ালক উচ্ছেদ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eviction
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d