Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Jal Jeevan  Scamজল জীৱনত দুর্নীতি নিশ্চিত কৰিলে কেন্দ্রই

নিয়ম উলংঘাৰে তৃতীয় পক্ষৰ পুনৰীক্ষণ অবিহনেই মোকলাই দিয়া হৈছে আঁচনিৰ হেজাৰ হেজাৰ কোটি, দোষী বিষয়া-সংস্থাৰ বিৰুদ্ধে আইনী ব্যৱস্থা নিশ্চিত কৰিবলৈ জলশক্তি মন্ত্রণালয়ৰ জৰুৰী পত্ৰ

publisher by publisher
July 12, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Jal Jeevan  Scamজল জীৱনত দুর্নীতি নিশ্চিত কৰিলে কেন্দ্রই
1
SHARES
12
VIEWS
ShareShareShareShare

 Jal Jeevan  Scam:

অসমত জল জীৱন মিছনত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা বুলি নিশ্চিত কৰিলে স্বয়ং কেন্দ্ৰীয় চৰকাৰেই। কেন্দ্ৰৰ অন্যতম বহুচর্চিত ধ্বজাবাহী আঁচনি জল জীৱন মিছন অসমত চূড়ান্তভাৱে ব্যর্থ হোৱা বুলি পূৰ্বৰে পৰা চৰ্চা চলি আহিছে। অসম চৰকাৰে সফলতা দাবীৰ আস্ফালন যিমানেই নকৰক কিয়, তাৰ স্বৰূপ কেন্দ্ৰীয় চৰকাৰে নিজেই উদঙাই দিলে।

ADVERTISEMENT

কমিছনৰাজ, অবাধ দুর্নীতিৰ ভৰত অসমত কোঙা হৈ পৰিছে এই আঁচনিখন। যোৱা আঠ জুলাইত জলশক্তি মন্ত্রণালয়ৰ অবৰ সচিব মনোজ কুমাৰ ঝাই গ্রাম্য পানী যোগান তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে। জল জীৱন মিছনক লৈ প্ৰেৰণ কৰা এই পত্ৰখনত অসমত আঁচনিখনৰ ধন সোঁৱে-বাঁৱে লুণ্ঠন কৰাটো স্পষ্ট হৈছে। এই পত্ৰখনত উল্লেখ কৰা হৈছে যে আঁচনিখনৰ বিনিময়ত ঠিকাদাৰক ধন পৰিশোধৰ নির্দিষ্ট নীতি-নির্দেশনা আছে।

RelatedPosts

CEO:ৰাজ্য মুখ্য নিৰ্বাচনী বিষয়ালৈ কঠোৰ নিৰ্দেশনা দেশৰ নির্বাচন আয়োগৰ

Jaljeevan Abhiyan:জল জীৱনত আৰু ধন নিদিয়ে কেন্দ্ৰই

এটা প্রকল্প সম্পূৰ্ণ হোৱাৰ পাছত তৃতীয় পক্ষই ইয়াৰ মান পৰীক্ষা কৰিব লাগে। তৃতীয় পক্ষই কামৰ মানক লৈ সন্তুষ্ট হ’লেহে ঠিকাদাৰক প্ৰাপ্য পুঁজি আদায় দিব লাগে। অসমত এই নিয়ম উলংঘাৰে পুঁজিৰ ব্যাপক লুণ্ঠন চলা বুলি দীর্ঘদিন ধৰি সংবাদ মাধ্যমত প্রকাশিত হৈ আহিছে। পত্রখনে এই কথাকে পুনৰ স্পষ্ট কৰিলে। পত্ৰখনৰ জৰিয়তে গ্রাম্য পানী যোগান অথবা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব অথবা সচিবক উদ্দেশ্য কৰি লিখা হৈছে যে অসমত তৃতীয় পক্ষৰ পুনৰীক্ষণৰ পাছত ধন মোকলাই দিয়া হৈছে নে নাই, সেয়া নিশ্চিত কৰিব লাগে। ইয়াৰ লগতে তৃতীয় পক্ষৰ পুনৰীক্ষণ অবিহনে প্রকল্প ব্যয়ৰ ধন মোকলাই দিয়া হৈছে বুলি যিবোৰ অভিযোগ উত্থাপিত হৈ আহিছে, সেইবোৰ পৰীক্ষা কৰিব লাগে। পত্ৰখনত এই বুলিও স্পষ্ট কৰি দিয়া হৈছে যে এই ধৰণৰ কেলেংকাৰিত বিষয়া অথবা কাৰ্যকৰী কৰা সংস্থা যিয়েই জড়িত নহওক কিয়, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাটোও নিশ্চিত কৰিব লাগে।

প্রণিধানযোগ্য যে এই পত্ৰখন অসমৰ উপৰি আন চাৰিখন ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব আৰু সচিবলৈ প্ৰেৰণ কৰা হৈছে। এই চাৰিখন ৰাজ্য হ’ল- অন্ধ্রপ্রদেশ, কর্ণাটক, নগালেণ্ড আৰু পশ্চিমবংগ। অর্থাৎ অসমৰ দৰে এই চাৰিখন ৰাজ্যতো একে ধৰণৰ দুর্নীতি সংঘটিত হোৱাটো কেন্দ্রীয় চৰকাৰ তথা জলশক্তি মন্ত্রণালয় নিশ্চিত হৈছে।

উল্লেখ্য যে জল জীৱন আঁচনিৰ নামত অসমত দুর্নীতিৰ মুকলি বজাৰ চলি আহিছে। অভিযোগ অনুসৰি, মন্ত্ৰীৰ পৰা প্রভাৱশালী ৰাজনৈতিক নেতা, বিষয়ালৈকে সকলোতে কমিছনৰাজৰ দৌৰাত্ম্য চলি আহিছে। কমিছনৰাজৰ বাবেই অধিকাংশ আঁচনি ব্যয় নির্ধাৰিত পুঁজিতকৈ যথেষ্ট কম খৰচত ঠিকাদাৰসকলে নিৰ্মাণ কৰিবলৈ বাধ্য হয়। কমিছন অবিহনে কথাই পাতিব নোখোজে আঁচনি আবণ্টনৰ দায়িত্বত থকা আৰু অনধিকাৰভাৱে হস্তক্ষেপ কৰা সকলে। তাৰ পৰিণতিতে আজি অসমে জল জীৱন আঁচনিৰ নামত চলা লুণ্ঠন তথা কেলেংকাৰিৰ বোজা বহন কৰিবলগীয়া হৈছে।

এনে অৱস্থাতে যোৱা ১৬ জুনত জলশক্তি মন্ত্রণালয়ৰ অবৰ সচিব অবিনাশ কুমাৰ সিন্‌হাই প্ৰেৰণ কৰা পত্ৰখন ৰাজ্যৰ বাবে মাধমাৰ হৈ পৰিছে। অৱশ্যে এই মাধমাৰ প্ৰাপ্য আছিল বুলিয়ে জলজল-পটপট হৈ পৰিছে। উল্লেখ্য যে উক্ত পত্রখনত মন্ত্রণালয়ে স্পষ্ট কৰি দিছে যে নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ নোহোৱা কামবোৰৰ পৰৱৰ্তী ব্যয় ৰাজ্যই নিজে বহন কৰিব লাগিব। পানী হ’ল এখন ৰাজ্যৰ নিজা বিষয়। তথাপি দেশৰ স্বাৰ্থৰ পৰিপ্ৰেক্ষিতত গ্রামাঞ্চলৰ সকলো লোকক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ২০১৯-২০ত কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন গ্রহণ কৰিছিল।

২০২৩-২৪ত আঁচনিখন সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল। তথাপি বিভিন্ন জৰুৰী কাৰণত যিবোৰ ৰাজ্যই আঁচনিখন এশ শতাংশ ৰূপায়ণত ব্যর্থ হয়; সেইবোৰৰ আবেদন মর্মে ২০২৪-২৫ শেষ সময়সীমা ধাৰ্য কৰা হয়। ইয়াৰ ফলত কেন্দ্ৰই অতিৰিক্ত ধন ব্যয় কৰে। জলশক্তি মন্ত্রণালয়ৰ তথ্য অনুসৰি, আঁচনিখনৰ বাবদ ইতিমধ্যে ২.০৮ লাখ কোটি টকা ব্যয় কৰা হৈছে। এয়া অতিৰিক্ত ব্যয়। তাৰ ওপৰঞ্চি বাজেট বহির্ভূতভাবে ব্যয় হয় ২২,৬৯৪ কোটি টকা। সেয়াও যোৱা ৩১ মাৰ্চৰ ভিতৰত সম্পূর্ণৰূপে ব্যয় কৰা হয়। পত্ৰখনত আৰু কোৱা হয় যে আঁচনিখনৰ বাবদ অতিৰিক্তসহ সম্পূর্ণ পুঁজি ইতিমধ্যে ব্যয় কৰা হৈছে। গতিকে ইয়াৰ পাছত যি অতিৰিক্ত ব্যয় হ’ব, সেয়া ৰাজ্য চৰকাৰসমূহে বহন কৰিব লাগিব।

পুনৰ পুঁজি আবণ্টন নিদিয়াক লৈ জলশক্তি মন্ত্রণালয়ে যি কঠোৰ স্থিতি গ্রহণ কৰিছে, সেয়া আঁচনিখন ৰূপায়ণত ব্যর্থ হোৱা ৰাজ্যবোৰৰ প্ৰাপ্য বুলিয়ে আলোচিত হৈছে। ১৬ জুনৰ পত্ৰখনতে ইয়াৰ উল্লেখ আছে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে ২০২১ৰ ২১ অক্টোবৰ, ২০২২ৰ ২৯ এপ্রিল, ২০২৪ৰ ২৬ ফেব্ৰুৱাৰী আৰু ২০২৫ৰ সাত মাৰ্চত চাৰিখন বিশেষ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

সেই পত্রকেইখনত স্পষ্ট কৰি দিয়া হৈছিল যে জল জীৱন মিছন ৰূপায়ণৰ বাবে কেন্দ্ৰৰ আৰ্থিক সহযোগিতা কেবলমাত্র আঁচনিখন ৰূপায়ণৰ সময়ছোৱালৈকেহে প্রযোজ্য হ’ব। তদুপৰি অসংখ্য পুনৰীক্ষণ বৈঠকতো এই কথা ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰক বাৰম্বাৰ সোঁৱৰাই দিয়া হৈছিল। কিয়নো অসমসহ একাংশ ৰাজ্যত আঁচনিখন শামুকীয়া গতিৰে ৰূপায়ণ কৰি থকাটো ধৰা পৰিছিল। তেনে ৰাজ্যবোৰক সতৰ্ক কৰি দিবলৈকে কেন্দ্ৰীয় চৰকাৰে উক্ত পত্ৰকেইখনৰ লগতে পুনৰীক্ষণ বৈঠকবোৰতো বিষয়টো উত্থাপন কৰিছিল। এই পত্ৰকেইখনৰ লগতে পুনৰীক্ষণ বৈঠকত এই কথাও স্পষ্ট কৰা হৈছিল যে নিৰ্ধাৰিত সময়ত আঁচনি সম্পূর্ণ নহ’লে অতিৰিক্ত ব্যয় ৰাজ্যবোৰে নিজাকৈ বহন কৰিব লাগিব; কিন্তু এই সতর্কতাক অসমসহ নির্দিষ্ট কেইখনমান ৰাজ্যই একপ্ৰকাৰ গুৰুত্বই নিদিলে।

কামৰ লেহেমীয়া গতিৰ সমান্তৰালকৈ কেন্দ্রই দিয়া পুঁজিক কিদৰে লুটি-পুতি খাব পাৰি, তাৰেহে দৌৰত অৱতীৰ্ণ হয়। তাৰেই পৰিণাম স্বৰূপে কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ বাকী থকা কামৰ ব্যয় সংশ্লিষ্ট ৰাজ্যবোৰে বহন কৰিব লাগিব বুলি স্পষ্ট কৰি দিবলৈ বাধ্য হ’ল। তাৰ ওপৰঞ্চি অসমসহ পাঁচখন ৰাজ্যত কেলেংকাৰি সংঘটিত হোৱাটোকো জলশক্তি মন্ত্রণালয়ে নিশ্চিত কৰিছে।

অসমৰ বাবে কেন্দ্ৰৰ এই সিদ্ধান্ত আৰু অধিক মাধমাৰ হৈছে। কিয়নো বিশেষ ৰাজ্য হিচাপে অসমে এই আঁচনিখনৰ বাবে কেন্দ্ৰৰ পৰা ৯০:১০ হিচাপত ইমান দিনে পুঁজি লাভ কৰি আহিছিল। অর্থাৎ অসমৰ বাবে ধাৰ্য পুঁজিৰ মাত্র ১০ শতাংশহে ৰাজ্য চৰকাৰে ইমান দিনে বহন কৰি আহিছিল। স্বাভাৱিকতে অসমৰ দৰে পিছপৰা এখন ৰাজ্যৰ বাবে এয়া আছিল ডাঙৰ সকাহ।

এতিয়া সমুদায় ব্যয় অসমে অকলেই বহন কৰিব লাগিব। লক্ষ্যণীয় যে চৰকাৰৰ ব্যৰ্থতাক, লুণ্ঠনৰ ভয়াৱহতাক উদঙাই দিয়া দুয়োখন পত্ৰক চৰকাৰ আৰু জল জীৱনৰ দায়িত্বত থকা বৰমূৰীয়াসকলে গাপ দি ৰখাৰ ব্যাপক তৎপৰতাও চলাইছে। প্রসংগক্রমে উল্লেখ্য যে জল জীৱন আঁচনি ৰূপায়ণকাৰী ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে গৰুচুৰি আৰু ৰাজসাহায্য কেলেংকাৰিত সাঙোৰ খোৱা জয়ন্ত মল্লবৰুৱা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PHEJal Jeevan  ScamMinistry Of water resourcesSpl Notice Served
publisher

publisher

Related Posts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d