Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Hindenburg Research shut down:অচিৰেই বন্ধ হ’ব আদানীৰ বৃহৎ কেলেংকাৰি ফাদিল কৰা হিন্ডেনবার্গ !

publisher by publisher
January 17, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Hindenburg Research shut down:অচিৰেই বন্ধ হ’ব আদানীৰ বৃহৎ কেলেংকাৰি ফাদিল কৰা হিন্ডেনবার্গ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি গৌতম আদানী

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

Hindenburg Research shut down:

ভাৰতীয় উদ্যোগপতি গৌতম আদানী মালিকানাধীন আদানী গ্ৰুপৰ বৃহৎ কেলেংকাৰি ফাদিল কৰি তোলপাৰ লগোৱা আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ প্রতিষ্ঠান অচিৰেই বন্ধ হ’ব। বিশ্বজুৰি চৰ্চিত প্রতিষ্ঠানটো বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে স্বয়ং প্রতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে। হিন্ডেনবাৰ্গৰ ৱেবছাইটত তেওঁ আকস্মিকভাবে এই কথা ঘোষণা কৰি কয়, ‘মই হিন্ডেনবার্গ গৱেষণা (প্রতিষ্ঠান) বন্ধ কৰাৰ সিদ্ধান্ত লৈছো।

ADVERTISEMENT

আমাৰ হাতত থকা কাম শেষ হোৱাৰ পাছতে প্রতিষ্ঠানটো বন্ধ কৰা হ’ব।’ লক্ষ্যণীয় যে নব-নির্বাচিত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ কিছুদিন বাকী থকা অৱস্থাত এণ্ডাৰছনে হিন্ডেনবার্গ বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তত বহুতে ৰহস্যৰ গোন্ধ পাইছে।

কাৰণ অলপতে দেশখনৰ এজন প্ৰভাৱশালী ৰিপাব্লিকান সাংসদ লেন্স গুডেনে আদানী গ্ৰুপৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজনীয়তাক লৈ প্রশ্ন কৰি মার্কিন মহাধিবক্তা মেৰিক বি গার্লেণ্ডলৈ পত্ৰ প্ৰেৰণ কৰে। মহাধিবক্তালৈ প্ৰেৰণ কৰা এই পত্ৰত ৰিপাব্লিকান সাংসদজনে আশংকা কৰে যে আদানী গ্ৰুপৰ বিৰুদ্ধে তদন্ত কৰাৰ দৰে কাৰ্যই আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে সহযোগী দেশসমূহৰ সম্পৰ্কত ব্যাঘাত জন্মাব।

দলৰে সাংসদজনে এনে আশংকা কৰাৰ সময়তে নব-নির্বাচিত ৰাষ্ট্ৰপতি ট্রাম্পে শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ২০ জানুৱাৰীত তেওঁ বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ উপস্থিতিত শপত গ্ৰহণ কৰিব। অৱশ্যে হিন্ডেনবার্গ প্রতিষ্ঠান বন্ধৰ সিদ্ধান্ত গ্রহণ কৰাৰ স’তে কোনো নির্দিষ্ট ভাবুকি বা ব্যক্তিগত সমস্যা জড়িত নাই বুলি এণ্ডাৰছনে সদৰী কৰিছে।

উল্লেখ্য যে ২০২২ত প্ৰথমবাৰৰ বাবে হিন্ডেনবার্গে আদানী গ্রুপক লক্ষ্য কৰি লয়। ভাৰতীয় প্রতিষ্ঠানটো বিভিন্ন অনিয়মত জড়িত থকা বুলি মার্কিন প্রতিষ্ঠানটোৱে অভিযোগ উত্থাপন কৰে। অৱশ্যে হিন্ডেনবাৰ্গৰ অভিযোগ কেৱল মিথ্যাচাৰ আৰু ভাৰতৰ ওপৰত গণনাকৃতভাৱে কৰা আক্রমণ আখ্যা দি আহিছে আদানী গ্রুপে। এনে অৱস্থাতে যোৱা বছৰৰ আগষ্টত পুনৰ আদানী গ্ৰুপৰ ‘অনিয়ম’ ফাদিল কৰি তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰে হিন্ডেনবার্গে।

আনকি প্রতিষ্ঠানটোৱে ভাৰতৰ শ্বেয়াৰ বজাৰৰ অধ্যক্ষ মাধৱী পুৰীকো লক্ষ্য কৰি লয়। আনহাতে, হিন্ডেনবার্গে লক্ষ্য কৰি লোৱা সম্পৰ্কত উদ্যোগপতি আদানীয়ে কয়, ‘বিদেশৰ পৰা হোৱা এই আক্রমণ সচৰাচৰ বিত্তীয় আঘাতসদৃশ নহয়। ই আছিল আমাৰ বিত্তীয় সুস্থিৰতা নাশ কৰা আৰু দেশক ৰাজনৈতিকভাৱে অস্থিৰ কৰিবলৈ কৰা এক দ্বৈত আক্রমণ।’

উল্লেখ্য যে,২০১৭ত প্ৰতিষ্ঠা কৰি বিশ্বজুৰি আলোড়ন তোলে হিন্ডেনবার্গ ৰিচাৰ্ছ প্রতিষ্ঠান ৷ হিন্ডেনবার্গ হৈছে এটা ফৰেনচিক আর্থিক গৱেষণা সংস্থা। সংস্থাটোৱে বিভিন্ন কোম্পানীৰ শ্বেয়াৰ, ঋণ আদি বিশ্লেষণ কৰে। ২০১৭ত নাথান এণ্ডাৰছনে হিন্ডেনবার্গ ৰিচাৰ্ছ প্রতিষ্ঠা কৰে।

সংস্থাটোৰ ৱেবছাইটত নিজৰ কৰ্ম-পৰিচয় উল্লেখ কৰি লিখা আছে, ‘অর্থনীতিত মানৱসৃষ্ট বিপৰ্যয় ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন কোম্পানীৰ দুর্নীতি, অনিয়ম, অব্যৱস্থাপনা আৰু গোপন লেনদেনৰ ওপৰত আমি দৃষ্টি ৰাখো।’ এনে ঘোষণাৰে কাৰ্যকলাপ আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে কেৱল আদানী গ্রুপ বা ‘ছেবি’ৰ অধ্যক্ষাৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন কৰাই নহয়, আন কেতবোৰ ব্যক্তিগত প্রতিষ্ঠানৰ বিৰুদ্ধেও বিগত সময়ত গুৰুতৰ অভিযোগ উত্থাপন কৰে।

প্ৰতিষ্ঠানটোৰ ‘কোপদৃষ্টি’ত পৰা এনে আন এটা প্রতিষ্ঠান হ’ল বৈদ্যুতিক ট্রাক তৈয়াৰকাৰী নিকোলা কৰ্প’ৰেছন। প্রতিষ্ঠানটোৰ নাম ১৯৩৭ৰ ছয় মে’ত নিউ জাৰ্ছিৰ আকাশমার্গত জ্বলি ধ্বংস হোৱা এখন বিমানৰ পৰা লোৱা হৈছে। ‘হিন্ডেনবার্গ এয়াৰশ্বিপ’ নামৰ সেই ধ্বংসপ্রাপ্ত বিমানখন আছিল জার্মানীৰ এখন বিলাসী বিমান। ভয়াৱহ দুর্ঘটনাটোত যাত্রী আৰু বিমান কর্মচাৰীসহ ৩৬ জন লোকৰ প্ৰাণহানি ঘটে।

এই অভিশপ্ত বিমানখনৰ নামৰে হিন্ডেনবাৰ্গ ৰিচাৰ্ছৰ নামকৰণ কৰে এণ্ডাৰছনে। সংস্থাটো পৰিচালনাত তেওঁ নিজা আর্জিত ধন ব্যয় কৰে বুলি প্রকাশ কৰি আহিছে। নাথান কানেক্টিকা বিশ্ববিদ্যালয়ৰ পৰা আন্তর্জাতিক ব্যৱসায়ৰ স্নাতক ডিগ্রীধাৰী। এই ডিগ্রী গ্ৰহণ কৰাৰ পাছত তেওঁ ফেক্টছেট ৰিচাৰ্ছ ছিষ্টেমছ ইনকৰ্প’ৰেট নামৰ তথ্য-প্রযুক্তি প্রতিষ্ঠানৰ বিত্তীয় শাখাত যোগদান কৰে। অৱশ্যে এটা সংবাদ সংস্থাৰ বাতৰি মতে, এণ্ডাৰছনে একালত ইজৰাইলত গাড়ীচালকৰূপে নিয়োজিত  আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gautam AdaniHindenburg Researchnathan andersonShut Down
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d