Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ভুৱা প্ৰচাৰৰে শিক্ষাক লৈ ব্যৱসায় এছপিএম আইএএছ একাডেমীৰ!

publisher by publisher
July 21, 2025
in News, Assam
Reading Time: 1 min read
0
এছপিএম আইএএছ একাডেমীৰ ভয়ংকৰ কৰ ফাকি ফাদিল 
1
SHARES
10
VIEWS
ShareShareShareShare

SPM Academy: ✒️অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণসকল তথা সম্প্রতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্রশাসনিক-আৰক্ষী বিষয়াসকলৰ ৮০-৯০ শতাংশই তেওঁলোকৰ ক’চিং চেন্টাৰৰ দ্বাৰা প্ৰশিক্ষিত বুলি দাবী কৰি অহা ‘এছপিএম আইএছ একাডেমী’ৰ মুখা খোল খাবলৈ আৰম্ভ কৰিছে।

ADVERTISEMENT

শিক্ষাৰ নামত বৃহৎ ব্যৱসায় চলাই অহা প্রতিষ্ঠানটোৱে লাখ লাখ টকাৰ কৰ ফাকি দি অহাৰ তথ্য বিভাগীয় অভিযানত ফাদিল হোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে।

RelatedPosts

FIR Against SPM ACADEMY :আমগুৰিত SPM, IAS ACADEMY ৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চৰ

Assam Seed Corporation scam: বিয়াগোম কেলেংকাৰী সংঘটিত অসম বীজ নিগমত !

Bank Officer Arrested: মহানগৰীত চিআইডিৰ জালত বেংক কৰ্মচাৰী

এনে ঘটনাই ব্যৱসায়ত পেলাব পৰা প্ৰভাৱক লৈ চিন্তিত প্রতিষ্ঠানটোৱে সম্প্রতি এই বিষয়টো লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিবলৈ হাবাথুৰি খাই ফুৰিছে। আনকি প্ৰভাৱশালী চক্ৰৰ জৰিয়তে প্রতিষ্ঠান কর্তৃপক্ষই বিষয়টো ‘মেনেজ’ কৰিবলৈ চেষ্টা অব্যাহত ৰখা বুলিও অভিযোগ উঠিছে।

ফলত গুণগত প্রশিক্ষণ প্রদান কৰি অহা বুলি দাবী কৰি অহা প্রতিষ্ঠানটোৱে অসম ৰাজ্যিক কৰ বিভাগৰ অভিযান কিয় গোপন কৰি ৰাখিবলৈ বিচাৰিছে, এই সন্দৰ্ভত বিভিন্নজনৰ মনত সন্দেহৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ২৫ জুনত ৰাজ্যিক জিএছটি সঞ্চালকালয়ে ‘এছপিএম আইএছ একাডেমী’ৰ চিৰিয়াখানা পথ আৰু খাৰঘুলিত অৱস্থিত কে’বাটাও ঠিকনাত তালাচী অভিযান চলাইছিল। এই অভিযানকালত প্রতিষ্ঠানটোৱে বৃহৎ কৰ ফাকি দিয়াৰ তথ্য পোহৰলৈ আহে।

ফলত প্রতিষ্ঠানটোৱে প্রথম পৰ্যায়ত জৰিমনাৰূপে ৰাজ্যিক জিএছটি বিভাগক ৩০ লাখ টকা আদায় দিবলগীয়া হয়। সম্প্ৰতি এই কৰ ফাকিৰ ঘটনাত ৰাজ্যিক কৰ বিভাগে তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্ৰে চূড়ান্ত ৰূপ দিয়াৰ সম্ভাৱনা আছে।

তেনেস্থলত প্রতিষ্ঠানটোৱে উল্লিখিত জৰিমনাৰ ধনৰ উপৰি অধিক পৰিমাণৰ কৰ ফাকি দিয়া তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। যদি নির্দিষ্ট সময়ৰ ভিতৰত এই ফাকি দিয়া কৰ আদায় নিদিয়ে, তেন্তে যিকোনো মূহর্তত প্রতিষ্ঠানটো ছীল কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে প্রতিষ্ঠানটোৱে ফাকি দি অহা এই কৰৰ ধন শিক্ষার্থীসকলৰ পৰা আদায় কৰিছিল। ফলত প্রশাসনিক বিষয়া গঢ় দিয়া বুলি দাবী কৰা প্ৰতিষ্ঠানৰ এই কৰ ফাকিৰ ঘটনাই ইয়াৰ শিক্ষাৰ্থীসকলৰ লগতে ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে।

ইফালে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ‘এছপিএম একাডেমী’ৰ পৰা সৰ্বাধিক উত্তীর্ণ হয় বুলি কর্তৃপক্ষই বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাই আহিছে। প্রতিষ্ঠানটোৰ এই দাবীক লৈ সন্দেহৰ অৱকাশ আছে বুলি কে’বাটাও সূত্ৰই সদৰী কৰিছে।

ইয়াৰ মাজতে প্রতিষ্ঠানটোৰ কৰ ফাকিৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সামাজিক মাধ্যমতো ই ব্যাপক চর্চা লাভ কৰিছে। আনকি ‘এছপিএম আইএছ একাডেমী’ৰ পৰা কিহৰ ভিত্তিত সৰ্বাধিক উত্তীর্ণ হয় বুলি দাবী কৰি আহিছে, ইয়াৰ এক নিৰপেক্ষ তদন্তৰো দাবী কৰিছে।

এই প্রতিষ্ঠানত বিশেষ কেতবোৰ চক্ৰৰ ক’লা ধন বিনিয়োগ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্রতিষ্ঠানটোৱে উত্তীর্ণ হাৰ ৮২.৫৫ শতাংশ বুলি দাবী কৰি অহাৰ ভিত্তি কি বুলিও প্রশ্ন উত্থাপিত হৈছে।

লক্ষ্যণীয় যে অন্যান্য এনে ক’চিং প্রতিষ্ঠানসমূহেও একেধৰণৰ দাবী কৰি আহিছে। তেনেস্থলত প্রশ্ন উদয় হৈছে যে প্রকৃততে সত্য কোন? নে প্রতিষ্ঠানসমূহে ভুৱা প্ৰচাৰ চলাই শিক্ষার্থীক আকৃষ্ট কৰি শিক্ষাৰ নামত এক বৃহৎ ব্যৱসায় চলাই আহিছে?

এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ মৌনতায়ো ৰহস্যৰ সৃষ্টি কৰিছে। আনকি কোনো কোনোৱে এয়া ‘১২ ফেইল’ ছবিৰ বাস্তৱ ৰূপ নেকি বুলিও প্রশ্ন তুলিছে। যদি সচেতন মহলে দাবী কৰাৰ দৰেই ইয়াৰ নিৰপেক্ষ তদন্ত হয়, তেন্তে পৰ্দাৰ আঁৰৰ মুখা খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ScamSPM IAS Academy
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d