Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ অবৈধ মাটি-ভেটি দুখীয়া মানুহক ভাগ কৰি দিয়াৰ হুংকাৰ সভাপতি গৌৰৱ গগৈৰ

publisher by publisher
August 3, 2025
in News, Assam
Reading Time: 1 min read
0
অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন
4
SHARES
39
VIEWS
ShareShareShareShare

Congress :✒️অসমৰ ৰাইজে এতিয়া নিৰ্বাচনৰ যোগেদি পৰিৱৰ্তন বিচাৰিছে। স্বেচ্ছাচাৰী আৰু দুৰ্নীতিত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা ৰাইজে এতিয়া মুক্তি বিচাৰিছে। অসমৰ বুলিয়েই নহয়, সমগ্ৰ দেশৰ শিশু, আবাল বৃদ্ধি-বনিতালৈকে প্ৰত্যেকৰ মূৰত এতিয়া ৫০ হেজাৰ টকাকৈ ধাৰৰ বোজা হৈছে।

ADVERTISEMENT

এই অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ পৰা মুক্তি পাবৰ বাবে সমগ্ৰ দেশৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু অসমতো ২০২৬ ত হিমন্ত বিশ্ব শৰ্মাক দলিয়াই গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ’বলৈ গৈ আছে।

RelatedPosts

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:লোকপিয়ল অবিহনে আসন বৃদ্ধিৰ অভিসন্ধি

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

আজি দিনজোৰা বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পিছত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এইদৰে কয়। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত দীঘলীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা লুণ্ঠন আৰু অন্যায়-অবিচাৰৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ৰাইজক নতুন প্ৰগতিশীল ভূমি নীতি আৰু অৰ্থনৈতিক বিকাশেৰে এখন নতুন চৰকাৰ দিবলৈ প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে।

অহা ছেপ্টেম্বৰ মাহত কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে অসমত ধুমুহাৰ সৃষ্টি কৰিব আৰু বিজেপি নেতাৰ নিদ্ৰাহৰণ কৰিব বুলি লোকসভাৰ বিৰোধী উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে বিস্ফোৰণ ঘটায়।

অনাগত দিনত সংবিধানক অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসনৰ পৰা অসমক মুক্ত কৰিবৰ বাবে কংগ্ৰেছে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰা বুলিও গগৈয়ে কয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰম্ভণিতে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অসমৰ থলুৱা আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাক লৈ দীঘলীয়া সময় আলোচনা হয়।

আলোচনাৰ অন্তত এটা অৰ্থনৈতিক আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই অৰ্থনৈতিক প্ৰস্তাৱৰ যোগেদি অসমৰ সামগ্ৰিক বিকাশ, অৰ্থনৈতিক সংস্কাৰ, ঋণগ্ৰস্ত অসমক উদ্ধাৰ কৰা, নিয়োগ সৃষ্টি কৰা, অৰ্থনৈতিক পৰিৱৰ্তনৰ যোগেদি সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সমবিচাৰৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাৰ অন্তত হোৱা সংবাদমেলত গৌৰৱ গগৈয়ে অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰৰ দিনত অতিষ্ঠ হৈ পৰিছে। ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অবিচাৰ আৰু অনিয়ম চলোৱাৰ লগতে অসমৰ বড়ো, তিৱা, কাৰ্বি, ৰাভা, মিছিং আদি জনগোষ্ঠীৰ ৰাইজক নিৰ্বিচাৰ উচ্ছেদৰ নামত অমানৱীয় আতিশয্য চলোৱা হৈছে।

উচ্ছেদৰ নামত আইন-আদালতৰ নিৰ্দেশক অৱমাননা কৰা হৈছে। এনে পৰিস্থিতিত চৰকাৰে এক সংস্কাৰমুখী অৰ্থনৈতিক নীতি আৰু ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বত গঢ় লৈ মন্ত্ৰী পৰিষদে ৰাইজৰ ভেটি-মাটি সুৰক্ষাৰ নামত নিজে যি অবৈধ মাটি-ভেটিৰ পাহাৰ গঢ়ি তুলিছে, প্ৰথমখন কেবিনেটতে এক সিদ্ধান্ত গ্ৰহণ কৰি দুখীয়া ৰাইজক এই মাটি-ভেটি ভাগ কৰি দিয়া হ’ব।

গগৈয়ে লগতে কয়, নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ছয়গাঁৱৰ সভালৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জে’ললৈ যোৱা দেখিব বুলি যি ঘোষণা কৰি গৈছিল সেই ঘোষণা কাৰ্যকৰী কৰাটো তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে।

সেইবাবে অহা ছেপ্টেম্বৰ মাহৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাইজক শক্তিশালী ৰূপত সাংগঠনিক কাম-কাজৰ লগতে বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিব।

সংবাদমেলত সাংসদ গগৈয়ে কয় যে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ভুৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা-ভাঁৰি আহিছে। এইখন চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব নোৱাৰিলে। একেদৰে হৰিশংকৰ ব্ৰহ্মৰ ভূমি নীতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পাছত ৰাইজে এতিয়া মিছা কথা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছ দলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি একত্ৰিতভাৱে কংগ্ৰেছৰ লগত বিজেপি আৰু আৰএছএছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কঁকালত টঙালি বান্ধিছে।

অহা ১৫ আগষ্টত কংগ্ৰেছ দলে জিলা আৰু ব্লক পৰ্যায়ত ত্ৰিৰংগা যাত্ৰা কৰিব বুলিও গগৈয়ে সদৰী কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ দীঘলীয়া প্ৰস্তাৱ গ্ৰহণৰ পিছত বড়ো, কাৰ্বি, ৰাভা, চাহ জনগোষ্ঠীৰ প্ৰায় দুই শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৩৫০ জনৰো অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, নিৰ্বাচনী সমন্বয় সমিতিৰ অধ্যক্ষ তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, নিৰ্বাচনী কেম্পেইনিং কমিটীৰ অধ্যক্ষ ভূপেন বৰা আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰাৰ লগতে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ উপস্থিত থাকে।

অসমৰ ৩৫ খন জিলাৰ পৰা অহা জিলা সভাপতিসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, বলীন কুলী, আব্দুল হামিদ, আব্দুল খালেকসহ কংগ্ৰেছৰ প্ৰায় সকলো জ্যেষ্ঠ নেতা-কৰ্মী আজিৰ সভাত উপস্থিত থাকে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপ আৰু বিভিন্ন শাখা তথা বিভাগৰ অধ্যক্ষসকল বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকে।

সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়ায় সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰদ্যুৎ ভূঞাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CongressGaurav Gogoi
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d