Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এনডিএফবি (সঃ) নেতা ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰিছিল বি বিদায়ে!

publisher by publisher
August 19, 2025
in News, Assam
Reading Time: 1 min read
0
এনডিএফবি (সঃ) নেতা ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰিছিল বি বিদায়ে!
1
SHARES
9
VIEWS
ShareShareShareShare

সুদীর্ঘ ১১ বছৰৰ পাছতো চাঞ্চল্যকৰ প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ দোষীয়ে শাস্তি নাপালে। জঘন্য অপৰাধটোৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শেহতীয়াভাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দ্বাৰস্থ হ’ল তেওঁৰ নিকটাত্মীয়।

ADVERTISEMENT

লক্ষ্যণীয়ভাবে প্রিয়া হত্যাকাণ্ডত এইবাৰ সাঙোৰ খালে বিটিচিৰ কাৰ্যবাহী সদস্য তথা একালৰ এনডিএফবি (সংবিজিত)ৰ নেতা বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ নামো।

RelatedPosts

NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

বড়োভূমিত চৰকাৰ সাল-সলনিৰ ৰাজনীতি

সম্প্রতি দুৰ্ভগীয়াগৰাকীৰ নিকটাত্মীয়ই বি বিদাইৰ স’তে হোৱা টেলিফোনিক বাৰ্তালাপৰ উদ্ধৃতি দি অভিযোগ উত্থাপন কৰিছে যে ফেৰেংগাৰ নিৰ্দেশতে বি বিদাইসহ এনডিএফবি (এছ)ৰ একাংশই ২০১৪ৰ ২০ আগষ্টত দিনৰ তিনি বজাত চিৰাং জিলাৰ ৰুণীখাটা আৰক্ষী থানাৰ অন্তৰ্গত দৈমুগুৰি (লাইমুটি) ত ১৬ বছৰীয়া প্রিয়াক গুলীয়াই হত্যা কৰে।

দুৰ্ভগীয়াগৰাকীৰ পিতৃ নিৰন বসুমতাৰী আৰু মাতৃ নিৰলা বসুমতাৰীসহ আত্মীয়-স্বজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ন্যায় বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে যে এনডিএফবি (এছ)ৰ তদানীন্তন নেতা বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশত বিদাই আৰু অন্যান্যসকলে প্রিয়াক নির্বিচাৰে গুলীয়াই হত্যা কৰে।

আনহাতে, বিচাৰত হাজিৰ হ’বলৈ আদালতে বাৰম্বাৰ চমন জাৰি কৰাৰ পাছতো বিদাই আদালতত হাজিৰ হোৱা নাই বুলিও প্ৰিয়াৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনে অভিযোগ উত্থাপন কৰিছে। এই সম্পৰ্কত তেওঁলোকে কয়, ‘অনেকবাৰ চমন জাৰি কৰাৰ পাছতো মূল অভিযুক্ত জি বিদাই ওৰফে বি বিদাই ওৰফে বিষ্ণু গয়াৰীয়ে ইচ্ছাকৃতভাৱে বিচাৰৰ সন্মুখীন হোৱা নাই।

বিচাৰত হাজিৰ হোৱাৰ পৰিৱৰ্তে এবছৰতকৈ অধিক দিন পূর্বে মূল অভিযুক্তজনে আমাক ফোনত যোগাযোগ কৰে আৰু আমাৰ ওচৰত ক্ষমা বিচাৰে। তেতিয়া তেওঁ মানি লয় যে তেওঁ আমাৰ কন্যা/ভতিজীক নির্বিচাৰে গুলীয়াই হত্যা কৰে; কিন্তু তেওঁ এই কাৰ্য তেওঁলোকৰ এনডিএফবি (এছ)ৰ নেতা বি ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ অপৰিহাৰ্য নিৰ্দেশৰ অধীনত কৰা বুলি জনায়। এয়া অতি পৰিতাপৰ বিষয় যে যিজন ব্যক্তি/উগ্রপন্থী কেডাৰৰ অধীনৰ নিৰ্দেশত আমাৰ গোটেই পৰিয়াল ভুক্তভোগী হ’ল আৰু আমাৰ কণমানি কন্যাই প্রাণ হেৰুৱালে, তেতিয়া তেনে এজন ব্যক্তিয়ে নির্ভয়ে বিটিচিৰ কাৰ্যবাহী সদস্যৰ পদবী ধৰি ৰাখিছে।

আনকি তেওঁক বিচাৰৰ আওতালৈও অনা হোৱা নাই কিম্বা ওপৰোক্ত মূল অভিযুক্তজনক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই।’ এইসকলৰ বিৰুদ্ধে যথোপযুক্ত আইনগত ব্যৱস্থা ল’বলৈ প্ৰিয়াৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনে মুখ্য ন্যায়াধীশৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

তেওঁলোকে জনায় যে প্ৰিয়াৰ হত্যাকাণ্ড সংক্রান্তত ৰুণীখাটা আৰক্ষী থানাত ৬০/২০১৪ নম্বৰত এটা গোচৰ ৰুজু হয়। পৰৱৰ্তী সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) লৈ হস্তান্তৰ কৰে। ২০২০ৰ ১৮ জুলাইত তদন্তকাৰী বিষয়াই আদালতত অভিযোগনামা (নম্বৰঃ ২৮/২০২০) দাখিল কৰে।

অভিযোগনামাত জি বিদাই ওৰফে বিষ্ণু গয়াৰীক পলাতকৰূপে তদন্তকাৰী বিষয়াই উল্লেখ কৰে। পাছত আদালতে অভিযুক্তসকলক বিচাৰত হাজিৰ হ’বলৈ চমন জাৰি কৰে। কিন্তু আদালতে বাৰম্বাৰ চমন জাৰি কৰাৰ পাছতো মূল অভিযুক্ত বিদায়ে আদালতত হাজিৰ হোৱা নাই। তেওঁৰ বিৰুদ্ধে আদালতে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাও কাৰ্যকৰী হোৱা নাই বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে।

ভুক্তভোগীসকলে লগতে জনোৱা মতে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত বিদাই ২০২০ৰ ২৭ জানুৱাৰীত বন্দৱস্তিৰ স্মাৰক স্বাক্ষৰ হোৱালৈকে আত্মগোপনকাৰী উগ্রপন্থী কেডাৰ আছিল। উক্ত চুক্তিত স্পষ্টভাবে উল্লেখ আছে যে এনডিএফবি কেডাৰসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা অ-জঘন্য অপৰাধৰ গোচৰসমূহ ৰাষ্ট্ৰই প্ৰত্যাহাৰ কৰিব। ইয়াৰ বিপৰীতে জঘন্য অপৰাধৰ গোচৰসমূহৰ ক্ষেত্ৰত এনে ব্যৱস্থা চুক্তিখনত নাই।

গতিকে এই মূল অভিযুক্তজনৰ বিৰুদ্ধে সহানুভূতি প্রদর্শনৰে গ্ৰেপ্তাৰী পৰোৱানা কাৰ্যকৰী নকৰি গ্ৰেপ্তাৰ নকৰাৰ কাৰণ নাই বুলি ভুক্তভোগীয়ে উল্লেখ কৰিছে। এনেদৰে ভুক্তভোগী পৰিয়ালক ন্যায় প্রদানত পলম কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। ভুক্তভোগীয়ে অভিযোগ কৰিছে যে সংশ্লিষ্ট কর্তৃপক্ষই বিদাইৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱনা কাৰ্যকৰী কৰা নাই। গতিকে ন্যায় বিচাৰি ভুক্তভোগীসকল মুখ্য ন্যায়াধীশৰ দ্বাৰস্থ হৈছে।

মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰতিলিপি ভুক্তভোগীয়ে মুখ্যমন্ত্রী, অসম আৰক্ষী সঞ্চালক প্রধান আৰু চিৰাঙৰ জিলা আৰু সত্ৰ ন্যায়াধীশলৈও প্ৰেৰণ কৰিছে।

ভুক্তভোগীয়ে লগতে উল্লেখ কৰিছে যে হত্যাকাণ্ডটোৰ মূল অভিযুক্তজনে ২০২১ৰ ১২ ডিচেম্বৰত তেওঁৰ বাগ্‌সাৰ অক্সিগুৰিস্থিত বাসগৃহত আয়োজন কৰা তেওঁৰ আড়ম্বৰপূৰ্ণ বিবাহ অভ্যর্থনা অনুষ্ঠানত বিটিচি কার্যবাহী সদস্য বি ছাওৰাইগৌৰা ওৰফে ছাইখং বসুমতাৰী আৰু ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ লগতে বহু সংখ্যক ৰাজনৈতিক নেতা, বিটিচিৰ পাৰিষদীয় সদস্য আৰু চৰকাৰী বিষয়াবৰ্গ উপস্থিত থাকে।

তদুপৰি তৃতীয় বড়ো শান্তি চুক্তি মধ্যস্থতাকাৰী পৃথ্বিৰাজ এন দেৱ মেচ আৰু তুলুংগা বসুমতাৰীও বিদাইৰ বিয়া অনুষ্ঠানৰ অতিথি হয়। গতিকে বিদাইৰ অভাৰগ্ৰাউণ্ড উপস্থিতি প্রমাণ হয় বুলি ভুক্তভোগীয়ে মন্তব্য কৰিছে। আনাইৰাম মুছাহাৰী নামৰ এজন লোকে বিদাইৰ বিৰুদ্ধে দাখিল কৰা এক ভূমি দখল সম্পর্কীয় দেৱানী গোচৰেও তেওঁৰ অভাৰগ্ৰাউণ্ড উপস্থিতি নিশ্চিত কৰে বুলি ভুক্তভোগীসকলে দাবী কৰিছে।

গতিকে ভুক্তভোগীয়ে বিদাইৰ লগতে ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে উপযুক্ত কর্তৃপক্ষলৈ তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্য ন্যায়াধীশক প্রার্থনা জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NDFB
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d