Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিতর্কিত তিনিখন বিলৰ কাগজ ফালি শ্বাহৰ গালৈ দলিয়ালে বিৰোধীয়ে! 

publisher by publisher
August 20, 2025
in News, India
Reading Time: 1 min read
0
বিতর্কিত তিনিখন বিলৰ কাগজ ফালি শ্বাহৰ গালৈ দলিয়ালে বিৰোধীয়ে! 
0
SHARES
4
VIEWS
ShareShareShareShare

বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন বিধেয়ক উত্থাপন কৰে। বিধেয়কখনক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে বিৰোধী সাংসদে বিধেয়ক ফালি শ্বাহৰ ওপৰত দলিয়াই ।

ADVERTISEMENT

ভিডিঅ’ত বন্দী হৈছে এই দৃশ্য। বিৰোধীৰ প্ৰতিবাদৰ বাবে স্থগিত ৰখা হৈছিল লোকসভাৰ অধিৱেশন।

RelatedPosts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰে। ইয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক উত্থাপন কৰা হয়। তিনিওখন বিধেয়কৰ বিৰোধিতা কৰা হৈছিল।

১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক অনুসৰি যদি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, যিকোনো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী বা কোনো কেন্দ্ৰীয় শাসিত মন্ত্ৰীক গুৰুতৰ অপৰাধৰ অভিযোগত একেৰাহে ৩০ দিন জিম্মাত থাকে তেন্তে ৩১ দিনৰ দিনা তেওঁ মন্ত্ৰীত্ব হেৰুৱাব ।

পাঁচ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পাব পৰা অপৰাধক ‘গুৰুতৰ’ বুলি গণ্য কৰা হ’ব। এই বিধেয়কখন আইনত পৰিণত হ’লে বিজেপিয়ে বিভিন্ন কেন্দ্ৰীয় সংস্থাক কামত ব্যৱহাৰ কৰিব বুলি বিৰোধীৰ অভিযোগ।

বিৰোধী শাসিত ৰাজ্যত এই আইনৰ দ্বাৰা মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীক বিপদত পৰিব পাৰে। সেইবাবেই লোকসভাত এই বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

বুধবাৰে লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সময়ত আইলেণ্ডৰ বিপৰীত ফালে থিয় হৈ থকা বিৰোধী সাংসদসকলে বিল কাগজখন ফালি পেলায়। তাৰ পাছত সেই কাগজৰ টুকুৰা থিয় হৈ থকা শ্বাহৰ ঠাইৰ ফালে দলিয়াই দিয়ে।

উল্লেখ্য যে,সেই সময়তে শ্বাহে বিলখন পঢ়ি শুনাই আছিল। কাগজৰ টুকুৰা উৰি আহিলেও তেওঁ বিষয়টোক বিশেষ গুৰুত্ব নিদিলে।

অৱশ্যে অধ্যক্ষ ওম বিৰলাই বিৰোধীক বাধা দিবলৈ চেষ্টা কৰে। পাছত তেওঁ অধিৱেশন স্থগিত ৰাখে। লোকসভাত বিৰোধীৰ আচৰণক গৰিহণা দিছে কেন্দ্ৰই।

বিতৰ্ক আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাৰ্তা দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, “দেশৰ জনসাধাৰণে আমাক কাম কৰিবলৈ ইয়ালৈ পঠিয়াইছে। বিৰোধীয়ে কেৱল হুলস্থুল সৃষ্টি কৰিবলৈ ইয়ালৈ আহে নেকি?গণতন্ত্ৰক অপমান কৰিলে ৰাইজে আপোনাক ক্ষমা নকৰে। সাংসদে ৰাইজৰ ৰায়ক অসন্মান কৰিব নালাগে। আলোচনা আৰু বিতৰ্কৰ জৰিয়তে কাম অব্যাহত ৰাখিব লাগে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shahConstitution AmendmentParliament
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d