Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

কেৱল ভাষণতহে মহিলাৰ সংৰক্ষণ

publisher by publisher
April 20, 2026
in India, News
Reading Time: 1 min read
0
ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

Glimpses of the new Parliament Building, in New Delhi

2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

সংসদত অচলাৱস্থা দূৰ? এছআইআৰৰ পূৰ্বে আলোচনা হ’ব ‘বন্দে মাতৰম’ৰ

সৰু-সুৰা অপৰাধত কাৰাগাৰ গমনৰ পৰা ৰেহাই দিয়াৰ উদ্দেশ্যে বিধেয়ক

ৰাতিহে সাত হাল বায়! সম্প্রতি নাৰী সংৰক্ষণ বিধেয়কক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে পোহৰলৈ আহিছে যে দেশৰ দুই প্রধান দল বিজেপি আৰু কংগ্ৰেছৰ মহিলা সাংসদ আৰু বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে। এছ’চিয়েছন ফৰ ডেম ‘ক্রেটিক ৰিফৰ্মছ (এডিআব) শীর্ষক সংস্থাৰ বিশ্লেষণত পোহৰলৈ অহা অনুসৰি বিজেপিৰ সাংসদ আৰু বিধায়কৰ মুঠ সংখ্যা হ’ল ১,৮৭৭ জন। আশ্চর্যজনকভাবে ইয়াৰে মাথোঁ ১৬৩ গৰাকীহে মহিলা।

ADVERTISEMENT

গতিকে বিজেপিৰ আইন প্রণেতাসকলৰ মাথোঁ ১০ শতাংশহে মহিলা। একেই অৱস্থা বিৰোধী কংগ্ৰেছৰো। সমগ্র দেশত দলৰ মুঠ ৭৫৬ আইন প্রণেতা আছে যদিও ইয়াৰে মাথোঁ ৭২ গৰাকী অর্থাৎ প্রায় ১০ শতাংশহে মহিলা। একেদৰে ডিএমকেৰ ১৬১ আইন প্রণেতাৰ মাথোঁ ছয় শতাংশ অর্থাৎ নগৰাকীহে মহিলা। একেদৰে এআইডিএমকেৰ মুঠ ৬৬ আইন প্রণেতাৰ মাথোঁ পাঁচ শতাংশ অর্থাৎ তিনিগৰাকীহে মহিলা।

অনুৰূপ ধৰণে শিৱ সেনাৰ ৬৪ আইন প্রণেতাৰ মাজত মাথোঁ দুগৰাকীহে মহিলা। লক্ষ্যণীয়ভাৱে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত দেশৰ ভিতৰতে সর্বাধিক মহিলা আইন প্রণেতা আছে। দলৰ মুঠ ২৪৯ আইন প্রণেতাৰ ৪৫ গৰাকী মহিলা। অর্থাৎ দলৰ মহিলা আইন প্রণেতাৰ সংখ্যা ১৮ শতাংশ হৈছে। গতিকে মহিলাৰ বাবে আসন সংৰক্ষণক লৈ সৰৱ হৈ থকা শাসক- বিৰোধীৰ স্বৰূপো একপ্ৰকাৰ ফাদিল হৈছে। অৱশ্যে বিগত দশককেইটাত দেশত মহিলা আইন প্রণেতাৰ সংখ্যা বৃদ্ধিও পাবলৈ ধৰিছে। কাৰণ ১৯৫৭ত মহিলা আইন প্রণেতাৰ সংখ্যা ৫.৪ শতাংশ হোৱাৰ বিপৰীতে ২০২৪ত এই সংখ্যা ১৩.৬ শতাংশলৈ বৃদ্ধি পায়।

তৎসত্ত্বেও বিশ্বৰ একাংশ দেশৰ তুলনাত বর্তমানেও ভাৰতত প্রত্যাশা অনুসৰি মহিলা আইন প্রণেতাৰ সংখ্যা বৃদ্ধি পোৱা নাই। উল্লেখ্য যে দেশত ২০১৯ত মহিলা আইন প্রণেতাৰ সংখ্যা সর্বাধিক বৃদ্ধি পাইছিল। উক্ত বছৰৰ লোকসভা নিৰ্বাচনত নিম্ন সদনলৈ ১৪.৪ শতাংশ মহিলা নির্বাচিত হৈছে। তৎসত্ত্বেও এয়া মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱিত ৩৩ শতাংশতকৈ বহু কম।

এনে অৱস্থাতে একাংশই আঙুলিয়াই দিছে যে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আৰু জয় সাব্যস্ত কৰাৰ মাজতো পাৰ্থক্য আছে। ২০১৯ৰ লোকসভা নির্বাচনত মুঠ ৭২৬ মহিলাই প্রতিদ্বন্দ্বিতা কৰে যদিও মাথোঁ ৭৮ গৰাকীয়েহে জয়লাভ কৰে। অৰ্থাৎ সফলতাৰ হাৰ মাথোঁ ১০.৭ শতাংশ আছিল। একেদৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত আঠশগৰাকী মহিলাই প্রতিদ্বন্দ্বিতা কৰে যদিও কেৱল ৭৪ গৰাকীহে জয়যুক্ত হয়। অর্থাৎ উক্ত নির্বাচনত নাৰীৰ সফলতাৰ হাৰ আছিল ১০ শতাংশতকৈও কম।

উল্লেখ্য যে সাধাৰণ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সাধাৰণ নিৰ্বাচনত ভোটদান কৰা মহিলাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। ১৯৬২ত দেশত সাধাৰণ নিৰ্বাচনত ভোটদান কৰা মহিলাৰ সংখ্যা মাথোঁ ৪৭ শতাংশ হোৱাৰ বিপৰীতে ২০১৪ত এই সংখ্যা ৬৫ শতাংশৰো অধিক হয়। একেদৰে ২০১৯ৰ লোকসভা নির্বাচনত ভোটদান কৰা মহিলাৰ সংখ্যা ৬৭ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উক্ত নির্বাচনত ভোটদান কৰা পুৰুষ ভোটাৰৰ সংখ্যা ৬৭শতাংশহে আছিল। একেদৰে ২০২৪ৰ লোকসভা নির্বাচনত ৬৫.৮ শতাংশ মহিলা ভোটাৰে ভোটদান কৰে।

দৰিদ্ৰ দেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ

মহিলা আইন প্রণেতাৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থা বিশ্বৰ একাংশ দৰিদ্ৰ তথা সংঘাতজৰ্জৰ দেশতকৈও শোচনীয় হৈ আছে। উদাহৰণস্বৰূপে ৰুৱাণ্ডাৰ মুঠ আইন প্রণেতাৰ ৬৩.৮ শতাংশই নাৰী। একেদৰে কিউবাৰ ৫৭.২ শতাংশ আৰু মেক্সিকোৰ ৫০.৪ শতাংশ।

ইয়াৰ বিপৰীতে ভাৰতৰ নাৰী আইন প্রণেতাৰ সংখ্যা হৈছে ১৩.৬ শতাংশহে। আমেৰিকা, ইউৰোপ আদিৰ দেশসমূহতো নাৰীৰ আইন প্রণেতাৰ সংখ্যা ভাৰততকৈ বহুগুণে অধিক। ইয়ে দেশত সঠিক ৰাজহুৱা নীতি প্রস্তুতত ব্যাঘাত জন্মাই অহা বুলি সততে চর্চা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Parliament
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d