Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এইবাৰ বিটিচি কাৰ হাতলৈ? ২২ ছেপ্টেম্বৰত ভোট, ২৬ত ফলাফল

publisher by publisher
August 27, 2025
in News, Assam
Reading Time: 1 min read
0
এইবাৰ বিটিচি কাৰ হাতলৈ? ২২ ছেপ্টেম্বৰত ভোট, ২৬ত ফলাফল
1
SHARES
6
VIEWS
ShareShareShareShare

BTC:✒️ইতিমধ্যে ৰণডংকা বাজি উঠা বিটিচিৰ নিৰ্বাচনৰ দিন আজি ঘোষিত হয়। ৰাজ্যিক নির্বাচন আয়োগে আজি ঘোষণা কৰা অনুসৰি অহা ২৮ ছেপ্টেম্বৰৰ পূৰ্বে সমগ্র প্রক্রিয়াটো শেষ হ’ব। তাৰ বাবে ভোট গণনা অনুষ্ঠিত হ’ব।

ADVERTISEMENT

মঙলবাৰে সূচী ২৬ ছেপ্টেম্বৰত ঘোষণাৰ পাছতে নির্বাচনী আচৰণ বিধি বলৱৎ হয়। এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন অহা দুই ছেপ্টেম্বৰ। চাৰি ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা অনুষ্ঠিত হ’ব। ছয় ছেপ্টেম্বৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন।

RelatedPosts

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

ভোটগ্রহণ অনুষ্ঠিত হ’ব ২২ ছেপ্টেম্বৰত। প্রয়োজন সাপেক্ষে পুনৰ ভোটগ্রহণ কৰা হ’ব। ২৪ ছেপ্টেম্বৰত। আয়োগে সদৰী কৰা অনুসৰি, পুৱা ৭-৩০ বজাৰ পৰা বিয়লি চাৰি বজালৈ ভোটগ্রহণ কৰা হ’ব।

উল্লেখ্য যে মহিলাৰ সংখ্যাধিক্যৰে এইবাৰৰ বিটিচি নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২৬,৫৭,৯৩৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ’ল ১৩,২৩,৩৯৯ জন, মহিলা ভোটাৰ হ’ল ১৩,৩৪,৫২১ গৰাকী আৰু অন্যান্য হ’ল ১৭ গৰাকী। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি, এইবাৰৰ নিৰ্বাচনত ভোটগ্রহণ কৰিবলগীয়া কেন্দ্ৰৰ সংখ্যা হ’ল ৩,৩৫৯ টা।

ইয়াৰ পূর্বে ২০২০ ৰ নিৰ্বাচনত ভোটকেন্দ্ৰৰ সংখ্যা আছিল ৩,১৪৬ টা। ভোটকেন্দ্ৰ বৃদ্ধিৰ হাৰ হ’ল ৬.৭৭ শতাংশ। বিটিচিৰ নিৰ্বাচন শান্তিপূর্ণভাবে অনুষ্ঠিত কৰিবলৈ অসম আৰক্ষীয়ে নিৰাপত্তামূলক ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে।

নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’বলৈ কালি অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে কোকৰাঝাৰত উপস্থিত হৈ পৰিষদীয় অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সূত্রই জনাই যে বিটিচিৰ অন্তর্ভুক্ত পাঁচখন জিলাতে যথেষ্ট সংখ্যক স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে যদিও সেই সংখ্যাৰ হ্রাস-বৃদ্ধি হৈ আছে।

সূত্ৰটোৱে সদৰী কৰা অনুসৰি, পূৰ্বৰ দৰে উগ্রপন্থীকেন্দ্রিক সমস্যা অঞ্চলটোত দেখা পোৱা নাই। তাৰ পৰিৱৰ্তে ৰাজনৈতিক হিংসা-প্রতিহিংসাৰ বিষয়টোহে গুৰুত্বপূর্ণ হৈ উঠিছে।

ইয়াৰ পূৰ্বে ২০২০ৰ নিৰ্বাচনত বিজেপিয়ে ২৪ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। নির্বাচনটোত বিজেপি সাধাৰণভাৱে অৱতীৰ্ণ হৈছিল। এইবাৰ আগ্রাসী ৰূপত আগবাঢ়িছে দলটো। তাৰ বাবে আনকি দিছপুৰত একেলগে চৰকাৰ চলোৱা ইউউপিপিএলকো অকলশৰীয়া কৰিছে।

মুখ্যমন্ত্ৰীয়ে নিজে ইয়াৰ নেতৃত্ব দিছে। আজিলৈকে ৩৫ খন বিজয় সংকল্প সভাত মুখ্যমন্ত্রীয়ে ভাষণ প্রদান কৰে।বিজেপিৰ এই আগ্রাসীৰূপে কার্যতঃ বিটিচিৰ নিৰ্বাচনী পৰিৱেশক বহু আগতীয়াকৈ গৰম কৰি তোলে। গতিকে পিছ পৰি ৰোৱা নাই ইউপিপিএল আৰু বিপিএফো।

সোমবাৰে ৪০ হেজাৰৰো অধিক কর্মী-সমর্থকৰ অংশগ্রহণেৰে শাসকীয় ইউপিপিএলে সম্প্রীতি সমদলৰে ইয়াৰ শক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে গণ সুৰক্ষা পার্টি (জিএছপি)কে ধৰি আন দলসমূহ কিছু পৰিমাণে এই পর্যন্ত স্তিমিত হৈ আছে।

ইতিমধ্যে ইউপিপিএল, বিপিএফ আৰু জিএছপিয়ে একাংশ প্রার্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে অহা ৩০ অথবা ৩১ আগষ্টত প্রার্থীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে বিপিএফে প্রথমে প্রার্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰে। এই তালিকাত দলৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ উপৰি মুনমুন ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, উইলিয়াম নাৰ্জাৰী, ইমানুৱেল মুছাহাৰী, মহেশ্বৰ বসুমতাৰী, ৰিহন দৈমাৰী দেৰহাছাৎ বসুমতাৰী, জেমছ বসুমতাৰী আদিৰ দৰে প্ৰাৰ্থীৰ নাম অন্তর্ভুক্ত হৈছে।

একেদৰে ইউপিপিএলেও প্রকাশ কৰা প্ৰথমখন প্রার্থী তালিকাত লৰেন্স ইছলাৰী, চন্দন ব্রহ্ম, জলেন দৈমাৰী, ৰণজিৎ বসুমতাৰী, উইলছন হাসদা, ছৰণজিৎ বসুমতাৰী, কাতি ৰাম বড়ো, ড° নিলুট স্বর্গীয়াৰী আদিৰ নাম অন্তর্ভুক্ত হৈছে।

ইপিনে, প্রার্থীক লৈ চমক দিয়াৰ সম্ভাৱনা আছে বিজেপিৰ। দলটোৱে দলৰ ৰাজ্যিক পৰ্যায়ৰ কে’বাগৰাকী আগশাৰীৰ নেতা-নেত্ৰীক প্রার্থী কৰিব বিচাৰিছে। ইয়াৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়া আদিৰ নাম চর্চাত আছে।

উল্লেখ্য যে বিজেপিয়ে অতি বেছি ২৫ টা সমষ্টিত প্রার্থী প্রক্ষেপৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীয়ে কৰা দাবী অনুসৰি বিজেপিয়ে এইবাৰ পৰিষদখন দখল কৰিব। আনহাতে, দলীয় স্থিতি অনুসৰি পৰিষদ গঠনৰ শক্তি অৰ্জন কৰিলেও বিজেপিয়ে মুখ্য কাৰ্যবাহীৰ পদটো দখল নকৰে।

এনে কাৰণতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনটোত প্রার্থী হ’ব বিচৰা নাই। অথচ বিটিচিৰ মুখ্য হ’বলৈ দৈমাৰীয়ে দীর্ঘদিনৰ পৰা হিচাপ-নিকাচ কৰি আহিছিল।

বিটিচিৰ নিৰ্বাচনটোত কংগ্রেছ দলেও প্রার্থী প্রক্ষেপ কৰিব; কিন্তু দুৰ্বল সাংগঠনিক স্থিতিৰ বাবে দলটোৱে কিমানটা সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব সেয়া নিশ্চিত হোৱা নাই। অসম গণ পৰিষদ দলেও অতি নগণ্য সংখ্যক আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTCElection
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d