Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা

অসম আন্দোলনৰ লক্ষ্য-উদ্দেশ্য পূৰণ কৰিছে মোদী-হিমন্ত যুটিয়ে :শ্বাহ

publisher by publisher
August 29, 2025
in News, Assam
Reading Time: 2 mins read
0
NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

NDA Panchayat Pratinidhi Sanmmelan in Guwahati :

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা অৱস্থাত শুকুৰবাৰে মহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা ৷ এনডিএ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত বিশাল সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহ সৰৱ হৈ পৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷শেহতীয়াকৈ ৰাহুল গান্ধীয়ে যি ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃৰ বিষয়ে অপশব্দ কৈছে তাক মই নিন্দা জনাইছোঁ। দেশক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছে ৷ এনডিএ চৰকাৰৰ জন কল্যাণ কামকাজত নস্যাৎ কৰি দেশবাসীক বিভ্ৰান্ত কৰি কেতবোৰ ভিত্তিহীন মন্তব্যৰে ৰাইজক বিপথে পৰিচালিত কৰাত নামি পৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে ৷ গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে। আজি মই এই মঞ্চৰ পৰাই কৈছো গৌৰৱ গগৈয়ে যিমান বিৰোধিতা কৰে কৰি থাকক। অসমক বাংলাদেশীৰ পৰা আমি বেদখলমুক্ত কৰিমেই I
kha3অসমবাসী তথা দেশবাসীয়ে জানে বিগত দিনত কংগ্ৰেছে জনবিৰোধী কামকাজ কৰিছিল বাবেই অসমৰ ৰাইজে দুবাৰকৈ কংগ্ৰেছক উৎখাত কৰি দিছপুৰত অধিস্থিত কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৷আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ দিছপুৰৰ মনছদত বহিব বিজেপি মিত্ৰজোঁট ৷ ইয়াত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷
kha 1ছবছৰীয়া অসম আন্দোলনক ঐতিহাসিক আখ্যা দি শ্বাহে আৰু কয়,অসম আন্দোলনৰ লক্ষ্য-উদ্দেশ্য পূৰণ কৰিছে মোদী-হিমন্ত যুটিয়ে ৷ অসম আন্দোলনৰ কল্পনাকো অতিক্রমী গৈছে আজিৰ অসমে ৷ অসম আৰু অসমীয়াৰ স্বাভিমানক অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে আগন্তুক দিনবোৰত অহনিষে কৰি যাব জন কল্যাণকামী কামকাজ ৷
kha4
সভাত উদাত্ত ভাষণ দি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ পৰে জমিয়তৰ সভাপতি আছাদ মাদানীৰ বিৰুদ্ধে ৷ অসম আৰু অসমীয়া বিৰুদ্ধে মাদানী আৰু ৰাহুল গান্ধীয়ে অহৰহ কামকাজ অব্যাহত ৰখা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়, দুয়োজনৰ বিৰুদ্ধে অসমীয়া জাগিব আৰু জাগিছে ৷ অনাগত দিনত বিজেপিয়ে অসমবাসীক লৈ মাদানীৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিব।
kha6
আনহাতে ৰাজ্য চৰকাৰে চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখল কৰা সন্দেহযুক্ত দখলদাৰীক উচ্ছেদ অব্যাহত ৰখাৰ সময়ত কংগ্ৰেছ আৰু তেওঁলোকৰ আশীৰ্বাদপুষ্ট কেতবোৰ সংগঠন আৰু দিল্লীৱালা তথাকথিত বুদ্ধিজীৱীয়ে চৰকাৰ খনক অস্থিৰ কৰিবৰ বাবে যি অভিসন্ধি ৰচিছে ৷ এই অভিসন্ধি ভেদিব ৰাইজে ৷ আগন্তুক দিনত সমুচিত প্ৰত্যুত্তৰ দিব জনগণে ৷ ৰাজ্যৰ যোৱা প্ৰতিটো নিৰ্বাচনত মুখ থেকেচা খোৱা কংগ্ৰেছ আৰু তেওঁলোকৰ সাংগোপাংগেৱে এতিয়া ৰাইজক ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত কথাৰে বিভ্ৰান্ত কৰিব বিচাৰিছে ৷ এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন বুলি মন্তব্য কৰি ড:শৰ্মাই কয়,আমি চিনাকিক মাটিৰ পট্টা দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি আনিম আমি আৰু আগন্তুক ২০’২৬ত আকৌ চৰকাৰ গঠন কৰিম ৷
atulসভাত অংশলোৱা এনডিএ প্ৰতি গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ দায়িত্ব বাঢ়িল ৷ নিজৰ পঞ্চায়ত এলেকাধীন প্ৰতিখন গাঁৱৰ উন্নয়নৰ আত্মনিয়োগ কৰক। চৰকাৰৰ অভিলাষী আঁচনি সমূহ যাতে গঞা ৰাইজ উপকৃত হয় ৷তাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখক ৷ গঞা ৰাইজৰ উন্নতিৰ চাবিকাঠি আপোনালোকৰ হাতত ৷ সেয়েহে দুৰ্নীতিক প্ৰশ্ৰয় নিদি সততাৰে কাম কৰি ৰাইজৰ অন্তৰ জিনক বুলি পঞ্চায়ত প্ৰতিনিধি সকললৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷
publicবিশাল সভাখনত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা,বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ সোনোৱাল, অগপৰ সভাপতি অতুল বৰা , কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, ৰাজ্যৰ মন্ত্ৰী বৰ্গ,সাংসদ- বিধায়ক সহ জ্যেষ্ঠ বিজেপি নেতা- কৰ্মী উপস্থিত থাকে ৷ আনহাতে সভাখনৰ আঁত ধৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,পল্লৱ লোচন দাসে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: addressing amit shahAtul BoraGuwahatiHimanta Biswa SarmaKhanapara Veterinary Playgroundnda panchayat pratididhi sanmmelnnSarbananda Sonowal
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d