Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা

অসম আন্দোলনৰ লক্ষ্য-উদ্দেশ্য পূৰণ কৰিছে মোদী-হিমন্ত যুটিয়ে :শ্বাহ

publisher by publisher
August 29, 2025
in Assam, News
Reading Time: 2 mins read
0
NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

NDA Panchayat Pratinidhi Sanmmelan in Guwahati :

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা অৱস্থাত শুকুৰবাৰে মহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা ৷ এনডিএ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত বিশাল সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহ সৰৱ হৈ পৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷শেহতীয়াকৈ ৰাহুল গান্ধীয়ে যি ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃৰ বিষয়ে অপশব্দ কৈছে তাক মই নিন্দা জনাইছোঁ। দেশক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছে ৷ এনডিএ চৰকাৰৰ জন কল্যাণ কামকাজত নস্যাৎ কৰি দেশবাসীক বিভ্ৰান্ত কৰি কেতবোৰ ভিত্তিহীন মন্তব্যৰে ৰাইজক বিপথে পৰিচালিত কৰাত নামি পৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে ৷ গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে। আজি মই এই মঞ্চৰ পৰাই কৈছো গৌৰৱ গগৈয়ে যিমান বিৰোধিতা কৰে কৰি থাকক। অসমক বাংলাদেশীৰ পৰা আমি বেদখলমুক্ত কৰিমেই I
অসমবাসী তথা দেশবাসীয়ে জানে বিগত দিনত কংগ্ৰেছে জনবিৰোধী কামকাজ কৰিছিল বাবেই অসমৰ ৰাইজে দুবাৰকৈ কংগ্ৰেছক উৎখাত কৰি দিছপুৰত অধিস্থিত কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৷আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ দিছপুৰৰ মনছদত বহিব বিজেপি মিত্ৰজোঁট ৷ ইয়াত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷
ছবছৰীয়া অসম আন্দোলনক ঐতিহাসিক আখ্যা দি শ্বাহে আৰু কয়,অসম আন্দোলনৰ লক্ষ্য-উদ্দেশ্য পূৰণ কৰিছে মোদী-হিমন্ত যুটিয়ে ৷ অসম আন্দোলনৰ কল্পনাকো অতিক্রমী গৈছে আজিৰ অসমে ৷ অসম আৰু অসমীয়াৰ স্বাভিমানক অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে আগন্তুক দিনবোৰত অহনিষে কৰি যাব জন কল্যাণকামী কামকাজ ৷
সভাত উদাত্ত ভাষণ দি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ পৰে জমিয়তৰ সভাপতি আছাদ মাদানীৰ বিৰুদ্ধে ৷ অসম আৰু অসমীয়া বিৰুদ্ধে মাদানী আৰু ৰাহুল গান্ধীয়ে অহৰহ কামকাজ অব্যাহত ৰখা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়, দুয়োজনৰ বিৰুদ্ধে অসমীয়া জাগিব আৰু জাগিছে ৷ অনাগত দিনত বিজেপিয়ে অসমবাসীক লৈ মাদানীৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিব।
আনহাতে ৰাজ্য চৰকাৰে চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখল কৰা সন্দেহযুক্ত দখলদাৰীক উচ্ছেদ অব্যাহত ৰখাৰ সময়ত কংগ্ৰেছ আৰু তেওঁলোকৰ আশীৰ্বাদপুষ্ট কেতবোৰ সংগঠন আৰু দিল্লীৱালা তথাকথিত বুদ্ধিজীৱীয়ে চৰকাৰ খনক অস্থিৰ কৰিবৰ বাবে যি অভিসন্ধি ৰচিছে ৷ এই অভিসন্ধি ভেদিব ৰাইজে ৷ আগন্তুক দিনত সমুচিত প্ৰত্যুত্তৰ দিব জনগণে ৷ ৰাজ্যৰ যোৱা প্ৰতিটো নিৰ্বাচনত মুখ থেকেচা খোৱা কংগ্ৰেছ আৰু তেওঁলোকৰ সাংগোপাংগেৱে এতিয়া ৰাইজক ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত কথাৰে বিভ্ৰান্ত কৰিব বিচাৰিছে ৷ এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন বুলি মন্তব্য কৰি ড:শৰ্মাই কয়,আমি চিনাকিক মাটিৰ পট্টা দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি আনিম আমি আৰু আগন্তুক ২০’২৬ত আকৌ চৰকাৰ গঠন কৰিম ৷
সভাত অংশলোৱা এনডিএ প্ৰতি গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ দায়িত্ব বাঢ়িল ৷ নিজৰ পঞ্চায়ত এলেকাধীন প্ৰতিখন গাঁৱৰ উন্নয়নৰ আত্মনিয়োগ কৰক। চৰকাৰৰ অভিলাষী আঁচনি সমূহ যাতে গঞা ৰাইজ উপকৃত হয় ৷তাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখক ৷ গঞা ৰাইজৰ উন্নতিৰ চাবিকাঠি আপোনালোকৰ হাতত ৷ সেয়েহে দুৰ্নীতিক প্ৰশ্ৰয় নিদি সততাৰে কাম কৰি ৰাইজৰ অন্তৰ জিনক বুলি পঞ্চায়ত প্ৰতিনিধি সকললৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷
বিশাল সভাখনত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা,বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ সোনোৱাল, অগপৰ সভাপতি অতুল বৰা , কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, ৰাজ্যৰ মন্ত্ৰী বৰ্গ,সাংসদ- বিধায়ক সহ জ্যেষ্ঠ বিজেপি নেতা- কৰ্মী উপস্থিত থাকে ৷ আনহাতে সভাখনৰ আঁত ধৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,পল্লৱ লোচন দাসে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: addressing amit shahAtul BoraGuwahatiHimanta Biswa SarmaKhanapara Veterinary Playgroundnda panchayat pratididhi sanmmelnnSarbananda Sonowal
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d